A Triumph Of Surgery

   

 1.Why is Mrs. Pumphrey worried about Tricki?

(মিছেছ প্ৰামফ্ৰে কিয় ট্ৰিকীক লৈ চিন্তিত হৈছিল?)

Answer- Mrs. Pumphrey is worried about Tricki because of his ill health. He has refused to eat food and have bouts of vomiting. She feels that he is suffered from serious illness such as malnutrition.

মিছেছ্ পামফ্ৰে ট্ৰিকীক লৈ চিন্তিত হৈ পৰিছিল কাৰণ তাৰ স্বাস্থ্যৰ অৱণতি ঘটিছিল। সি খোৱা বোৱা সকলে এৰি দিছিল আৰু বমি কৰিছিল। তাই ভাবিছিল যে ট্ৰিকী পুষ্টীহীনতাৰ দৰে জটিল ৰোগত ভূগিছে।


2.What does she do to help him? Is she wise in this?

(  তাই তাক সহায় কৰিবলৈ কি কৰিছিল? এই কামত তাই শুদ্ধ আছিল নে?)

Answer- To Help Tricki, Mrs. Pumphrey gives him extra food like malt, cod-liver oil, Horlicks for his better health condition. She does not give him any exercise. In doing so she is not wise because overfeeding can worsening Tricki’s condition and made him fat and lazy.

 'ট্ৰিকীক সহায় কৰিবলৈ মিছেছ্ পামেফ্ৰেই তাক অতিৰিক্ত খাদ্য যেনে মল্ট, ক’ড লিভাৰ অইল, হৰলিক্স আদি তাৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে দিছিল। তাই তাক কোনো ধৰণৰ শৰীৰ চৰ্চাও কৰোৱা নাছিল। মিছেছ্ পামফ্ৰেইৰ এই ধৰণৰ কাম কাজবোৰে ট্ৰিকীৰ স্বাস্থ্যৰ অৱনতিহে ঘটাইছিল। অত্যাধিক পৰিমাণৰ খোৱা বস্তু দিয়াৰ বাবে সি শকত আৰু এলেহুৱা হৈ পৰিছিল।


 3.Who does ‘I’ refer to in this story? 

(কাহিনীটোত মই শব্দটোৱে কাক সূচাইছে?)

Answer- In this story ‘I’ refers to the narrator Mr. James Herriot.

কাহিনীটোত ‘মই’ শব্দটোৱে বক্তাজনক অৰ্থাৎ মিষ্টাৰ জেমছ হেৰিয়টক সূচাইছে।


4. Is the narrator as rich as Tricki’s mistress?

(বক্তাজন ট্ৰিকীৰ মালিকনীৰ দৰে চহকী নে?)

Answer- No the narrator is not rich like Mrs. Pumphrey. The narrator is surprised and fascinated after watching that how lavishly she spends on the well being of her pet. The enriching items sends for Tricki are unaffordable for him.

নাই বক্তাজন মিছেছ পামফ্ৰেৰ দৰে চহকী নহয়।বক্তাজনে মিছেছ্ পামফ্ৰেই ট্ৰীকিৰ যতনত যথেষ্ট খৰছ কৰা দেখি আচম্বিত হৈছিল। কিয়নো ট্ৰিকীৰ বাবে পঠিওৱা মূল্যৱান বস্তুবোৰ ক্ৰয় কৰিব পৰাটো বক্তাজনৰ বাবে সহজলভ্য নাছিল।


5. How does he treat the dog?

(সি কুকুৰটোক কেনেকৈ কেনেকুৱা ব্যৱহাৰ কৰিছিল?)

Answer- He treats Tricki like a lazy fat dog. He keeps Tricki under his strict observation. For   the first two days, he cuts down his meal & gradually increases his foods. To improves his health the narrator sets Tricki free for physical activities.

