পদ্মনাথ গোহাঞি বৰুৱা
(১৮৭১-১৯৪৬)
চমুপৰিচয়
অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নির্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গােহাঞি বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল ১৮৭১ চনত উত্তৰ লখিমপুৰ (লক্ষীমপুৰৰ) নকাড়ী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘিণাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল লম্ভীদেৱী বৰুৱা। পদ্মনাথ গােহাঞি বৰুৱাই কলকাতাত বি. এ. পঢ়ি থাকোতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। ১৯১৭ চনত তেখেতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল।
পদ্মনাথ গোহাৰি বৰুৱাৰ বিষয়ে কিছু চমু প্ৰশ্ন উত্তৰ
Nayan Moni Deka