মহাত্মা গান্ধীৰ সকলো প্ৰশ্ন উত্তৰ

১) মহাত্মা গান্ধী কোন আছিল ?

উত্তৰঃ- মহাত্মা গান্ধী এজন ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য নেতা আছিল ।

২)  মহাত্মা গান্ধীৰ সম্পূৰ্ন্ন নাম কি আছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ সপূন্ন নাম মোহন দাস কৰমচান্দ গান্ধী আছিল।

৩) মহাত্মা গান্ধীৰ  পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ পিতৃৰ নাম কৰমচাঁন্দ গান্ধী আছিল ।

৪) মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- তেখেঁতৰ মাতৃৰ নাম পুতুলীবাঈ গান্ধী আছিল ।

৫) মহাত্মা গান্ধীৰ জন্ম কত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ-মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰৰ তাৰিখে গুজৰাটৰ পুৰবন্দৰ নামৰ ঠাইত এখনক হৈছিল ।

৬) মহাত্মা গান্ধীৰ মহাত্মা উপাধি কোনে প্ৰদান কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ মহাত্মা উপাধি ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰদান কৰিছিল ।

৭) মহাত্মা গান্ধীৰ শৈশৱত পঢ়া-শুনা কত কৰিছিল ?

উত্তৰঃ-মহাত্মা গান্ধীৰ শৈশৱত পঢ়া-শুনা পুৰবন্দৰ ৰাজকোটত কৰিছিল ।

৮) মহাত্মা গান্ধীৰ আন কি নামেৰে জনা গৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ বাপু  নামেৰে  জনা গৈছিল ।

৯) কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে নিযুক্তি লাভ পাইছিল ?

উত্তৰঃ- ১৯২১ চনত মহাত্মা গান্ধীয়ে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ  নেতা হিচাপে নিযুক্তি লাভ পাইছিল ।

১০) মহাত্মা গান্ধীৰ চাৰিজন পুত্ৰবোৰৰ  নাম লিখাঁ ?

উত্তৰঃ- মহাত্মা গান্ধীৰ চাৰিজনপুত্ৰৰ নাম হল ক্ৰমে - হৰিলাল গান্ধী, মণিৱলাৱ গান্ধী, ৰামদাস গান্ধী, দেৱদাস গান্ধী।

১১) মহাত্মা গান্ধীয়ে কোন কলেজৰ পৰা  মেট্ৰিক পৰীক্ষা পাছ কৰিছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে  গুজৰাটৰ ভৱনগৰৰ ছামালদাস কলেজৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল ।  

১২) মহাত্মা গান্ধীয়ে কোন ধৰ্মৰ প্ৰভাৱত ডাঙৰ দীঘল হৈছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে জৈন ধৰ্মৰ প্ৰভাৱত ডাঙৰ দীঘল হৈছিল । 

১৩) মহাত্মা গান্ধীয়ে কিমান বছৰ বয়ষত বিয়া কৰাইছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে তেৰ  বছৰ বয়ষত বিয়া কৰাইছিল ।

১৪) মহাত্মা গান্ধীয়ে কাক বিয়া কৰাইছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে  কৌস্তৰবা মাখাঞ্জী বিয়া কৰািছিল ।

১৯) কিমান বছৰ বয়ষত মহাত্মা গান্ধীয়ে লণ্ডনলৈ পঢ়িব গৈছিল ?ব

উত্তৰঃ- ১৮ বয়ষত মহাত্মা গান্ধীয়ে লণ্ডলৈ পঢ়িব গৈছিল ।

২০) কিমান খিষ্টব্দত মহাত্মা গান্ধীয়ে লণ্ডনৰ পৰা  ভাৰতলৈ ঘুৰি আহিছিল ? 

উত্তৰঃ- ১৮৯১ চনত মহাত্মা গান্ধীয়ে লণ্ডনৰ পৰা ভাৰতলৈ ঘুৰি আহিছিল ।

২১) লণ্ডনৰ পৰা আহি মহাত্মা গান্ধীয়ে প্ৰখমে কি কাম কৰিবলৈ লৈছিল  ?

