হনুমান সাগৰ পাৰ হ'ল । অধ্যায় ১৪  । Chapter 14 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৪


হনুমান সাগৰ পাৰ হ'ল


অনুশীলনীঃ


(১) সম্পাতীয়ে বান্দৰ দলক কি কি ক'লে ?

উত্তৰঃ সম্পাতীয়ে বান্দৰ দলক 'সাগৰ সিপাৰে লংকা | লংকাত অশোক বন নামেৰে এখন উপবন আছে | সীতাক তাতে ই বন্দী কৰি ৰখা হৈছে বুলি ক'লে। 


(২) হনুমানে সাগৰ পাৰ হৈ লঙ্কা কেনেতৈ পালে ?

উত্তৰঃ হনুমানে সাগৰ পাৰ হৈ সুৰসা ৰাক্ষসিনীক পৰাজিত কৰি লঙ্কাৰ পাইছিল।


(৩) খালী ঠাই পূৰ কৰা-


(ক) অঙ্গদৰ প্ৰধান সহায়ক হনুমান আৰু জাম্বৱন্ত আছিল।

(খ) জটায়ুৰ ভায়েকৰ নাম সম্পাতী আছিল।

(গ) হনুমানে বাটত সুৰসা ৰাক্ষসিনীক পালে।


Apurba Kakati