মহাত্মা গান্ধীৰ এখন চমু ৰচনা।

                                   ১৮৬৯-১৯৪৮ খ্ৰীষ্টাব্দ


চিত্ৰঃ-মহাত্মা গান্ধী
১৮৬৯-১৯৪৮ খ্ৰীষ্টাব্দ

১। জন্ম   ২। শিক্ষা   ৩। কৰ্মজীৱন   ৪। সামৰণি    ৫। মূলমন্ত্ৰ

 

মহাত্মা গান্ধীৰ  এখন মূল কথাৰ চমু ৰচনা।। 


Let's begin the essay


১। জন্ম一 ১৮৫৯ খ্ৰীষ্টাব্দৰ ২অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্য়ৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচান্দ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ গান্ধী। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাঁদ গান্ধী।


২। শিক্ষা一 গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। সোতৰ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰি পঢ়িবলৈ বিলাতলৈ যায়। ১৮৯১ খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰি পাছ কৰি ভাৰতলৈ ঘূৰি আহে।


৩। জীৱন一 গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ওকালতি আৰম্ভ কৰে। কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতৰ লোকসকলৰ ওপৰত ইংৰাজসকলে নানান ধৰণৰ অত্য়াচাৰ চলাইছিল। সেয়ে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পাছত গান্ধীজী পুনৰ ভাৰতলৈ ঘূৰি আহিছিল। সেই সময়ত ভৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ-শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্য়াচাৰ আৰু বিভিন্ন ধৰণৰ শাস্ত্ৰী দিছিল। গান্ধীজীয়ে এই অত্য়াচাৰত দেশৰ স্বাধীনতাৰ বাবে ১৯৩১ খ্ৰীষ্টাব্দত লোণ (ঋণ) আইন অমান্য়, ভাৰত ত্য়াগ আন্দোলন আদিত তেওঁ অংশগ্ৰহণ কৰে।


৪। মূলমন্ত্ৰ 一গান্ধীজীৰ মূলমন্ত্ৰ আছিল− সত্য়, অহিংসা আৰু অস্পৃশ্য়তা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল।


৫। মৃত্য়ু 一  ১৯৪৮ খ্ৰীষ্টাব্দৰ ৩০ জানুৱাৰী দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নাথুৰাম গড্ছে নামৰ এজন আততায়ীৰ গুলীত এই মহান ব্য়ক্তি গৰাকীৰ দেহাৱসান ঘটে।


৬। সামৰণি  গান্ধীজীৰ মৃত্য়ু হ'ল সঁচা কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও প্ৰতিজন ভাৰতবাষিৰ লোকৰ মাজত জিলিকি আছে।



Bidyut Thakuria

মহাত্মা গান্ধীৰ সকলো প্ৰশ্ন উত্তৰ