ৰাজকুমাৰ ৰাম । অধ্যায় ১ । Chapter 1 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১


ৰাজকুমাৰ ৰাম


(ক) খালী ঠাই পূৰ কৰাঃ

(1) যুগ চাৰিটা-(ক) সত্য যুগ (খ) ত্ৰেতা যুগ (গ) দ্বাপৰ যুগ (ঘ) কলি যুগ

(2) ৰজা দশৰথৰ তিনিগৰাকী ৰাণী আছিল-(ক) কৌশল্যা (খ) সুমিত্ৰা (গ) কৈকেয়ী

(3) ৰজা দশৰথৰ বৰ পুত্ৰৰ নাম ৰাম আছিল।

(4) ভৰত, লক্ষ্মণ, শক্ৰঘ্ন, ৰামচন্দ্ৰ ৰ সৰু ভায়েক আছিল।

(খ)ৰামৰ চাৰিটা গুণ লিখা-

(1) দুখীয়া-নিচলাক দান কৰা

(2) ডাঙৰক সন্মান কৰা 

(3) সদায় সঁচা কথা কোৱা

(4) সৰুবোৰক মৰম কৰা ইত্যাদি 


(গ) চমু উত্তৰ দিয়া-


1| সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম  কি আছিল ?

উত্তৰঃ সুমিত্ৰাৰ পুত্ৰদ্বয়ৰ নাম হ'ল  লক্ষ্মণ আৰু শত্ৰুঘ্ন ।


2| ৰামচন্দ্ৰ কাৰ সন্তান আছিল ?

উত্তৰঃ ৰামচন্দ্ৰ দশৰথ আৰু কৌশল্যাৰ সন্তান আছিল ।


3| ভৰতৰ লগত কাৰ বিশেষ মিল আছিল ?

উত্তৰঃ.ভৰতৰ লগত শত্ৰুঘ্নৰ লগত বিশেষ মিল আছিল ।


4| অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম কি ?

উত্তৰঃ অযোধ্যা নগৰৰ কাষেৰে বৈ যোৱা নদীখনৰ নাম হ'ল সৰযু নদী


5| ক্ষত্ৰিয়ৰ প্ৰধান দায়িত্ব কি ?

উত্তৰঃ ক্ষত্রিয়ৰ প্ৰধান দাত্রিত্ব হৈছে দুষ্টৰ পৰা সমাজক ৰক্ষা কৰা ।


(গ) দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিন কেনেধৰণৰ কাৰ্যকলাপ সম্পাদন কৰিছিল- পাঠৰ আধাৰত লিখা ।

উত্তৰঃ দশৰথৰ চাৰিও পুত্ৰই প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে উঠি সকলোতকৈ আগেতে মাক-পিতাক আৰু গুৰু বশিষ্ঠ প্ৰণাম কৰে । তাৰ পাছত শৰীৰটোক শক্তিশালী কৰিবলৈ সূৰ্য নমস্কাৰ আৰু ব্যায়াম কৰে । তাৰপাছত অযোধ্যা  নগৰৰ কাষৰ সৰযু নদীত গা ধুই তেওঁলোকে ভগৱানক পূজা কৰে আৰু ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰে ।


Apurba Kakati