কুম্ভকৰ্ণ বধ । অধ্যায় ২২ । Chapter 22 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ২২


কুম্ভকৰ্ণ বধ


অনুশীলনীঃ


(১) কুম্ভকৰ্ণৰ কি কি দোষ আছিল ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকল এই পাঠটোত কুম্ভকৰ্ণৰ কি কি দোষ আছিল পাঠ লিখা হোৱা নাই সেইবাবে আমি এই উত্তৰ টো দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিবা। আৰু তোমালোকে উত্তৰ টো জানিলে কমন্টে কৰিবা।


(২) ৰামে কুম্ভকৰ্ণক কিদৰে বধ কৰিলে ?

উত্তৰঃ ৰামে কুম্ভকৰ্ণক তীক্ষ্ণ শৰেৰে কুম্ভকৰ্ণৰ সোঁ হাত খন কাটি পেলালে। তেতিয়া কুম্ভকৰ্ণই বাওঁ হাতেৰে ৰামৰ ওপৰত শিল বৰষিবলৈ ধৰিলে। ৰামে তেওঁৰ বাওঁ হাতখনো কাটি পেলালে। তেওঁ ভয়ঙ্কৰ মুখ মেলি ৰামক জীয়াই জীয়াই গিলিবলৈ দৌৰি আহিল। ৰামে তেওঁৰ মুখখন বাণেৰে ভৰাই পেলালে। তাৰ পাছত আন এপাত শৰেৰে তেওঁৰ মূৰটো ছিঙি পেলালে। এইদৰে ৰামে কুম্ভকৰ্ণক বধ কৰিলে।


(৩) বিপৰীত শব্দ লিখা-

(ক) মাংসাহাৰী - নিৰামিষ

(খ) পাপ - পুণ্য

(গ) তিৰোতা - পুৰুষ

(ঘ) গধূলি - পুৱা

(ঙ) বিষাদ - আনন্দ


Apurba Kakati