উত্তৰঃ- লণ্ডনৰ পৰা আহি মহাত্মা গান্ধীয়ে প্ৰথমে ওকালতি কৰিবলৈ লৈছিল ।

২২) ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল?

উত্তৰঃ- ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনত হৈছিল।

২৩) মহাত্মা গান্ধীয়ে প্ৰত্যেকদিনে কিহত সূতা কাতিছিল ।

উত্তৰঃ- মহাত্মা গান্ধীয়ে প্ৰত্যেঁকদিনে যঁতৰত সূতা কতিছিল।

২৪) মহাত্মা গান্ধীয়ে প্ৰথমে কত ওকালতি কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে প্ৰথমে বোম্বাইত প্ৰথমে ওকালতি কৰিছিল ।

২৫) মহাত্মা গান্ধীয়ে কিমান চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছৰ প্ৰতিষ্টা কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে ১৮৯৪ চনত নাটাল ইণ্ডিয়ান কংগ্ৰেছৰ প্ৰতিষ্টা কৰিছিল ।

২৬) কিমান চনত ব্ৰিটিছ চৰকাৰে নাটালৰ জুলু  সম্প্ৰদায়ৰ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰে ?

উত্তৰঃ- ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নাটালৰ জুলু সম্প্ৰদায়ৰ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰে ।

২৭) দক্ষিন আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত মহাত্মা গান্ধীক কি হিচাপে স্বীকৃতি দিয়া হয় ?

উত্তৰঃ- দক্ষিন আফ্ৰিকাত কৃষ্ণাংগ শাসন আৰম্ভ হোৱাৰ পাছত মহাত্মা গান্ধীক "জাতীয় বীৰ" হিচাপে স্বীকৃতি দিয়া হৈছিল ।

২৮) কিমান চনত গুজৰাটৰ খেড়াত বানপানী হৈছিল ?

উত্তৰঃ- ১৯১৮ চনত গুজৰাটৰ খেড়াত বানপানী হৈছিল ।

২৯) খিলাফত আন্দোলন কোন চনত অন্ত হৈছিল ?

উত্তৰঃ- খিলাফত অন্দোলন ১৯২২ চনত হৈছিল ।

৩০) কিমান চনত কোন ঠাইত মহাত্মা গান্ধীয়ে কংগ্ৰেছ মহাসভাৰ সভপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ?

উত্তৰঃ- ১৯২৮ চনত বেলগাৱঁত অনুষ্টিত কৰা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে মহাত্মা গান্ধীয়ে কৰ্যনিবাহক কৰিছিল ।

৩১) কিমান চনৰ কিমান তাৰিখে ভাৰতৰ জাতীয় পতকাখন উন্মোচন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ভাৰতৰ জাতীয় পতাকাখন উন্মোচন কৰা হৈছিল ।

৩২) মহাত্মা গান্ধীয়ে কিমান চনৰ পৰা কিমান চনলৈ দণ্ডী যাত্ৰা কৰিছিল ?

উত্তৰঃ-মহাত্মা গান্ধীয়ে ১২মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ দণ্ডী যাত্ৰা কৰিছিল ।

৩৩) মহাত্মা গান্ধীয়ে দণ্ডী যাত্ৰাত কিমান কি.মি পদব্ৰজে ভ্ৰমন কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে দণ্ডী যাত্ৰাত ৩৮৮ কি.মি পদব্ৰজে ভ্ৰমন কৰিছিল ।

৩৪) আৰউন চুক্তি কিমান চনত হৈছিল ?

উত্তৰঃ- আৰউন চুক্তি ১৯৩১চনত হৈছিল।

৩৫) কিমা্ন চনত মহাত্মা গান্ধীয়ে ইস্তফা দিছিল ?

উত্তৰঃ- ১৯৩৯ চনত মহাত্মা গান্ধীয়ে ইস্তফা দিছিল ।

৩৬) দ্বিতীয় বিশ্বযুদ্ধ কোন চনত হৈছিল ?

উত্তৰ- দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনত হৈছিল ।

৩৭) কস্তুৰবা গান্ধীৰ কোন চনৰ কোন তাৰিখে  মৃত্যু হৈছিল ?

