বিভিষণ ৰামৰ শৰণাগত হ'ল । অধ্যায় ১৭ । Chapter 17 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৭

বিভিষণ ৰামৰ শৰণাগত হ'ল

    👉Download Book PDF

    👉Online Exam

    👉MCQs

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-


(ক) ৰাৱণৰ ৰাণী নাম মন্দোদৰী আছিল।


(খ) বিভীষণে ৰাৱণক কৈছিল আপুনি যিবোৰ কৰিছে সেইবোৰ অৰ্ধম অৰ্ধম কৰিবলৈ আপোনাৰ লগ লাগিব নোৱাৰো।


(গ) মাল্যবান ৰাৱণৰ মন্ত্ৰী আছিল।


(২) মন্দোদৰীয়ে গিৰীয়েক কি পৰামৰ্শ দিছিল ?

উত্তৰঃ মন্দোদৰীয়ে গিৰীয়েক ক'লে যে লোকৰ তিৰোতাৰ হৰণ কৰি অনা অন্যায়। আপুনি সীতাক স-সন্মানে ওভোতাই দিয়ক বুলি পৰামৰ্শ দিছিল।


(৩) ৰাৱণে ক্ৰুদ্ধ হৈ বিভীষণক কি কৈছিল ?

উত্তৰঃ ৰাৱণে ক্ৰুদ্ধ হৈ বিভীষণ কৈছিল তই ভ্ৰাতৃদ্ৰোহী আৰু ৰাজদ্ৰোহী | তই লঙ্কাৰ পৰা বাহিৰ হৈ ৰামৰ কাষলৈ যা বুলি কৈছিল।


(৪) ৰামৰ সেনাপতিসকলে বিভীষণক কিয় সন্দেহ কৰিছিল ?

উত্তৰঃ ৰামৰ সেনাপতিসকলে বিভীষণক সন্দেহ কৰা কাৰণ আছিল বিভীষণ ৰাৱণৰ ভায়েক আছিল।


(৫) ৰামে বিভীষণক কিয় আশ্ৰয় দিছিল ?

উত্তৰঃ ৰামে বিভীষণক আশ্ৰয় দিয়া কাৰণ বিভীষণ ৰামৰ শৰণাগত। শৰণাগতক ৰক্ষা কৰা বীৰৰ ধৰ্ম সেইবাবে আশ্ৰয় দিছিল।


Apurba  Kakati