Lesson- 7 (Pome)


The Tree


Summary

            The poet has done a symbolic representation of trees in this poem. Here, trees are refer to woman who have been healed and are ready to move out of their houses to fulfil their primary purpose – to renew the forest of mankind. As woman have remained indoors, the forest has become empty, the birds and insects rendered shelter less. The sun’s rays do not have the tree trucks and leaves to fall upon and thus, reach the earth, she says that the forest will be full of trees the next morning. The roots of the tress are working hard to separate from the floor of the veranda where they have remained fixed. The leaves and branches are moving towards the glass windows. They are desperate to move out just like a newly discharged patient who has not recovered completely, moves to the exit door of the hospital of a hurry. The poet if sitting in her house with the doors of the open. Shi is writing letters but does not mention this movement of the trees. It is night time, the sky is clear & a bright moon is visible. She can smell the leaves & lichen which seem to be calling out desperately. She hears the glass of the window pane breaking. The  trees are moving out and the fast blowing wind embraces them. As the trees have reached the forest, the tall and strong oak tree ouearshadaws the moon and it seems that the moon has been broken into several pieces.


মূলভাৱঃ

       কবিতাটোৰ জৰিয়তে কবিয়ে গছক সাংকেতিক ভাৱে উপস্থাপন কৰিছে।ইয়াত গছবোৰক মহিলাৰ লগত তুলনা কৰিছে যিয়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে ঘৰৰ পৰা বাহিৰত ওলাই যায়।মহিলাবোৰৰ অবিহনে যিদৰে ঘৰখন অসম্পূৰ্ণ তেনেদৰে গছ অবিহনে হাবিবোৰ অসম্পূৰ্ণ, চৰাইবোৰৰ থাকিবলৈ ঠাই নাই, পতঙ্গতাবোৰৰ ঠাই নাই লুকাবলৈ, সূৰ্যৰ ৰশ্মিৰ জীৰাবলৈ কোনো গছৰ ডাল নাই ঘৰে-বাবে হৈ আহি মাটিত পৰেহি।কবিয়ে কৈছে অহাকালিকৈ হাবিবোৰ গছেৰে ভৰি পৰিব।কিয়নো গছবোৰে কবিৰ ঘৰৰ চোঁতালৰ পৰা নিজক আঁতৰাই আনিবলৈ অহৰহ চেষ্টা কৰিছে।গছৰ ডাল-পাতবোৰ কাঁচৰ খিড়িকীখনৰ ফালে গতি কৰিছে।সিহঁতে চিকৎসালয়ৰ পৰা যাবলৈ উৎসুক হৈ পৰিছে,যিয়ে সম্পূৰ্ণ সুস্থ হৈ নুঠাকৈয়ে চিকিৎসায়লৰ পৰা যাবলৈ উদগ্ৰীৱ হৈ থাকে।কবিয়ে দৰ্জাখন খুলি চোতালৰ ফালে মুখ কৰি বহি আছে।কবিয়ে কাৰোবালৈ চিঠি লিখি আছে য’ত তেওঁ গছবোৰৰ আচৰণৰ কথা উল্লেখ কৰা নাই।


Questions I

1. Find in the first stanza, three things that can not happen in a treeless forest.

  প্ৰথম স্তৱকৰ পৰা এটা বস্ত্ত বাছি উলিওৱা যিটো এখন গছ নোহোৱা হাবিত হ’ব নোৱাৰে।


Answer The three things that can not happen in a treeless forest are – the sitting of a bird on trees, The hiding of insects and the sun burying its feet in the shadow of the forest.

    গছ নথকা হাবিত হ’ব নোৱাৰা তিনিটা কাম হ’ল- চৰাইবোৰে গছত জিৰণী লব নোৱাৰে, পোক পতঙ্গবোৰে লুকাবলৈ ঠাই নাপাব আৰু সূৰ্যৰ ৰশ্মিয়ে আহি গছৰ ছাঁত পৰিব নোৱাৰিব।


2. What picture do these words create in your mind”… sun bury its feet in  shadow …”? What could the poet mean by sun’s feet?

      শব্দকেইটাৰ জৰিয়তে তোমাৰ মনলৈ কেনে ধৰাণা আহুছে”… বেলিটোৱে গছৰ ছাঁত থয়, ‘বেলিৰ ভৰি’ মানে কবিয়ে কি বুজাব বিচাৰিছে?

