সুগ্ৰীৱৰ লগত বন্ধুত্ব । অধ্যায় ১২  । Chapter 12 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১২


সুগ্ৰীৱৰ লগত বন্ধুত্ব


(১) সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত কিয় বাস কৰিছিল ?

উত্তৰঃ সুগ্ৰীৱ ঋষ্যমুক্ পৰ্বতত বালীৰ ভয়ত বাস কৰিছিল।


(২) হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত কিয় বন্ধুত্ব পাতি দিছিল ?

উত্তৰঃ হনুমানে ৰাম আৰু সুগ্ৰীৱৰ মাজত বন্ধুত্ব পাতি দিলে কাৰণ হনুমানে ৰাম ভগবান বুলি জানিব পাৰিছিল আৰু ৰামেহে সুগ্ৰীৱক বালিৰ পৰা মুক্ত কৰিব পাৰিব বুলি জানি বন্ধুত্ব পাতি দিছিল ।


Apurba Kakati