নৱকান্ত বৰুৱাৰ বিষয়ে কিছু চমু প্ৰশ্ন উত্তৰঃ- 

১) নৱকান্ত বৰুৱাৰ জন্ম কোন চনৰ কোন তাৰিখে হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাৰ জন্ম ১৯২৬ চনৰ ২৯ ডিছেম্বৰ তাৰিখে হৈছিল । 

২) নৱকান্ত বৰুৱাৰ পিতৃৰ নাম কি আছিল লিখাঁ ? 

উত্তৰঃ- নৱকান্ত বৰুৱাৰ পিতৃৰ নাম নীলকান্ত বৰুৱা আছিল ।

৩) নৱকান্ত বৰুৱাৰ মাতৃৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- নৱকান্ত বৰুৱাৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱানী আছিল । 

৪) নৱকান্ত বৰুৱাৰ ভাতৃ কেইজন আছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাৰ ভাতৃ তিনি জন আছিল । 

৫) নৱকান্ত বৰুৱাৰ ভাতৃ কেইজনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- নৱকান্ত বৰুৱাৰ ভাতৃকেইজনৰ নাম হ'ল-দেৱকান্ত বৰুৱা , জীৱকান্ত বৰুৱা আৰু শিৱকান্ত বৰুৱা । 

৬) নৱকান্ত বৰুৱাই ক'ত শিক্ষা জীৱনৰ  আৰম্ভৰণি কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ডিবৰুতেই শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিল ।

৭) নৱকান্ত বৰুৱাই কিমান চনত নগাওঁ উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ত নামভক্তি কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৩৩চনত নগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভক্তি কৰিছিল । 

৮) নৱকান্ত বৰুৱাই কিমান চনত মেট্ৰিকুলেচন পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৪১ চনত মেট্ৰিকুলেচন পৰীক্ষাত উৰ্ত্তীন হৈছিল । 

৯) নৱকান্ত বৰুৱাই কিমান চনত কলিকতালৈ পঢ়িবলৈ গৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৪৩ চনত কলিকতালৈ পঢ়িবলৈ গৈছিল।  

১০) নৱকান্ত বৰুৱাই কলিকতালৈ গৈ কোন কলেজত নাম লগাইছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই কলিকতালৈ গৈ কলিকতাৰ শান্তিনিকেতনত নাম লগাইছিল । 

১১) নৱকান্ত বৰুৱাই কিমান চনত স্নাতক পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৪৭ চনত স্নাতক পৰীক্ষাত উৰ্ত্তীন হৈছিল । 

১২) নৱকান্ত বৰুৱাই স্নাতকোত্তৰ ডিগ্ৰী কিমান চনত লাভ কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই স্নাতকোত্তৰ ডিগ্ৰী ১৯৫৩ চনত লাভ কৰিছিল।

১২) নৱকান্ত বৰুৱাই স্নাতকোত্তৰ ডিগ্ৰী কোন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই স্নাতকোত্তৰ ডিগ্ৰী উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল । 

১৩) নৱকান্ত বৰুৱাই কোন মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই এ.কে মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰিছিল ।  

১৪) নৱকান্ত বৰুৱাই কৰ্মজীৱন আৰম্ভ কৰা এ .কে মহাবিদ্যালয়খন কোন ঠাইত অৱস্থিত আছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই কৰ্মজীৱন আৰম্ভ কৰা এ.কে মহবিদ্যালয়খন উত্তৰ প্ৰদেশৰ শিকোহাবাদ নামৰ ঠাই এখনত অৱস্থিত আছিল । 

১৫) নৱকান্ত বৰুৱাই কোন মহাবিদ্যালয়ত প্ৰথমে অধ্যাপক হিচাপে যোগদান কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই প্ৰথমে  যোৰহাটৰ জগন্নাথ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল।  

১৬) নৱকান্ত বৰুৱাই কিমান চনত গুৱাহাটীলৈ বদলি হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৫৪ চনত গুৱাহাটীলৈ বদলি হৈছিল। 

১৭) নৱকান্ত বৰুৱাই বৰুৱাই কোন কলেজলৈ বদলি হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই গুৱাহাটীৰ কটন কলেজলৈ বদলি হৈছিল। 

১৮) নৱকান্ত বৰুৱাই কিমান চনত উপাধ্যক্ষ ৰুপে অৱসৰ গ্ৰহন কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৮৪ চনত উপাধ্যক্ষ ৰুপে অৱসৰ গ্ৰহন কৰিছিল । 

১৯) নৱকান্ত বৰুৱাই কিমান চনৰ পৰা কিমান চনলৈকে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰুপে কাৰ্যনিবাহক কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈকে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰুপে কাৰ্যনিবাহক কৰিছিল ।

২০) নৱকান্ত বৰুৱাই কিমান চনত হে অৰণ্য হে মহানগৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ-নৱকান্ত বৰুৱাই ১৯৫১ চনত হে অৰণ্য হে মহানগৰ কবিতাটো ১৯৫১ চনত ৰচনা কৰিছিল ।

২১) নৱকান্ত বৰুৱাই যতি আৰু কেইটামান স্কেচ্ছ নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই  যতি আৰু কেইখনমান স্কেচ্ছ নামৰ কবিতাটো ১৯৬০ চনত ৰচনা কৰিছিল । 

২২) নৱকান্ত বৰুৱাই এটি দুটি এঘাৰটি তৰা নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ-নৱকান্ত বৰুৱাই এটি দুটি এঘাৰটি তৰা নামৰ কবিতাটো ১৯৫৭ চনত ৰচনা কৰিছিল। 

২৩) নৱকান্ত বৰুৱাই ৰত্নাকৰ নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ? 