Answer: By the words mentioned in the question, we got the idea of the sun rays fall on the earth. Without trees there would be no shadow on the ground, the rays fall directly on the ground, in a forest with trees, the shadow hides the sun rays that it seems that the sun is burning its in the shadow that fall from the trees.

   প্ৰশ্নোদ্ধৃত শব্দকেইটাৰ জৰিয়তে, আমি সূৰ্যৰ ৰশ্মিৰ আভাস পাওঁ যুয়ে পৃথিৱীত আহি পৰেহি।গছ অবিহনে ধৰাত ক’তো ছাঁ নাথাকিবি, হাবিবোৰত থকা গছৰু ছাঁবোৰে সূৰ্যৰ ৰশ্মিক ঢাকি ধৰে আৰু ই গছৰ ডাল পাততে জিৰণি লয়।


Questions II

1. Where are the trees in the poem? What do their roots, their leaves and their twigs do?

   কবিতাটোত গছবোৰ ক’ত আছে?  গছবোৰ শিপা ডাল, পাত আদিবোৰে কি কৰিছে?

Answer: In the poem, the trees are trapped in in the poot’s house. Their roots work all night to disengage themselves from the racks in the veranda floor. The leaves try very hard to move towards the glass and put a lot pressure on it so that it breaks while the small twigs get stiff with exertion.

   কবিতাটোত গছবোৰ কবিৰ ঘৰত আছে।ইহঁতৰ শিপা বোৰে ওৰে নিশা কষ্ট কবিৰ ঘৰৰ চোতালৰ পৰা নিজকে আংতৰাই আনিবলৈ।গছৰ পাতবোৰেও কাঁচখনৰ ফালে যাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল।ঠিক তেনেদৰে সৰু ডাল পাতবোৰেও কঠোৰ পৰিশ্ৰম কৰিছিল।


2. What does the poet compare their branches to?

   কবিয়ে ডালবোৰক কিহৰ লগত তুলনা কৰিছে।

Answer: The poet compares the branches to newly discharged patients of a hospital. The large branches of the trees become cramped due to the roof above them and when they get free they rush stumblingly to the outside world. While doing so, they look half-shocked like the patients, who wait for a long time to get out of the hospital.

কবিয়ে গছৰ ডালবোৰক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া নতুন ৰোগীৰ লগত তুলনা কৰিছে।ডাঙৰ ডালবোৰ থেপাথেপি হৈ আছে ওপৰত থকা চাঁদখনৰ বাবে আৰু যেতিয়াই সিহঁতে মুকলি ঠাই পাইছে তেতিয়াই নতুনকৈ ঠন ধি উঠিছে।সেই সময়ত সিহঁতক চিকিৎসায়ত মুক্তিৰ বাবে অপেক্ষাৰত ৰোগীৰ দৰে দেখা গৈছি।

Question III

1. How does the poet describe the moon:

কবিয়ে জোনটো কিদৰে বৰ্ণনা কৰিছেঃ

 a) at the beginning of the third stanza’

    তৃতীয় স্তৱকৰ আৰম্ভণিত,

 b) as its end? What causes this change?

 একে স্তৱকৰ শেষত? কিয় এই পৰিৱৰ্তন হৈছে?

Answer: a) At the beginning of the third stanza, the poet says that the full moon is shining in the open sky in the fresh night.

   তৃতীয় স্তৱকৰ আৰম্ভণিতে কবিয়ে কৈছে যে জোনটো মুকলি আকাশৰ তলত জিলিকি আছে।

b) At the end of the stanza, she described that the moon breaks into pieces like a broken mirror & shines on the heads of the tallest oak trees. AS the trees move outside, they cover some of the shine of the moon and it can be seen only in parts. This is why, it seems that the moon broken into pieces.

  স্তৱকৰ শেষত কবিয়ে কৈছে, জোনবাইটো কাঁচৰ দৰে টুকুৰা টুকুৰ হৈ ভাঙি পৰিলে আৰু ই আটাইতকৈ ডাঙৰ ওখ অ’ক গছডালৰ ওপৰত জিলিকি ৰৈছে।বাকী গছবোৰৰ ওপৰতো জোনৰ ক্ষীণ পোহৰ পৰা বাহিৰৰ পৰা দেখিবলৈ পোৱা গৈছে।সেয়েহে কবিয়ে জোনবাইটো টুকুৰা টুকুৰ হৈ যোৱা বুলি কৈছে।


2. What happens to the house when the trees move out of it?

যেতিয়া গছবোৰ ঘৰোটোৰ পৰা আঁতৰ হ’ব তেতিয়া হ’ব?