সি ট্ৰিকীক এটা এলেহুৱা শকত কুকুৰৰ দৰে ব্যৱহাৰ কৰিছিলে।সি ট্ৰিকীৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল। প্ৰথম দুদিন সি তাক কোনো ধৰণৰ খাদ্য দিয়া নাছিল আৰু ক্ৰমাৎ তাক খাদ্য যোগান ধৰিছিল। ট্ৰিকীৰ স্বাস্থ্য উন্নতিৰ বাবে তাক শাৰীৰিক ব্যায়াম কৰিবলৈ যোগান কৰি দিছিল।


6. Why is he tempted to keep Tricki on as a permanent guest?

(সি কিয় ট্ৰিকীক চিৰদিনৰ বাবে আলহী হিচাপে তাৰ লগত ৰাখিব বিচাৰিছিল?)

Answer- Mrs. Pumphrey is sending good food and wine for Tricki while he is under the observation of Mr. Herriot. Like and opportunist, Mr. Herriot is enjoying all the things in the name of Tricki such as fresh eggs, wine, brandy etc. Thus he is tempted to keep Tricki with him forever.

মিছেছ পামফ্ৰেই ট্ৰিকীৰ বাবে ভাল খাদ্য তথা মাদক দ্ৰব্য় যোগান ধৰিছিল যেতিয়া সি ডাক্তৰৰ পৰ্যবেক্ষণত আছিল। সুবিধাবাদী মানুহৰ দৰে হেৰিয়টে ট্ৰিকীৰ বাবে যোগান ধৰা খাদ্য়বোৰ খাইছিল আৰু সেই খাদ্যৰ লোভতে লাক চিৰদিনৰ বাবে নিজৰ লগতে ৰাখিবলৈ ইচ্ছা কৰিছিল।


7. Why does Mrs. Pumphrey think the dogs recovery is ‘a triumph of surgery’?

(মিছেছ্ পামফ্ৰেই কিয় ভাৱিছিল যে ট্ৰিকীৰ স্বাস্থ্য উন্নতি মাত্ৰ অস্ত্ৰোপছাৰৰ জৰিয়তে হ’ব?)

Answer- Mrs. Pumphrey thinks that Tricki has suffered from malnutrition, it can not be cured with medicinal treatment. Therefore she believes that only surgery can help Tricki to recover from this serious illness.


মিছেছ্ পামফ্ৰেই ভাবিছিল যে ট্ৰিকী পুষ্টীহীনতাৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত যাক কেৱল দৰৱেৰে ঠিক কৰাটো সম্ভৱ নহয়। সেয়েহে তাই ভাবিছিল যে্ ট্ৰিকীৰ জটিল ৰোগৰ শুশ্ৰূষা কেৱল অস্ত্ৰোপছাৰৰ জৰিয়তে সম্ভৱ।


8. What kind of a person do you think the narrator, a veterinary surgeon is? Would you say he is tactful as well as full of common sense?

(তোমাৰ মতে বক্তাজন অৰ্থাৎ পশু চিকিৎসকজন কেনেধৰণৰ ব্যক্তি? তেখেত এজন সুবিধাবাদী তথা সাধাৰণ জ্ঞানেৰে ভৰপুৰ?)

Answer- Being a veterinary surgeon Mr. Herriot is an honest & wise doctor. He takes proper care of Tricki as a sincere person. Instead of operating upon Tricki, he cures him by altering his diet & activities. He is also tactful by nature cause he convinced Mrs. Pumphrey to hospitalise Tricki for a surgery. Later he had enjoyed yhe food in the name of Tricki.

