Lesson 8

 Mijbil The otter

1. What ' experiment did Maxwell think Camusfearna would be suitable for? 

মেক্সৱেলে কেম’চফিয়াৰনা কি ধণৰ পৰীক্ষাৰ বাবে ভাল হ’ব বুলি ভাৱিছিল?

Answer: While travelled to southern Iraq, Maxwell decided to keep on otter as a pet instead of a dog. He thought Camusfearna was surrounded by water that was a stone’s throw from its door, so it would be an eminently suitable spot for this experiment.

   মেক্সৱেলে ছাউথ ইৰাকলৈ ঘূৰিবলৈ যাওঁতে এটা উদ্ জন্ত্ত হিচাপে ৰখাৰ সিদ্ধান্ত লৈছিল।তেওঁ ভাবিছিল কেমুছুফিয়েৰনা পানীৰে আগুৰি থকা ঠাই গতিকে তেনে এডোঙৰ ঠাইত উদ পুহিবৰ বাবে বৰ ভাল ঠাই হ’ব।


2. Why does he go to Basra? How long does he wait there, and why? 

তেওঁ বাছ্ৰালৈ কিয় গৈছিল? তাত কিমান দিনৰ বাবে আৰু কিয় আছিল?

Answer: He goes to Basra to the consulate General to receive and answer his mail from Europe. Unfortunately his friend’s mail had arrived. Thereby he tried connecting to England via telegraph & telephone but could not associated due to waiting period and other technical issues. Thus he waited their for five days until his mail arrived.

  সি্ জেনেৰেলক লগ কৰিবলৈ আৰু মেইলৰ উত্তৰ লবলৈ বাচৰালৈ গৈছিল।দুৰ্ভাগ্যবশতঃ তাৰ লগৰ জনৰ উত্তৰ আহিল আৰু তেওঁৰ নাহিল।যাৰ বাবে তেওঁ পাচদিনলৈকে থাকিব লগা হ’ল।


3. How does he get the otter? Does he like it? Pick out the words that tell you this.

 সি উদটো কেনেকৈ পাইছিল? সি এইটো ভাল পাইছিলে নে? কোনবোৰ শব্দৰ পৰা এই কথা গম পালা বিচাৰি উলিওৱা।

Answer:  His friend gave him the otter in the hands of two Arabs with a note.

                       The author likes it which reflects in his words “otter fixation” which means a strong connection between the otter and the owner. 

তাৰ এজন বন্ধুৱে দুজন আৰবীৰ হাতত টোকা এটাৰ সৈতে উদটো দি পঠিয়াইছিল।

   কবি্য়ে উদটো ভাল পাইছিল,সেই কথা তেওংৰ শব্দৰ জৰিয়তে প্ৰকাশ পাইছিল।উদটোৰ লগত তেওঁৰ আন্তৰিকতা গঢ় লৈ উঠিছিল।


4. Why was the otter named ' Maxwell's otter '? 

উদটোক কিয় মেক্সেৱৰ নামেৰে নামাকৰণ হ’ল?

Answer: The race off otter was not known to science & it was named by zoologist Lutrogale perspicillata Maxwelli or Maxwell’s Otter.

উদৰ প্ৰজাতিটো মানুহৰ বাবে অজ্ঞাত আছিল।সেইবাবে ইয়াক মেক্সৱেল নামৰ বিজ্ঞানীজনৰ নামেৰে নামাকৰণ কৰা হৈছিল।


5. Tick the right answer. In the beginning, the otter was 

aloof and indifferent 

friendly 

hostile 

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

Answer: The otter was aloof and indifferent in the beginning.

       উদটো আৰম্ভণিতে পৃথক আৰু উদাসীন আছিল।


6. What happened when Maxwell took Mijbil to the bathroom? What did do two days after that?

মেক্সৱেলে মিজবলিক স্নানঘৰলৈ লৈ যাওঁতে কি হৈছিল? ইয়াৰ দুদিনৰ পাছত কি হৈছিল?

Answer: The otter went wild with joy in the water when Maxwell took it to the bathroom. It was the plunging and rolling in it & jumped up and down the length of the bathtub.

   After two days, the otter suddenly disappeared & went to the bathroom play in the water and opened   the tap on his own.

   উদটোৱে পানীত খেলিবলৈ পাই আনন্দত উৎফুল্লিত হৈছি্ল যেতিয়া মেক্সৱেলে তাক স্নানঘৰলৈ লৈ গৈছিল।উদটোৱে খৰধৰকৈ আগুৱাই গৈ গাধোৱা কলটোত সোমাই জপিয়াই আছিল।

    দুদিন পাছত উদটোৱে নিজেই আগুৱাই গৈ স্থাৱনঘৰত সোমাই পানীৰ টেপ খুলিছিল


7. How was Mij to be transported to England?

 মিজবিলক কেনেকৈ ইংলেণঅডলৈ নিয়া হৈছিল?