উত্তৰঃ- নৱকান্ত বৰুৱাই ৰত্নকৰ নামৰ কবিতাটো ১৯৮৬ চনত ৰচনা কৰিছিল। 

২৪) নৱকান্ত বৰুৱাই ৰৱন  নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ৰাৱন নামৰ কবিতাটো ১৯৬৩ চনত ৰচনা কৰিছিল। 

২৫) নৱকান্ত বৰুৱাই সূৰ্যমুখীৰ অঙ্গীকাৰ নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ-নৱকান্ত বৰুৱাই সূৰ্যমুখীৰ অঙ্গীকাৰ নামৰ কবিতাটো ১৯৯০ চনত ৰচনা কৰিছিল । 

২৬) নৱকান্ত বৰুৱাই মোৰ আৰু পৃথিৱী নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই মোৰ আৰু পৃথিৱী নামৰ কবিতাটো ১৯৭৩ চনত ৰচনা কৰিছিল । 

২৭) নৱকান্ত বৰুৱাই এখন স্বচ্ছ মুখাৰে নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই এখন স্বচ্ছ মুখাৰে নামৰ কবিতাটো ১৯৬০ চনত ৰচনা কৰা হৈছিল । 

২৮) নৱকান্ত বৰুৱাই দলঙত তামীঘৰা  নামৰ কবিতাটো কোন চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই দলঙত তামীঘৰা নামৰ কবিতাটো ১৯৯১ চনত ৰচনা কৰা হৈছিল । 

২৯) নৱকান্ত বৰুৱাই সম্ৰাট  নামৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই সম্ৰাট নামৰ কবিতাটো ১৯৬২ চনত ৰচনা কৰিছিল ।

৩০) নৱকান্ত বৰুৱাই নিৰ্বাচিত কবিতা নামৰ কবিতাটো কি ভাষাত লিখিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই নিৰ্বাচিত নামৰ কবিতাটো ইংৰাজী ভাষাত লিখিছিল। 

৩১) নৱকান্ত বৰুৱাই অনুবাদ কৰা কেইখন কবিতাৰ নাম কি আছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই অনুবাদ কৰা কেইখন কবিতাকেইটাৰ নাম হ'ল-এশ কবিতা, আহত মৰাল, মুক্তধাৰা, কবিৰাই কয় আদি ।

৩২) নৱকান্ত বৰুৱাই কপিলীপৰীয়া  নামৰ উপ্যানাস খন কিমান চনত লিখিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই কপিলীপৰীয়া  নামৰ উপ্যানাস খন ১৯৫২ চনত লিখিছিল। 

৩৩) নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় নামৰ উপ্যানাস খন কিমান চনত লিখিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় নামৰ উপ্যানাস খন ১৮৭৩ চনত লিখিছিল। 

৩৪) নৱকান্ত বৰুৱাই গড়মা কুৱঁৰী  নামৰ উপ্যানাস খন কিমান চনত লিখিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই গড়মা কুৱঁৰী  নামৰ উপ্যানাস খন ১৯৮০ চনত লিখিছিল । 

৩৫) নৱকান্ত বৰুৱাই মানুহ আটাইবোৰ দ্বীপ নামৰ উপ্যানাস খন কিমান চনত লিখিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই মানুহ আটাইবোৰ দ্বীপ নামৰ উপ্যানাস খন ১৯৮০ চনত লিখিছিল। 

৩৬) নৱকান্ত বৰুৱাই পদ্মভূষণ সন্মান কোন চনত পাইছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই পদ্মভূষন সন্মান ১৯৭৬ চনত পাইছিল। 

৩৭)  নৱকান্ত বৰুৱাই অসম উপত্যকা সাহিত্য বটাঁ কোন চনত পাইছিল ? 

উত্তৰঃ- নৱকান্ত বৰুৱাই অসম উপত্যকা সাহিত্য বটাঁ ১৯৯৩ চনত পাইছিল । 

৩৮)  নৱকান্ত বৰুৱাই সাহিত্য অকাডমি বটাঁ কোন চনত পাইছিল? 

উত্তৰঃ-  নৱকান্ত বৰুৱাই সাহিত্য অকাডমি  ১৯৭৫ চনত পাইছিল । 

৩৯)  নৱকান্ত বৰুৱাই মধ্যপ্ৰদেশৰ কবীৰ সন্মান কোন চনত পাইছিল ? 

উত্তৰঃ-  নৱকান্ত বৰুৱাই মধ্যপ্ৰদেশৰ কবীৰ  সন্মান ১৯৯০ চনত পাইছিল । 

৪০)  নৱকান্ত বৰুৱাই কমল কুমাৰী বটাঁ কোন চনত পাইছিল ?

উত্তৰঃ-  নৱকান্ত বৰুৱাই কমল কুমাৰী বটাঁ ১৯৯৮ চনত পাইছিল ।

৪১)  নৱকান্ত বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ  সভাপতি হৈছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৯০ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল । 

৪২) নৱকান্ত বৰুৱাই কিমান চনত অসম প্ৰকাশন পৰিষদ বটাঁ  লাভ কৰিছিল ?

উত্তৰঃ- নৱকান্ত বৰুৱাই ১৯৭৮ চনত অসম প্ৰকাশন পৰিষদ বটাঁ লাভ কৰিছিল ।

৪৩) কিমান চনৰ কিমান তাৰিখে নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল ?

উত্তৰঃ- ২০০২ চনৰ ১৪ জুলাই তাৰিখে নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল ।


TYPE ARUP KOCH