উত্তৰঃ- কস্তুৰবা গান্ধীৰ ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল ।

৩৮) ভাৰতীয় স্বাধীনতা আইন কেতিয়া প্ৰনয়ন কৰা হয় ?

উত্তৰঃ- ১৯৮৭ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰনয়ন কৰা হয় ।

৯) কিমান চনৰ কিমান তাৰিখে মহাত্মা গান্ধীৰ লগতে কংগ্ৰেছৰ কৰ্মী সকলক গ্ৰেপ্তাৰ কৰা হৈছিল ?

উত্তৰঃ- ১৯৪২ চনৰ ৯ আগষ্ট তাৰিখে মহাত্মা গান্ধী লগতে কংগ্ৰেছৰ কৰ্মী সকলক গেপ্তাৰ কৰা হৈছিল ।

৪০) মহাত্মা গান্ধীৰ লগতে কংগ্ৰেছৰ কৰ্মী সকলক কেইবছৰ গ্ৰেপ্তাৰ কৰা হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ লগতে কংগ্ৰেছৰ কৰ্মী সকলক ২ বছৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ।

৪১) মহাত্মা গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে কেইদিন অনশন কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে আত্মাশুদ্ধিৰ বাবে ২১ দিনীয়া অনশন কৰিছিল। 

৪২) মহাত্মা গান্ধীৰ সুপ্ত প্ৰতিভা প্ৰথমে ক'ত বিকাশ হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ সুপ্ত প্ৰতিভা প্ৰথমে দক্ষিন আফ্ৰিকাত বিকাশ হৈছিল । 

৪৩) মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি লিখাঁ ?

উত্তৰঃ- মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম হল -মোৰ সত্য অন্ধেষণৰ কাহিনী।

৪৪) মহাত্মা গান্ধীয়ে কি ভাষাত ভগৱত গীতা্ৰ সৰ্ম্পকে ধাৰাবাষ্য লিখিঁছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে্ গুজৰাটী ভাষাত ভগৱত গীতাৰ সৰ্ম্পকে ধাৰাবাষ্য লিখিঁছিল ।

৪৫) মহাত্মা গান্ধীয়ে কি কি ভাষাত পত্ৰিকা সম্পদনা কৰিছিল ?

উত্তৰঃ-মহাত্মা গান্ধীয়ে গুজৰাটী, হিন্দী আৰু ইংৰাজী ভাষাত পত্ৰিকা সম্পদনা কৰিছিল ।

৪৬) মহাত্মা গান্ধীৰ কিমান বছৰ বয়সত দেউতাকৰ মৃত্যু হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে্ ১৬ বছৰ বয়সত দেউতাকৰ মৃত্যু হৈছিল।

৪৭) মহাত্মা গান্ধীয়ে দক্ষিন আফ্ৰিকা  থকাৰ সময়ত  সম্পদনা কৰা  ইংৰাজী কাঁকতৰ নাম লিখাঁ । 

উত্তৰঃ- মহাত্মা গান্ধীয়ে দক্ষিন আফ্ৰিকা থকাৰ সময়ত সম্পদনা কৰা  ইংৰাজী কাঁকতৰ নাম হ'ল ইণ্ডিয়ান অপিনিয়ন ।

৪৮) মহাত্মা গান্ধীৰ ওপৰত ৰচিত এখন  চলচ্চিত্ৰৰ নাম লিখাঁ ?

উত্তৰঃ- মহাত্মা গান্ধীৰ ওপৰত ৰচিত এখন চলচ্চিত্ৰৰ নাম হল  "গান্ধী "

৪৯) গান্ধী চলচ্চিত্ৰখন কোন চনত পৰিচালিত কৰা হৈছি্ল ?

উত্তৰঃ-গান্ধী চলচ্চিত্ৰখন ১৯৮২ চনত পৰিচালিত কৰা হৈছিল ।

৫০) মেকিং অৱ দা  মহাত্মা চলচিত্ৰখন কোন চনত পৰিচালিত কৰা হৈছিল ?

উত্তৰঃ- মেকিং অৱ দা মহাত্মা চলচিত্ৰখন ১৯৯৬ চনত পৰিচালিত কৰা হৈছিল। 

৫১) লাগে ৰহো মুন্না ভাই'ত গান্ধীবাদৰ মতবাদ নামৰ চলচিত্ৰখন কোন চনত মুক্তি  কৰা হৈছিল ?