Answer: The airlines had directed the author to pack MIjbil in a box. Because British air lines did not allow pets on board, the author had to book a ticket on a different airline from Iraq to Paris & then Paris to London.

  বিমান কৰ্তৃপক্ষই লিখকজনক উদটোক এটা বাকচত ভৰাই নিবলৈ আদেশ দিছিল।কিয়নো বৃটিছ বিমান কৰ্তৃপক্ষই কেতিয়াও জীৱ-জন্ত্ত নিয়াটো অনুমতি দিয়া নাছিল।সেইবাবে লিখনে বেলেগ বিমানৰ জৰিয়তে ইৰাকৰ পৰা পেৰিছ হৈ লণ্ডন যাবলগীয়া হৈছিল।


8. What did Mij do to the box?

(মিজবিলে বক্সটো কি কৰিলে?)

Answer: Mijbil did not feel comfortable in the box and tried to escape. In his attempt to escape, Mij tore into the metal lining of the box and in the process hurt himself.

  মিজবিলে বাকচটোত অসুবিধা পাইছিল আৰু তাৰ পৰা পলাব বিচাৰিছিল।সি বাকচটোৰ পৰা ওলাব চেষ্টা কৰোতে বাকচটোৰ কাষত লাগি আঘাত পাইছিল।


9. Why did Maxwell put the otter back in the box? How do you think he felt when he did this?

       মেক্সৱেলে মিজবিলক পুনৰ বাকচত কিয় ভৰাইছিল? তেনে কৰোতে সি কি অনুভৱ কৰিছিল?

Answer: To carry Mijbil to London. Maxwell had no other way instead of put the otter in the box again. He must how felt pity on the way the otter hurt himself. Moreover he must he worried as well.

    মিজবিলক লণ্ডন নিবলৈ মেক্সেৱলৰ ওচৰত আন একো উপায় নাছিল,সেয়ে তাক বাকচত ভৰাইছিল।সি উদটোক বাকচত ভৰাওতে মনত বৰ আঘাত পাইছিল আৰু তাক লৈ চিন্তিত হৈছিল।


10. Why does Maxwell say the air hostels was “the very queen of has kind”?

মেক্সৱেলে বিমান পৰিচালিকা গৰাকীক কিয় বহুত ভাল গুণৰ অধিকাৰী বুলি কৈছিল?

Answer: The air hostels was sympathetic towards Maxwell after listening to his story. She understood his feeling and thus have him permission to take the otter out of the box. For her sympathetic nature, she was called “the very queen all the kind”.

    বিমান পৰিচালিক গৰাকীয়ে মেক্সেৱেলৰ জৰিয়তে উদটোৰ কথা শুনি নিজৰ সহানুভূতি প্ৰকাশ কৰিছিল আৰু মেক্সৱেলক উদটো বাকচৰ পৰা উলিয়াই কোলাত লৈ লবলৈ উপদেশ দিছিল।সেইবাবে তেওঁ বিমান পৰিচালিকা গৰাকীক ভাল বুলি কৈছিল।


11. What happened when the box was opened?

(বাকচটো খোলাৰ পাছত কি হৈছিল?)

Answer- Mijbil ran out of the box when it was opened. Then it ran all over the place scaring all the passengers. It created a chaos and most of the people in the plane got scared.

  বাকচটো খোলা লগে লগে মিজবিল পলাই গৈছিল।সি বাকচটোৰ পৰা পলাই গৈ বাকী বিমান যাত্ৰীবোৰক ভয় খোৱাইছিল। 


12.What game had Mij invented?

(মিজবিলে কি খেল আৱিষ্কাৰ কৰিছিল?)

Answer- Mijbil invented a game of playing with ball in a unique way. One of the author’s suitcase was damaged. He would put the ball on the high end and run to catch it as it slided to the lower end.

  মিজবিলে নিজে এটা খেলৰ আৱিষ্কাৰ কৰিছিল।সি বলটো এটা ওখ ঠাইত থৈ আনফালে আহি বলটো সৰি পৰালৈ বাট চাই থাকে।


13. What are compulsive habits? What does Maxwell say are the compulsive habits of

(i) School children

(ii) Mij

 বলপূৰ্বক অভ্যাস বুলিলে কি বুজা? মেক্সেৱৰ মতে স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু মিজৰ বলপূৰ্বক অভ্যাস কি?

