১) পদ্মনাথ গোহাৰি বৰুৱা কোন আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱা একেধাৰে এজন কবি, জীৱনীকাৰ, হাস্যকাৰ, প্ৰৱন্ধকাৰ আছিল।
২) পদ্মনাথ গোহাৰি বৰুৱাৰ কোন চনৰ কোন মাহত জন্ম হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাৰ ১৮৭১ চনৰ ২৯ মাহত জন্ম হৈছিল।
৩) পদ্মনাথ গোহাৰি বৰুৱাৰ কোন গাৱত জন্ম হৈছিল ?
উত্তৰঃ-পদ্মনাথ গহাৰি বৰুৱাৰ উত্তৰ লখিমপুৰৰ নকাৰী গাওঁত হৈছিল ।
৪) পদ্মনাথ গোহাৰি বৰুৱাৰ পিতৃৰ নাম কি আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাৰ পিতৃৰ নাম ঘিণাৰাম গোহাৰি বৰুৱা আছিল ।
৫) পদ্মনাথ গোহাৰি বৰুৱাৰ মাতৃৰ নাম কি আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাৰ মাতৃৰ নাম লম্ভী দেৱী আছিল।
৬) পদ্মনাথ গোহাৰি বৰুৱা কোন বংশৰ লোক আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱা এখন থাউমুং ক্লিংলুনমন বুঢ়াগোহাইৰ বংশৰ লোক আছিল ।
৭) পদ্মনাথ গোহাৰি বৰুৱাই স্কুলীয়া শিক্ষা কোন বিদ্যালয়ত গ্ৰহন কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত গ্ৰহন কৰিছিল।
৮) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল।
৯) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ১৮৯০ চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল।
১০) প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাৰি বৰুৱাই কোন কলেজত নামভক্তি কৰিছিল ?.
উত্তৰঃ- প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাৰি বৰুৱাই কলিকতাৰ ৰিপন কলেজত নামভক্তি কৰিছিল ।
১১) অসমলৈ আহি পদ্মনাথ গোহাৰি বৰুৱাই কোন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুপে নিযুক্তি লাভ কৰিছিল ?
উত্তৰঃ-অসমলৈ আহি পদ্মনাথ গোহাৰি বৰুৱাই কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক ৰুপে নিযুক্তি লাভ কৰিছিল ।
১২) পদ্মনাথ গোহাৰি বৰুৱাই কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ।
১৩) পদ্মনাথ গোহাৰি বৰুৱাৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰিবৰুৱাৰ দ্বিতীয় পত্নীগৰাকীৰ নাম হীৰাৱতী আছিল।
১৪) পদ্মনাথ গোহাৰি বৰুৱাৰ কেইগৰাকী জীৱৰী আৰু কেইজন ল'ৰা সন্তান আছিল লিখাঁ ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাৰ সাতজনী জীৱৰী আৰু এজন ল'ৰা সন্তান আছি্ল।
১৫) পদ্মনাথ গোহাৰি বৰুৱাই কোন ঠাইত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই ক'হিমাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল।
১৬) পদ্মনাথ গোহাৰি বৰুৱাই তেজপুৰত কি কি স্থাপন কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই তেজপুৰত নামঘৰ, বাণ মঞ্চ স্থাপন কৰিছিল।
১৭) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ১৯১৮ চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
১৮) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত জোনাকী কাকঁকতৰ সংস্পৰ্শলৈ আহিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই ১৮৮০ চনত জোনাকী কাকঁকতৰ সংস্পৰ্শলৈ আহিছিল ।
১৯) পদ্মনাথ গোহাৰি বৰুৱাই কাৰ সৈতে লগ হৈ ডেকা-গাভৰু নামৰ গন্থখন ৰচনা কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে ডেকা-গাভৰু নামৰ গন্থখন ৰচনা কৰিছিল।
২০) পদ্মনাথ গোহাৰি বৰুৱাই লগৰ সৈতে কি প্ৰকাশ কৰিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই লগৰ সৈতে বিজুলী প্ৰকাশ কৰিছিল ।
২১) পদ্মনাথ গোহাৰি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম উষা আছিল ।
২২) উষা আলোচনীখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ- উষা আলোচনীখন ১৯০৭ চনত প্ৰকাশ পাইছিল।
২৩) পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা দুখন কবিতা গন্থৰ নাম লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা কেইখনমান কবিতা গন্থৰ নাম হ'ল- জুৰণি আৰু ফুলৰ চানেকি ।
২৪) পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম হ'ল-ভানুমতী, লাহৰি ।
২৫) পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা উপন্যাখনৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ৰচনা কৰা উপন্যাখনৰ নাম মোৰ সোঁৱৰণী লিখাঁ ।
২৬) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ১৯১৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
২৭) পদ্মনাথ গোহাৰি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছিল।
২৮) পদ্মনাথ গোহাৰি বৰুৱাক কি বুুলি গন্য কৰা হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাক "পিতামহা"বুলি গন্য কৰা হৈছিল ।
২৯)পদ্মনাথ গোহাৰি বৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম হ'ল - লক্ষ্মীনাথ বেজবৰুৱা।
৩০) পদ্মনাথ গোহাৰি বৰুৱাই কাৰ সৈতে লগ হৈ অসমীয়া ভাষাত পাঠ্যপুথি লিখিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই কপানীন্দ্ৰনাথ গোঁহাইৰ সৈতে লগ হৈ অসমীয়া পাঠ্যপুথি লিখিছিল ।
৩১) পদ্মনাথ গোহাৰি বৰুৱাৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাৰ ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে মৃত্যু হৈছিল।
Type Arup Koch