উত্তৰঃ- লাগে ৰহো মুন্না ভাই'ত গান্ধীবাদৰ মতবাদ নামৰ চলচিত্ৰখন ২০০৬ চনত মুক্তি লাভ কৰিছিল । 

 ৫২) শুনা যায় যে বলদেৱ সিঙে তেওঁৰ গৱেষণা গ্ৰন্থখন লিখিঁবলৈ তেওঁ কিমান বছৰ লাগিছিল ? 

উত্তৰঃ- শুনা যায় যে বলদেৱ সিঙে তেওঁৰ গৱেষনা গন্থখন লিখিঁবলৈ ২০ বছৰ লাগিছিল । 

৫৩) গুজৰাটৰ বেছিভাগ মানুহেই কি আছিল ? 

উত্তৰঃ- গুজৰাটৰ বেছিভাগ মানুহেই নিৰামিষাহাৰী আছিল ।

৫৪) লণ্ডনলৈ  যোৱাৰ আগত মহাত্মা গান্ধীয়ে মাকক আগত কি প্ৰতিঞ্জাবন্ধ হৈছিল ?

উত্তৰঃ- লণ্ডনলৈ যোৱাৰ আগত মহাত্মা গান্ধীয়ে মাকৰ   আগত প্ৰতিঞ্জাবন্ধ হৈছিল যে তেওঁ , মদ আৰু নাৰীসংগৰপৰা আঁতৰত থাকিব । 

৫৫) মহাত্মা গান্ধীয়ে লিখি উলিওৱা এখন গন্থৰ নাম লিখাঁ ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে লিখিঁ উলিওঁৱা এখন গন্থৰ নাম হল The Moral Basis of Vegetarianism । 

৫৬) মহাত্মা  গান্ধীয়ে কি বিশ্বাস কৰিছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে সত্য সদায় জয় বিশ্বাস কৰিছিল ।

৫৭) মহাত্মা গান্ধীয়ে কি পথ বাছি লৈছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে অহিংসাৰ পথ বছি লৈছিল  । 

৫৮) মহাত্মা গান্ধীক ভাৰতৰ জনসাধৰনৰে কি বুলি মাতিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীক ভাৰতৰ জনসাধৰনৰে জাতিৰ পিতা বুলি মাতিছিল ।

৫৯) মহাত্মা গান্ধীৰ মূল মন্ত্ৰ কি আছিল লিখাঁ ? 

উত্তৰঃ-মহাত্মা গান্ধীৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পূশ্যতা বৰ্জন আদি ।

৬০) লোন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন  কোন চনত হৈছিল ? 

  উত্তৰঃ- লোন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন ১৯৩১ চনত হৈছিল ।

৬১) মহাত্মা গান্ধীয়ে সকলোকে কি ভাবিছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে সকলোকে এজন ইশ্বৰৰ সন্তান বুলি ভাবিছিল । 

৬২) মহাত্মা গান্ধীৰ জীৱনলৈ কোনে কোনে পৰিৰ্ৱতন কঢ়িয়াই

আনিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ জীৱনলৈ গোপালকৃষ্ণ গোখলে  আৰু দাদভাই  নৌৰজীয়ে পৰিৰ্ৱতন কঢ়িয়াই আনিছিল । 

৬৩) মহাত্মা গান্ধীয়ে ক'ত আশ্ৰম পাতিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে সবৰমতী নামৰ ঠাইত আশ্ৰম পাতিছিল । 

৬৪) মহাত্মা গান্ধীয়ে কিমান বছৰ জীয়াই থকাৰ আশা কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে ১২০ বছৰ জীয়াই থকাৰ আশা কৰিছিল ।  

৬৭) মহাত্মা গান্ধীৰ কোনৰ কোন তাৰিখে মৃত্যু হৈছিল ? 