এজন পণ্ড চি্কিৎসক হিচাপে মিষ্টাৰ হেৰিয়ট এজন সৎ আৰু নিষ্ঠাৱান ব্যক্তি আছিল। ভাল ডাক্তৰৰ দৰে তেওঁ ট্ৰিকীৰ স্বাস্থ্যৰ যতন লৈছিল।ট্ৰিকীক অযথা দৰব দিয়াৰ পৰিৱৰ্তে তাৰ খোৱা বোৱা তথা শাৰীৰিক ব্যায়ামৰ চকু দিয়া হৈছিল। ইয়াৰ পৰিৱৰ্তে এজন সুবিধাবাদী মানুহৰ দৰে তেওঁ ট্ৰিকীৰ মালিকনীয়ে দিয়া সকলোবোৰ খাদ্য নিজে উপভোগ কৰিছিল।


9. Do you think Tricki was happy to go home? What do you think will happen?

(তুনি ভাবানে ট্ৰিকীয়ে ঘৰলৈ যাবলৈ পাই ফুৰ্তিত আছিলে? ইয়াৰ পাছত কি হ’ব বুলি ভাবা?)

Answer-Tricki was in love with his mistress Mrs. Pumphrey and also he loved the comfort & lavish life. Though he had no friends at home like in the hospital, he was excited to go home.

 I think now Mrs. Pumphrey would take proper care of him instead of giving extra meal. She would give Tricki daily exercise & proper diet as prescribed by the doctor.


ট্ৰিকীয়ে নিজৰ মালিকনী মিছেছ পামফ্ৰেক যথেষ্ঠ ভালপোৱাৰ লগতে নিজৰ আৰামদায়ক জীৱনটোও যথেষ্ঠ ভাল পাইছিল। যদিও তাৰ ঘৰত হস্পিতালত থকাৰ দৰে কোনো বন্ধু নাছিল তথাপিও সি ঘৰলৈ যাবলৈ উৎসুক হৈ আছিস।

মই ভাবো যিহেতু পামফ্ৰেই এতিয়াৰ পৰা ট্ৰিকীৰ স্বাস্থ্যৰ উচিত ভাৱে যতন ল’ব। তাক অতিৰিক্ত খাদ্য দিয়াৰ পৰিৱৰ্তে উপযুক্ত পৰিমাণৰ খাদ্য দিব আৰু ব্যায়াম কৰিব।


10. Do You think it is a read life episode or mere fiction? Or is it a mixture of both.

(তুমি কি ভাবা এইটো সঁচা ঘটনা নে কাল্পনিক? নে দুয়োটাৰে সংমিশ্ৰণ।)

 

Answer- I think the story is a mix of reality & fiction. There are people in society who are rich and over feeds their pets in the name of love. For such people, it is very usual to maintain a vast wardrobe for them either. While it is very unusual for a veterinary surgeon to go out of the way and lie in order to save an animal & to consume food given in the name of a pets health.

মই ভাবো কাহিনীৰে বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণ। সমাজত এচাম ধনী মানুহে নিজৰ পোহনীয়া জন্তুবোৰক খুউব মৰম কৰে। তেনে মানুহৰ বাবে নিজ পোহনীয়া জন্তুবোৰৰ বাবে কাপোৰৰ বাকচ ৰখাটো সাধাৰণ। ঠিক তেনেদৰে পশু চিকিৎসক এজনে পথৰ দাতিত গৈ  নিজ সুবিধাৰ বাবে ৰোগী গোটাই লোৱাটো অসাধাৰণ কথা।


11. This episode describe the silly behaviour of a rich woman who is foolishly indulgent, perhaps because she is lonely. Do you think such people are merely  silly or can their actions cause harm to others?


(এই খণ্ডটিত এগৰাকী ধনী তিৰোতাৰ কথা কোৱা হৈছে যি অতি সাধাৰণভাৱে দয়ালু আছিল কিয়নো তেওঁ অকলশৰীয়া আছিল। তুমি কি ভাবি এনে মুৰ্খতাপূৰ্ণ কামবোৰে আনক অনিষ্ট কৰিব নে?)