Answer: When the trees move out of the house, the glasses break and the whispers of the trees vanish, leaving the house silent.

     যেতিয়া গছবোৰ ঘৰটোৰ পৰা আঁতৰি যাব তেতিয়া কাঁচবোৰ ভাঙি থাকিব আৰু গছৰ শব্দবোৰ নাইকিয়া হৈ ঘৰটো নিজনতাত ডিব যাব।


3. Why do you think the poet does not mention “the departure of the forest from the house “in her letter? (could it be that we are unexpected that they embarrass us? Think about this again when you answer the next set of questions.)

    (কবিয়ে চিঠি খনত গছবোৰ ঘৰৰ চোতালৰ পৰা ঘৰে বিচৰা কথাটো কিয় কোৱা নাছিল বুলি তুমি ভাবা? (তেওঁ কথাটোও লাজ পাব বুলিয়ে কোৱা নাছিল নেকি? পৰৱৰ্তী উত্তৰকেইটা কৰোতেও এইটো কথা ভাবিবা)

Answer: The poet hardly mentions about “the departure of the forest from the house” in her letters because it is humans, who did not care for nature in the first place. So may be, the poet now thinks that nobody would be interested in knowing about the efforts that the trees are making in order to set themselves free. If others men cared about the trees, they would not have destroyed them. It seems that this whole beauty of trees moving back to forests can be seen and felt only by the poet.

    কবিয়ে নিজৰ চিঠিখনত গছবৰো আঁতৰি যোৱা কথা উল্লেখ কৰা নাছিল, কাৰণ মানুহে কেতিয়াও প্ৰকৃতিৰ প্ৰতি সজাগ বা সতৰ্ক নহয়।সেয়েহে তেওঁ ভাবিলে যে গছবোৰৰ তেওঁৰ ঘৰৰ চোতালৰ পৰা ওলাই যাবলৈ কৰা অপ্ৰাণ চেষ্টাৰ কথা কোনো মানুহে শুনিব নিবিচাৰিব।কাৰণ বাকী মানুহবোৰে গছবোৰৰ কথা বুজি পোৱা হ’লে সিহঁতৰ যত্ন ললে হয়।হাবিৰ মাজত থকা গছবোৰৰ সৌন্দৰ্য কেৱল কবিয়েহে উপভোগ কৰিব পাৰে।

Questions Iv

Now that you have read the poem in detail, we can begin to ask what the poem might mean. Here are two suggestions. Can you think of others.

(সম্পূৰ্ণ কবিতাটো বুজি উঠা পাছত কবিতাটোৰ বিষয়ে তোমাৰ অভিব্যক্তি কেনেকুৱা? তলত দুটা ধাৰণাৰ উদাহৰণ দিয়া গৈছে তুমি নিজা ববীয়াকৈ আৰু কি ভাবা?)

1. Does the poem present a conflict between man and nature? Compare it with A Tiger in the zoo. Is the poet suggesting that plants and trees, used for ‘interior decoration’ in cities while forests are cut down, are imprisoned and need to “break out”?

কবিতাটোত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সংঘৰ্ষৰ কথা কোৱা হৈছে নেকি? উক্ত কবিতোটো “ এ টাইগাৰ ইন্ দ্যা জু”নামৰ কবিতাটোৰ লগত তুলনা কৰা।কবিয়ে দৰাচলতে ক’ব বিচাৰিছে নেকি যে বৰ্তমান সময়ত মানুহে প্ৰয়োজনীয় আচবাব তৈয়াৰ কৰিবলৈ ঘৰ শুৱনি কৰিবলৈ হাবিৰ গছ-গছনিবোৰ কাটি পেলাই?