উত্তৰঃ- মহাত্মা গান্ধীৰ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখেঁ মৃত্যু হৈছিল ।

৬৮) মহাত্মা গান্ধীক কোনে গুলিয়াই হত্যা কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীক নাথুৰাম গডছে হত্যা কৰিছিল ।

৬৯) মহাত্মা গান্ধীয়ে মৃত্যুৰ সময়ত কোন সভাত অংশগ্ৰহন কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে মৃত্যুৰ সময়ত  নতুন  দিল্লীৰ বিৰলা ভৱনৰ সমীপত নৈশকালীন পথ সভাত অংশগ্ৰহন কৰিছিল ।

৭০) নাথুৰাম গডছে মহাত্মা গান্ধীক কিয় হত্যা কৰিছিল ? 

উত্তৰঃ- নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰাৰ কাৰণ আছিল মহাত্মা গান্ধীয়ে হিন্দু মুছলিম ভাই ভাই বুলি কৈছিল । আনফালে  নাথুৰাম গডছ আছিল  এজন হিন্দু মৌলবাদী  তেওঁ এই কথা সয্য কৰিব নোৱাৰি মহাত্মা গান্ধক হত্যা কৰিছিল ।  

৭১) মহাত্মা গান্ধীক হত্যা কৰাত নাথুৰাম গডছক কোনে সহায় কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীক হত্যা কৰাত নাথুৰাম গডছক নাৰায়ণ আপ্তেয়ে সহায় কৰিছিল ।়

৭২) নাথুৰাম গডছ আৰু নাৰায়ন আপ্তেক কি শান্তি দিয়া হৈছিল ?

উত্তৰঃ- নাথুৰাম গডছ আৰু নাৰায়ন আপ্তেক ফাচীঁ দিয়া হৈছিল । 

৭৩) নাথুৰাম গডছ আৰু নাৰায়ন আপ্তেক কেতিঁয়া ফাচীঁ দিয়া হৈছিল । 

উত্তৰঃ- নাথুৰাম গডছ আৰু নাৰায়ন আপ্তেক ১৯৪৯ চনত ফাচীঁ দিয়া হৈছিল।

৭৪) মহাত্মা গান্ধীৰ স্মৃতিসৌধটো  ক'ত খোদিত কৰা হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ স্মৃতিসৌধটো নতুন দিল্লীৰ ৰাজঘাটত খোদিত কৰা হৈছিল ।

৭৫) মহাত্মা গান্ধীৰ দেহভৃষ্ম কোন কোন নদীত পেলাই দিয়া হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধীৰ দেহভূষ্ম নীল নদী, ভল্পা নদী, টেম্ছ নদীত পেলাই দিয়া হৈছিল ।

৭৬)  মহাত্মা গান্ধীক কিমান চনত ভাৰতীয় যাক টাইম পাৰ্ছন অফ দা ইয়েৰ হিচাপে সন্মান প্ৰদান কৰা হৈছে  ?

উত্তৰঃ- মহাত্মা গান্ধীক ১৯৩০ চনত ভাৰতীয় যাক টাইম পাৰ্ছন অফ দা ইয়েৰ হিচাপে সন্মান প্ৰদান কৰা হৈছে ।

৭৭) মহাত্মা গান্ধীক  বিংশ শতিকাৰ কি কি বুলি স্বীকৃতি দিয়া হৈছিল ?

উত্তৰঃ- মহাত্মা গান্ধী বিংশ শতিকাৰ অন্যতম মহান ৰাজনৈতিক আৰু আধ্যাত্মিক নেতা হিচাপে ব্যাপকভাৱে স্বীকৃতি দিয়া হৈছিল ।

৭৮) মহাত্মা গান্ধীৰ বিখ্যাত শাৰীটো কি আছিল ?

উত্তৰঃ মহাত্মা গান্ধীৰ বিখ্যাত শাৰীটো হ'ল - আপুনি কাইলৈ মৰিব লগা হোৱাৰ দৰে জীয়াই থাকক । এনেদৰে শিকক যেন আপুনি চিৰকাল জীয়াই থাকিব । 

৭৯) মহাত্মা গান্ধীয়ে ভাৰতৰ বাবে কি কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধয়ে ভাৰতৰ বাবে অহিংসা প্ৰতিৰোধে ভাৰতত ব্ৰিটিছ শাসনৰ সমাপ্তিত সহায় কৰিছিল আৰু আধুনিক নাগৰিকক প্ৰভাৱিত কৰিছিল ।

৮০) মহাত্মা গান্ধীক কিয় এজন মহান নেতা বুলি কোৱা হয় লিখাঁ ?

