বিশ্বামিত্ৰৰ পৰিকল্পনা । অধ্যায় ২ । Chapter 2 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২


বিশ্বামিত্ৰৰ পৰিকল্পনা


(ক) উত্তৰ দিয়া-


1| ভাৰতৰ কোন দিশে লঙ্কা দ্বীপ অৱস্থিত ?

উত্তৰ:- ভাৰতৰ দক্ষিণ দিশে লঙ্কা দ্বীপ অৱস্থিত ।


2| ত্ৰেতাযুগত কোনে লঙ্কাত ৰাজত্ব কৰিছিল ?

উত্তৰ:- ত্ৰেতাযুগত  ৰাৱণ নে লঙ্কাত ৰাজত্ব কৰিছিল ।


3| ৰাৱণৰ কি কি দোষ আছিল ? সেই দোষবোৰৰ বাবে তেওঁক কি বুলি অভিহিত কৰা হৈছিল ?

উত্তৰ:- ৰাৱণৰ দোষ বোৰ হ'ল-

(ক) সাধু-সন্তসকলক দুখ-কষ্ট দিয়া 

(খ) দুখীয়া-দৰিদ্ৰক অত্যাচাৰ কৰা

(গ) মদ-মাংস আদি খোৱা আৰু

(ঘ) চল-চাতুৰীৰে আনৰ ধন লুটি নিযা আদি 

     এনে দোষ বোৰ কাৰণে তেওঁক ৰাক্ষস বুলি অভিহিত কৰিছিল ।


4| ৰাৱণক কিয় দশানন বোলা হৈছিল ?

উত্তৰ:-.ৰাৱণক দশানন বোলা কাৰণ তেওঁ দহজন মানুহৰ শক্তি আৰু দহখন মুখ থকা বাবে দশানন বোলা গৈছিল ।


5| ৰাৱণৰ ভায়েক দুজনৰ নাম কি ?

উত্তৰ:- ৰাৱণৰ ভাত্রেক দুজন হ'ল কুম্ভকৰ্ণ আৰু বিভীষণ ।


6| বিশ্বামিত্ৰ কোন আছিল ?

উত্তৰ:- বিশ্বামিত্ৰ বৰ জ্ঞানী আৰু তপস্বী আছিল ।


7| বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক কিয় লগত নিব খুজিছিল ?

উত্তৰ:- বিশ্বামিত্ৰই ৰাম-লক্ষ্মণক ৰাৱণ আৰু তেওঁ ৰাক্ষসবোৰক ধ্বংস কৰিবলৈ লগত নিব খুজিছিল ।

8| দশৰথ ৰজাৰ গুৰুৰ নাম কি আছিল ?

উত্তৰ:- দশৰথ ৰজাৰ গুৰুৰ নাম বিশ্বামিত্ৰ আছিল ।


(খ) খালী ঠাই পূৰ কৰা-


1| ৰাৱণৰ শৰীৰত দহজন মানুহৰ শক্তি আছিল ।

2| আনন মানে মুখ ।

3| ৰাৱণৰ ভনীয়েকৰ নাম শূৰ্পনখা ।


Apurba Kakati