Answer- Compulsive habits are usually strange act or behaviour which a person without clear reason.

i) School children place their feet squarely on centre of each paving block. They touch every seventh upright of the iron railings. They pass to the outside of every second lamp post.

ii) Mij would tug the author to the wall of the school near his house. He would jump on to it. He would then gallop the full length of its thirty yards.

    বলপূৰ্বক অভ্যাস মানে কোনো ব্যক্তিয়ে অনিচ্চা সত্বেও কৰা কিছুমান আচৰণ।

i) স্কুলৰ ছাত্ৰ-ছাত্ৰীবোৰে সদায় শাৰী পাতি চেষ্টাৰত থিয় হয় আৰু লেমপ পঠটোৰ কাষেদি পাৰ হৈ বাহিৰত ওলাই যায়।

ii) মিজে লিখকক খুটাত স্কুলৰ কাষৰ খুঁটাত বান্ধি তাৰ ওপৰত জপিয়াবলৈ চেষ্টা কৰিছিল।


14. Why group of animals of otters belong to?

উদটো কোনবোৰ জন্ত্তৰ প্ৰজাতিত পৰে?

Answer- Otters belong to the small group of animals called Mustellines. These are shared by the badger, mongoose, weasel, stoat, mink etc.

  উদবিলাক মুষ্টেলিন নামৰ এক বিশেষ প্ৰজাতিৰ অন্তৰ্গত।এই প্ৰজাতিৰ অন্তৰ্গত আন জন্ত্তবোৰ হ’ল- বেডজাৰ, মংগ’ছ, ৱেছেল, মিংক আদি।


15. What guesses did the Londoners make about what Mij was?

  লণ্ডনৰ মানুহবোৰে মিজক কি বুলি অনুমান কৰিছিল?

Answer- The Londoners made guesses that Mij was ‘a baby seal’, ‘a squirrel’ or ‘a walrus’.

It was also ‘a beaver’, ‘a bear cub’, ‘a leopard’.

 লণ্ডনবাসীয়ে মিজক কেৰ্কেটুৱা, শিহু, ভালুক, লতা মাকৰী বাঘ আদিৰ লগত তুলনা কৰিছিল।


16. What things thus Mij do which tell you that he is an intelligent, friendly, and fun- loving animal who need love?

  মিজৰ কোনবিলাক আচৰণৰ জৰিয়তে তাৰ বুদ্ধি তথা সহৃদয়তা আৰু ধেমেলীয়া স্বভাৱৰ উমান পাইছিল?

Answer- Mij invented his own game out ping pong ball and a worn down suitcase. He loved water, and once he understood that on opening the tap water came out of it, he would get into the tub and played with water.

  He had gradually for med a special attachment with Maxwell. It grows desperate when Maxwell left it in a por and wanted to come out as soon as possible.

মিজে নিজে পিঙপঙ বলটো খেলি নতুন খেল আৱিষ্কাৰ কৰিছিল।সি পানী খেলি ফুৰ্তি কৰি থাকি ভাল পাইছিল।লিখকে মিজবিলৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তুলিছিলে আৰু তাৰ পৰ আতৰি থাকিব  নোৱাৰিছিলে।


17. What are some of the things we come to know about otters from this text?

       পাঠটিৰ জৰিয়তে আমি মিজবিলৰ বিষয়ে কি কি জানিলো?

 Answer- Otters belong to a comparatively small group of animals called Mustelli. They are found in large numbers in marshes. Arabs keep them as pets and tame them.

     উদবিলাক মুষ্টেলি নামৰ এক দূষ্প্ৰাপ্য প্ৰজাতিৰ অন্তৰ্গত।ইহঁতে বোকাৰ মাজত থাকে।আৰু আৰবী লোকসকলে ইহঁতক পোহনীয়া জন্ত্ত হিচাপে ৰাখে।


18. Why is Mijs species now to the world as Maxwell’s otter?

মিজৰ প্ৰজাতিটোক কিয় মেক্সৱেলৰ উদ নামেৰে জনা যায়?

Answer- Maxwell otter was of a race previously unknown to science and was at length named by zoologists Lutrogale Perspicillata Maxwell, hence, it is known as Maxwell’s otter in short.

     মেক্সেৱেৰ উদ দুষ্প্ৰাপ্য প্ৰজাতিৰ আছিল যিয়ে বিজ্ঞানৰ পৰিসীমাৰ আঁতৰত আছিল।পাছলৈ এজন খ্যাতনামা বিজ্ঞানী লুট্ৰ’গেল পাৰপিচিলেট মেক্সৱেলে এই প্ৰজাতিটো আৱিষ্কাৰ কৰিছিল।সেইবাবে ইয়াক মেক্সেলৰ উদ নামেৰে জনা যায়।


Angamita Dutta

(M.A in Englsih)



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------