উত্তৰঃ- মহাত্মা সৰ্বকালৰ এজন মহান নেতা আছিল । তেওঁ এখন ৰাষ্ট্ৰৰ পিতৃ আৰু ভাৰতীয় নাগৰিক অধিকাৰ আন্দোলনৰ নেতৃত্ব দি ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিছিল। সেইকাৰণে মহাত্মা গান্ধীক মহান নেতা  বুলি কোৱা হয়। 

৮১) মহাত্মা গান্ধীৰ মূল্যবোধ কি লিখাঁ ।

উত্তৰঃ- মহাত্মা গান্ধীৰ মূল্যবোধ হ'ল-আত্মবিশ্বাস, অখণ্ডতা, সকলোৰে প্ৰতি সন্মান, নেতৃত্ব, সৰলতা আৰু নম্ৰতা। 

৮২) মহাত্মা গান্ধীৰ পৰা আমি কি ৫ টা কথা শিকিব লাগে?

উত্তৰঃ- সত্য, সঠিক জীৱন ধাৰণ, অহিংসা, জ্যেষ্ঠসকলৰ প্ৰতি সন্মান, স্বাধীনতা আৰু ইয়াৰ বাবে চেষ্টা কৰা তেওঁৰ কিছুমান গুৰুত্বপূৰ্ণ গুণ আদি ।

৮৩) ভাৰতত কিমানজন স্বাধীনতা সংগ্ৰামী আছে?

উত্তৰঃ- মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনা শ্ৰেণীৰ অধীনত ২২,৪৬৮ জন স্বাধীনতা সংগ্ৰামী আছিল । 

৮৪) মহাত্মা গান্ধীয়ে কিমান সত্যাগ্ৰহ কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে ৪ টা সত্যাগ্ৰহ কৰিছিল ।

৮৯) ভাৰতত গান্ধীৰ তৃতীয় সত্যাগ্ৰহ ক'ত আছিল ?

উত্তৰঃ- ১৯১৮ চনৰ খেদা সত্যাগ্ৰহ আছিল ।

৯০) গান্ধীক কিমানবাৰ আৰু কিমান কিমান চনত  নবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল ? 

উত্তৰঃ- গান্ধীক  ১৯৩৭, ১৯৩৮, ১৯৩৯, ১৯৪৭ আৰু ১৯৪৮ চনত শান্তিৰ নবেল বঁটাৰ বাবে পাঁচবাৰ মনোনীত কৰা হৈছিল।

৯১) গান্ধীৰ প্ৰথম সফল সত্যাগ্ৰহ কোন আছিল?

উত্তৰঃ- গান্ধীৰ প্ৰথম সফল সত্যাগ্ৰহ কৃপালানী, বাবু গয়া প্ৰসাদ সিং আছিল । 

৯২) ভাৰত ত্যাগ শ্লোগান কোনে দিছিল ? 

উত্তৰঃ- ভাৰত ত্যাগ শ্লোগান মহাত্মা গান্ধীয়ে দিছিল ।

৯৩) মহাত্মা গান্ধীক বাপু নাম কোনে প্ৰদান কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীক বাপু নাম নেতাজী সুভাষ চন্দ্ৰ বসুৱেই  প্ৰদান কৰিছিল । 

৯৪) মহাত্মা শব্দটোৰ অৰ্থ কি লিখাঁ ।

উত্তৰঃ- মহাত্মা হৈছে সংস্কৃত শব্দ mahātman এক অভিযোজন, যাৰ আক্ষৰিক অৰ্থ হৈছে "মহান আত্মা"। "মহাত্মা"য়ে যিকোনো মহান ব্যক্তিক বুজাব পাৰে; ভাৰতত, ইয়াক প্ৰেম আৰু সন্মানৰ উপাধি হিচাপে ব্যৱহাৰ কৰা হয়। 

৯৫) গান্ধীয়ে মানৱতাৰ বিষয়ে কি কৈছিল ?

