(ড° বাণীকান্ত কাকতিৰ বিষয়ে )


° বাণীকান্ত কাকতি ( ১৮৯৮-১৯৫২) 


চমু পৰিচয়ঃ-

 বাণীকান্তকাকতি (ইংৰাজীBanikanta Kakati): অসমীয়া  ভাষা-

সাহিত্য-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক। তেওঁৰ পিতৃৰ নাম আছিল ললিতৰাম কাকতি আৰু মাতৃ লহোবালা।

° বাণীকান্ত কাকতিৰ জন্ম হৈছিলঃ  ১৮৯৮ চনৰ ১৫ নৱেম্বৰ বৰপেটা জিলা বাটিকুৰিহা গাঁৱত জন্ম হৈছিল । 

তেওঁৰ দেহাৱসান  ঘটেঃ ১৯৫২ চনত ১৭ ছেপ্তেম্বৰ তাৰিখে মৃত্যু হয় ।

° বাণীকান্ত  কাকতিৰ জন্ম আগতেই পিতৃ ললিতৰাম কাকতি মৃত্যু হৈছিল ।

  ১৯১১ চনত ° বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত কলিকতা 

বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল।

১৯১৩ চনত তেখেতে কটন কলেজৰ পৰা আই-এ পৰীক্ষা দি 

কলিকতা বিশ্ববিদ্যালয়  ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল। 


° বাণীকান্ত কাকতিয়ে ইংৰাজী অনাৰ্চসহ কলকাতাৰ প্ৰেচিডেন্সী     

কলেজৰ পৰা বি. এ পাছ কৰিছিল। 

 ১৯১৮ চনত ইংৰাজী (সাহিত্য) বিষয়ত এম. এ পাছ কৰি কটন 

কলেজত ইংৰাজী অধ্যাপক হিচাপে নিযুক্ত হয়।

১৯২৩ চনত পুনৰবাৰ ইংৰাজী খ-শাখাত (ভাষা বিষয়ত) পৰীক্ষা দি 

প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। 

১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয় পৰা পি এইচ. ডি ডিগ্ৰী লাভ 

কৰিছিল। তাৰ  আগতে সেই বিশ্ববিদ্যালয়  পৰা কোনো অসমীয়াই 

এই ডিগ্ৰী লাভ কৰা নাছিল। ° বাণীকান্ত কাকতিৰ এগৰাকী অগ্ৰণী 

ভাষা-বিজ্ঞানী আছিল।

° বাণীকান্ত কাকতিয়ে ৰচনা কৰা গ্ৰন্থসমূহৰ হল-

-পুৰণি অসমীয়া সাহিত্য-পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা 

-কলিতা জাতিৰ ইতিবৃত্ত- ডা ’ মাডাৰ গডেছ্ কামাখ্যা 

-সাহিত্য আৰু প্রেম- ডা ’ বৈষ্ণৱাইট্ মিথ্ এণ্ড লিজেণ্ডছ্ 

-পখিলা(শিশুৰ বাবে )-আছামিজ , ইটচ্ ফর্মেচন এণ্ড ডেভেলপমেন্ট


Sumit Patar

(Morigaon Assam)...