A Holiday in Delhi
Word Meaning



Page No. 57 (word meaning)
Box 1
Recognise - চিনাক্ত কৰক 
below - তলত 
place - ঠাই 
historical - ঐতিহাসিক  
importance -   গুৰুত্ব
tourist -   পৰ্যটক 
interest - আগ্ৰহ 
jumbled -   খেলিমেলি কৰা হৈছে
pairs - যোৰ

page No. 58 (word meaning)
thought
Speeding (স্পিডিঙ) - খুব বেগেৰে গৈ থকা 
2. Pestered (পেষ্টৰড) - দিগদাৰী  দিছিল 
3. Holiday (হলিদেই) - বন্ধৰ দিন , চুটিৰ দিন 
4. Pleaded (প্লিডেড) - সমৰ্থনত কোৱা 
Fully
5. Support (চাপ'ট) - সমৰ্থন কৰা 
6. Begged (বেগ্ড) - ভিক্ষা খোজা 
7. Fondly (ফন্দলী) - অনুৰাগেৰে 
8. Recalled (ৰিক'ল্ড) - মনত পেলাইছিল 
9. Reluctant (ৰিলাক্টেন্ট) - বিৰক্ত 
10. Lips (লিপ) - ওঠ
Worry -  চিন্তা
well - বাৰু
recalled - মনত পেলোৱা হৈছে
11. Ultimately (আল্টিমেটলি) - শেষত 
12. Agree (এগ্ৰি) সন্মত হোৱা 
13. Mischievous (ম্চচিভিআচ) - দুষ্ট 

page No 59 (word meaning)
14. Tickets
15. Arranged (এৰেঞ্জড) - যোগাৰ কৰা 
16. Booked (বুক্ড) - আৰক্ষিত কৰা 
trip - ভ্ৰমণ
17. Chalked out (চক্ড আউট) - ৰূপৰেখা প্ৰস্তুত কৰা 
18. Lavish (লভিছ) - খৰচী 
19. Lawn (লন) - ঘাঁহ 
20. Wonderful (ৱন্দাৰফুল) - আচৰ্শ্বকৰ 
21. Complimentary (কমপ্লিমেন্টেৰী) - পৰিপূৰক 
22. Buffet (বাফেট) - সৰু ভোজনালয়
breakfast - জলপান
especially - বিশেষকৈ
structure - আকাৰ
23. Amazed (এমেজড) - আচৰিত হোৱা 
recognized - স্বীকৃত
24. Huge (হিউজ) - ডাঙৰ , প্ৰকাণ্ড
25. Red Fort (ৰেড ফ'ট) - লাল কিল্লা  
26. Shouted (চাউটোড) - চিঞৰিছিল 
27. Excitedly (এক্সাইটেডলী) - উত্তেজনাৰে 
28. Luxury (লাক্জালী) - বিলাসী 
Agra - আগ্ৰা
29. Afford (এফোৰ্ড) - সহ্য কৰিব পৰা 



30. Sped (স্পেড) - বেগত থকা 
31. Felt (ফেল্ট) - অনুভৱ কৰিছিল 
wonderful - আশ্চৰ্যজনক
suddenly - হঠাতে
something - কিবা এটা
32. Below (বিলোড) - তলত 
33. Bent down (বেন্ট ডাউন) - তললৈ হাউলী পৰা 
34. Picked up (পিক্ড আপ) - তুলি লৈছিল 
35. Wallet (ৱালেট) - ধনৰ মোনা 
lying - মিছা কোৱা
floor - মজিয়া


36. Beside (বিচাইড) - কাষত 
37. Usual (ইউজুৱেল) - সামান্য 
38. Asleep (এচলিপ) - শুই পৰা 
got - পাইছে
39. Embarrassed (এমবেৰেচড) - লাজ পোৱা 
habit (হেবিত) - অভ্যাস


find (ফাইন্দ) - বিচাৰ 
owner (অন্যাৰ) - মালিক
40. Woke up (ৱোক আপ) - জগাই দিছিল 
41. Trace (ট্ৰেছ) - খোজৰ চিন বিচৰা 
42. Returned (ৰিটাৰ্ণড) - উভতাই দিছিল 


43. Slip of paper (স্লিপ অৱ পেপাৰ) - কাগজৰ টুকুৰা 
inside - ভিতৰত

person - ব্যক্তি
dialed - ডায়েল কৰা হৈছে
44. By any chance (বাই এনি চাঞ্চ) - কিবা প্ৰকাৰে


 page no 60 (word meaning)
45. Worried (ৱৰিদ) - চিন্তা কৰিছিল 
46. ATM card (এটিএম কাৰ্ড) - এটিএম পত্ৰ
driving licence

47. Visiting (ভিজিটিঙ) - দৰ্শন কৰা  
48. Would be Stopping (ৱুদ বি ষ্টপিঙ) - যাত্ৰাৰ মাজতে ৰোৱা 
49. Described (ডেচক্ৰইৱড) - বৰ্ণনা কৰিছিল
50. Hour's time (আৱাৰচ টাইম) - এ ঘন্টা সময়
51. Hand over (হেন্দ অভাৰ) - সপি দিয়া 
52. Meanwhile (মিনহোৱাইল) - এনে সময়তে 
53. Fixed (ফিক্সড) - লাগি ধৰিছিল
54. Stood (ষ্টুড) - থিয় হৈছিল
55. Introduced (ইন্ট্ৰোডিউচ্ড) - চিনাকী কৰি দিয়া 
56. Businessman (বিছনেছমেন) - ব্যৱসায়ী
57. Offering (অফাৰিঙ) - প্ৰস্তাৱ কৰা 
58. Refused (ৰিফিউজড) - নাকচ কৰিছিল  
59. Lost (লষ্ট) - হেৰাই যোৱা 
60. Promise (প্ৰমিছ) - কথা দিয়া 
61. Keep in touch (কিপ ইন টাচ্চ) - সংযোগত থকা