উত্তৰঃ- গান্ধীয়ে মানৱতাৰ বিষয়ে কৈছিল যে "মানৱতাৰ মাহাকাৰ মানুহ হোৱাত নহয়, মানৱীয় হোৱাত।  

৯৬) বাপুজী  কোন ?

উত্তৰঃ- মহাত্মা গান্ধীক বাপুজী বুলি কোৱা হয়।

৯৭) গান্ধীয়ে কিয় সাগৰলৈ খোজ কাঢ়িছিল?

উত্তৰঃ- গান্ধীয়ে ১৯৩০ চনৰ ২ মাৰ্চত ভাইচৰয় লৰ্ড আৰউইনক জনোৱাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছিল যে তেওঁ আৰু আনসকলে ১০ দিনৰ ভিতৰত নিমখ আইন ভংগ কৰা আৰম্ভ কৰিব। ... তেওঁ কথা পাতিছিল আৰু প্ৰাৰ্থনাৰ নেতৃত্ব দিছিল আৰু পিছদিনা ৰাতিপুৱা নিমখ বনাবলৈ সাগৰলৈ গৈছিল।

৯৯) গান্ধীয়ে সেৱাৰ বিষয়ে কি কৈছিল ?

উত্তৰঃ-  গান্ধীয়ে সেৱাৰ বিষয়ে কৈছিল যে  "এজন গ্ৰাহক হৈছে আমাৰ চৌহদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৰ্শনাৰ্থী। তেওঁ আমাৰ ওপৰত নিৰ্ভৰশীল নহয়

১০০) মহাত্মা গান্ধীৰ মতে মৌলিক শিক্ষা কি ?

উত্তৰঃ- মহাত্মা গান্ধীৰ মতে মৌলিক শিক্ষা হৈছে এক নীতি য'ত কোৱা হৈছে যে জ্ঞান আৰু কাম পৃথক নহয়। 

১০১) ব্ৰিটিছে গান্ধীক কি উপাধি প্ৰদান কৰিছিল ? 

উত্তৰঃ-ব্ৰিটিছে গান্ধীক কাইজাৰ-ই-হিন্দ  উপাধি প্ৰদান কৰিছিল । 

১০২) গান্ধীয়ে কিমানবাৰ উপবাস কৰিছিল ?

উত্তৰঃ- গান্ধীয়ে  জীৱনত ১৮ বাৰ প্ৰতিবাদ বা 'বিশুদ্ধকৰণ' উপবাস কৰিছিল।  

১০৩) গান্ধীয়ে ২১ দিন কিয় খোৱা নাছিল?

উত্তৰঃ- গান্ধীয়ে  ১৯৪২ চনৰ বিশৃঙ্খলাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দায়ী আৰু গান্ধীয়ে ইয়াক স্বীকাৰ কৰাৰ ভাইচৰয়ৰ জোৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এইটো হৈছিল; ইয়াৰ প্ৰত্যুত্তৰত গান্ধীয়ে ২১ দিন উপবাস কৰিলে। 

১০৪) কিমান বছৰ বয়ষত গান্ধী মৃত্যু হৈছিল ?

উত্তৰঃ- ৭৮ বছৰ বয়ষত গান্ধীৰ মৃত্যু হৈছিল ।

১০৫) কিমান তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয় ?

উত্তৰঃ- ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয় ।

১০৬) অহিংসা আন্দোলনৰ গুৰিধৰোতা জনৰ নাম লিখাঁ ?

উত্তৰঃ-অহিংসা আন্দোলনৰ গুৰিধৰোতা জনৰ নাম হল মহাত্মা গান্ধী ।

১০৭) মহাত্মা গান্ধীয়ে কিমান চনত জেলৰ পৰা মুক্তি লাভ কৰিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে ১৯২৪ চনত জেলৰ পৰা মুক্তি লাভ কৰিছিল ।

১০৯) আন্তৰ্জাতিক অহিংসা দিৱস কোন তাৰিখে পালন কৰা হয় ?

উত্তৰঃ- আন্তৰ্জাতিক অহিংসা দিৱস ২ অক্টোবৰ তাৰিখে পালন কৰা হয়। 





 

 Type Arup Koch  

 Morigaon (Assam)