Answer: Yes the poem presents a conflict between man and nature. Man has always caused much harm ton nature, without reali3ing that it actually is a harm to the human race. Humans cut down forests for forest goods, which has destroyed a lot of natural beauty. By kipping trees inside walls and denying them their natural home, they are denying them their freedom. That is why? The trees want to move out. Similarly in the poem, A Tiger in the zoo, the poet shaws that animals feel baunded by cages and they want to get free and run wild in the open

হয় কবিতাটোত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সংঘৰ্ষৰ কথাই কোৱা হৈছে।দৰীচলতে মানুহে প্ৰকৃতিৰ ওপৰত ধ্বংস যজ্ঞ চলাই, কিন্ত্ত এই কথা কেতিয়াও অনুভৱ নকৰে যে এই কামটোৱেমানুহৰ জীৱনটো বিৰূপ প্ৰভাৱ পেলাব।নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে গছবোৰ কাটি প্ৰকৃতিৰ সৌন্দৰ্য নষ্ট কৰে।গছবোৰক প্ৰকৃতিৰ বুকুৰ পৰা আঁতৰাই আনি মানুহে সিহঁতৰ অধিকাৰ খৰ্ব কৰে।সেইকাৰণে গছবোৰকে কবিৰ ঘৰৰ চোতালৰ পৰা যাব বিচাৰিছে।একেধৰণে ‘এ টাইগাৰ ইন্ দ্যা জু’ নামৰ কবিতাটোত কবিয়ে দেখাইছে যে কিদৰে জন্ত্তবোৰে সঁজাৰ ভিতৰত বন্দী যেন অনুভৱ কৰে আৰু তাৰ পৰা ওলাই পলাই যাব বিচাৰে।

2. On the others hand, Adrienne Rich has been known to use trees as a metaphor for human beings: this is a recurrent image in her paltry. What new meanings emerge from the poem if you take its trees to be symbolic of this particular meaning?

আনহাটে এন্ড্ৰিয়েনে ৰিছ্ জনাজাত গছক মানুহৰ ৰূপক হিচাপে ব্যৱহাৰৰ বাবে জনাজাত।তুমি যদি গছক সেই হিচাপে লোৱা তেনেহ’লে তোমাৰ মনলৈ কি নতুন ধাৰণা আহে কবিতাটোক লৈ।

Answer:  If trees have been used as a metaphor of human beings, then the poem would mean that like the trees, humans too want to break free of the boundaries that life puts on them. Modern life with all kinds of physical comfort has also brought a lot of moral downfall. Our lives howe become busy and we have become selfish and greedy. Man would also want to enjoy the beauty of nature and & go out in the open and be free, just like trees.

       যদি গছবোৰক মানুহৰ ৰূপক বুলি তুলনা কৰা হ’ল হয় তেনেহ’লে কবিতাটোৰ অৰ্থ হ’ল হয় যে গছবোৰৰ দৰেও মানুহে তেওঁলোকৰ ওপৰত আবদ্ধিত শিখইলতাৰ পৰা পলাই যাব বিচাৰে।আধুনিক যুগৰ ভৌতিক সুখ বিচাৰি ceনুহে নিজৰ নীতি আদৰ্শ সকলো হেৰুৱাই মানুহবোৰ ব্যস্ত, স্বাৰ্থপৰ আৰু লুভীয়া হৈ পৰিছে্।তেওঁলোকেও এই যান্ত্ৰিক পৃথিৱীখনৰ পৰা আঁতৰি প্ৰকৃতিৰ আনন্দ উপভোগ কৰিব বিচাৰে।


________________________________

1. A Letter To God ( G.L. Fuentes)
   
Dust of Snow (Robert Frost)
   
Fire and Ice (Robert Forest)

________________________________

________________________________
NELSON ROLIHIAHLA MANDELA



________________________________

________________________________

3. Two Stories about Flying



II. Black Aeroplan - FREDERICK FORSYTH 


How to tell Wild Animals  -  CAROLYN WELLS


The Ball poem - JOHN BERRYMAN
________________________________

________________________________



Amanda - ROBIN KLEIN

________________________________

________________________________


________________________________

________________________________



Animals - WALT WHITMAN

_______________________________

_______________________________

7. Glimpses of India 


I. A Booker from Goa - LUCIO RODRIGUES 






________________________________

________________________________

8. Mijbil the Otter - GAVIN MAXWELL 



________________________________

________________________________




________________________________

________________________________


For Anne Gregory - WILLIAM BUTLER YEATS 

________________________________

________________________________

11.  The proposal - ANTON CHEKOV

________________________________

________________________________

12.  Career Opportunities-Basic Ideas
________________________________


Angamita Dutta

(M.A in English)