Lesson: 8 (Pome)

 Fog


Summary:

                         The poem ‘Fog’ has a strong reflection about nature. The poem does have a deeper and strong meaning. Fog are visible is cold areas as in mountains as forests. But in this poem, the poet described fog which is happening is the cities and harbour. He gave a wonderful comparison between the fog and a eat. When a cat comes around as, mostly it is coming so slowly that hardly anyone is getting notice. The same is the case with the fog and its arrival. It just comes in and engulfs the entire place. It stays some time, creating trouble for anyone in between in as it is not aware of the happenings around it. Then the poet says it is just comes, sits at the harbour and looks at the city. It is at the silent haunches and then finally moves on. Therefore, a fog comes in similar to a small and silent kitten and it sits and watches the beauty while it covers the whole city. At last the poet is saying that as a small child gets bored playing the same game., and hence moves on to the next. Similarly, the fog does not stay in one place for a long time. Therefore, after some time the fog also moves on, Fog does not longest at any one place.


মূলভাৱঃ

           ফ’গ নামৰ কবিতাটোত প্ৰকৃতিৰ এক দৃঢ় ছবি দাঙি ধৰা হৈছে।শীতল ঠাই, হাবি, পৰ্বত-পাহাৰ আদি ঠাইবোৰক কুঁৱলীক দেখিবলৈ পোৱা যায়।কিনত্ত্ কবিতাটোত কবিয়ে চহৰত দেখা পোৱা কুঁৱলীৰ কথা কৈছে।কবিয়ে কুঁৱলী আৰু মেকুৰীৰ মাজত এটা তুলনা দাঙি ধৰিছে।যেতিয়া মেকুৰী এটা আহে কোনো ধৰণৰ শব্দ নোহোৱাকৈ সি মনে মনে সোমাই আহে।ঠিক তেনেদৰে কুঁৱলীৰ আগমনো শব্দহীন।ই মনে মনে আহে আৰু চৌপাশ আৱৰি ধৰে।ই কিছুসময়লৈ থাকি মানুহৰ মাজত অজানিতে সমস্যা সৃষ্টি কৰে।ই নিঃশব্দে আহি চহৰৰ এচুকত থাকে ঠিক মেকুৰীৰ দৰে আচৰণ কৰে্।কুঁৱলীয়ে মনে মনে আহি সৌন্দৰ্য উপভোগ কৰি গুচি যায়।সকু ল’ৰা ছোৱালীয়ে যিদৰে দীৰ্ঘ সময়ৰ বাবে একে ঠাইথ থাকিব নোৱাৰে, ঠিক তেনেদৰে কুঁৱলীয়েও দীৰ্ঘ সময়ৰ বাবে একে ঠাইত নাথাকে।      

  

Question 1

a) What does sandbeerg think the fog is like?

ছেন্দবাৰ্গে কুঁৱলীক কিহৰ লগত তুলনা কৰিছে?

Answer:  Sandbeerg thinks that the fog is like a cat.

ছেন্দবাৰ্গে কুঁৱলীক মেকুৰীৰ লগত তুলনা কৰিছে্।


b) How does the fog come?

কুঁৱলী কেনেকৈ আহে্?

Answer:  The fog come silently like a cat on its small feet.

 কুঁৱলী মনে মনে মেকুৰীৰ দৰে কোনো শব্দ নকৰাকৈ আহে।


C) What does “it” in the third line refer to?

  ‘ই’ শবি্দটোৱে তৃতীয় শাৰীটোত কাক বুজাইছে?

Answer:  In the third line, ‘it’ refers to the fog.


d) Does the poet actually  say that the fog is like a cat? Find there things that tell us that the fog is like a cat.

 কবিয়ে কুঁৱলীক মেকুৰীৰ লগত তুলনা কৰিছে নেকি? তিনিটা উদাহৰণ দাঙি ধৰা যিয়ে কুঁৱলীক মেকুৰীৰ লগত তুলনা কৰা বুজাইছে?

Answer: The poet does not actually say that the fog is like a cat, but he uses the metaphor of a cat for comparison. 

কবিয়ে প্ৰত্যক্ষভাৱে কুঁৱলীক মেকুৰীৰ লগত তুলনা কৰা নাই যদিও ৰূপক ব্যৱহাৰ কৰি মেকুৰীৰ লগত তুলনা কৰিছে।

Cat are: কুঁৱলীক মেকুৰীৰ লগত তুলনা কৰা তিনিটা উদাহৰণ হ’ল-

i) It comes silently like a cat on its small feet.

ই মেকুৰীৰ মনে মনে খোজ কাঢ়ি আহে।

ii) It looks over like a cat.

ই মেকুৰীৰ দৰে দেখিবলৈ পোৱা যায়।

iii)  It sits on its haunches like a cat.

ই মনে মনে মেকুৰীৰ দৰে পৃষ্ঠভাগত ঘহি থাকে।


Question 2 : You know that a metaphor compares two things by transferring a feature of one thing to the other.

  ৰূপকৰ জৰিয়তে দুটা বস্ত্তৰ মাজত তুলনা কৰা হয়, য’ত এটা বস্ত্তৰ গুণক আন এটা বস্ত্তৰ লগত তুলনা কৰি চোৱা হয়।

a) Find metaphors for the following words and complete the table blew. Also try to say how they are alike.

তলৰ শব্দবোৰৰ বাবে ৰূপকাবোৰ বাছি উলিওৱা আৰু তাৰ মাজৰ সাদৃশ্যবোৰ বাছি উলিয়াবলৈ যত্ন কৰা।

Strom: Tiger: Pounces over the fields: growls 

ধূমুহাঃ বাঘ পথাৰৰ ওপৰত জাপ মাৰে: গৰ্জন কৰে 


Train: Snake- Long rope like body

ৰে’লঃ সাপ- ৰেলৰ দৰে দীঘল


Fire: Sun- Symbol of power  

জুইঃ সূৰ্য- শক্তিৰ প্ৰতীক


School: Temple-Teachers moral values and virtues 

বিদ্যালয়ঃ মন্দিৰ- নীতি শিক্ষাৰ শিকোৱা হয়।


Home: Shelter- Safety, Warmth

ঘৰঃ আশ্ৰয়- সুৰক্ষা, উৎসাহ


Question 3:  Does this poem have a rhyme scheme? Poetry that does not have on obvious rhyming or rhyme is called ‘free verse’. 

  কবিতাটোৰ ছন্দ আছে নে? যিবোৰ কবিতাটোত ছন্দ নাথাকে, তাক মুক্ত ছন্দ বুলি কোৱা হয়।

Answer: This poem does not have a rhyme scheme as the sentences do not end with like sounds. There is no pattern of similarity in the sounds of the ending words of any of the sentences, the refer the poem written in free verse.

 কবিতাটোৰ কোনো ছন্দ নাই কিয়নো ইয়াত একে শব্দৰে শেষ হোৱা কোনো ধৰণৰ শাৰী নাই।গতিকে এই কবিতাটো মুক্ত ছন্দৰ অন্তৰ্গত।


Angamita Dutta

(M.A in English) 



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------