Answer- Mrs. Pumphrey loved her pet Tricki very much that she over feeding irrespective of his health. This worsened his condition to an extant that he had to be hospitalised. Mrs. Pumphrey   is a loving & caring in nature rather than silly but her actions can damage the life of her pet.

মিছেছ পামফ্ৰেই নিজ পোহনীয়া জন্তু ট্ৰিকীক অধিক মৰম কৰিছিল আৰু বৰকৈ খুৱাইছিল তাৰ স্বাস্থ্যৰ কথা মনলৈ অহাই নাছিল। যাৰ ফলত তাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল যে তাক চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হৈছিল। দৰাচলতে মিছেছ্ পামফ্ৰেৰ মুৰ্খামিৰ দৰে কৰা কিছুমান কাম তেওঁৰ মৰমৰহে প্ৰতীক আছিল।


12. Do you think here are also parents like Mrs. Pumphrey?

(তুমি ভাবানে যে মিছেছ্ পামফ্ৰেৰ দৰে পিতৃ মাতৃ থাকে বুলি?)

Answer- Yes there are parents like Mrs. Pumphrey who over pampered their children as a sign of love. This sort of behaviour spoiled the children and make them stubborn. Parents like Mrs. Pumphrey should maintain a healthy lifestyle of their family and pets.

হয়, মিছেছ্ পামফ্ৰেৰ দৰে পিতৃ মাতৃ থাকে যিয়ে নিজ সন্তানক অত্যাধিক ভাৱে মৰম কৰে আৰু সকলো বস্তু যোগান ধৰে। কিন্তু এই ধৰণৰ ব্যৱহাৰে সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আৰু তেওঁলোক জেদী মনৰ হৈ পৰে। মিছেছ্ পামফ্ৰেৰ দৰে পিতৃ মাতৃয়ে নিজ সন্তান তথা পোহনীয়া জন্তুৰ সৈতে সুস্থ জীৱন যাপন কৰিব লাগে।


13. What would you have done if you were :

তুমি কৰিলা যদি তুমি

1. a member of the staff in Mrs. Pumphrey’ s household.

মিছেছ্ পামফ্ৰেৰ ঘৰৰ এগৰাকী কৰ্মচাৰী হ’লা হয়।

Answer- If I were a member of the staff in Mrs. Pumphrey’s household, rather them following her instruction to feed Tricki, I would have fed according to the doctor’s advice. I would have a very busy life in Mrs. Pumphrey’s house because I would have had to take care of the household chores & meet Trickis demands on time.

যদি মই মিছে্ছ্ পামফ্ৰেৰ ঘৰৰ কৰ্মচাৰী হ’লো হয় তেনেকুৱা ট্ৰfকিক তেওঁৰ আদেশ অনুযায়ী অত্যাধিক খোৱা বস্তু দিয়াৰ পৰিৱৰ্তে ডাক্তৰৰ পৰামৰ্শ মতে তাৰ যত্ন ল’লো হয়।তেওঁৰ ঘৰত মই যথেষ্ট ব্যস্ত হৈ থাকিলো হয়, কিয়নো ঘৰৰ সকলো বোৰ কাম কৰিব লাগিল হয়।


 2. a neighbour? What would your life have been like in general?

এগৰাকী ওচৰ চুবুৰীয়া তোমাৰ জীৱন কেনে হ’ল হয়?

Answer- If I were a Mrs. Pumphrey’s neighbour. I would suggest her to take care of Tricki as per doctor’s advice. Also I would help them in the emergency time of Tricki.

এগৰাকী ওচৰ চুবূৰীয়া হিচাপে মই তেওঁক ট্ৰিকৰ যত্ন ডাক্তৰৰ পৰামৰ্শ অনুসৰি ল’বলৈ উপদেশ দিলো হয়। তদুপৰি বিপদৰ সময়ত প্ৰতিবেশী হিচাপে তেওঁলোকক সহায় কৰিলো হয়।


Angamita Dutta.

(M.A In English)





Post ID : DABP005187