Chapter: 3

গ্ৰাম্য অৰ্থনীতি আৰু সমাজ 


MODEL QUESTION & ANSWER

১। ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ?

উত্তৰঃ ব্ৰহ্মদেশৰ বৰ্তমান নাম হল ম্যানমাৰ । 

৩। চুকাফাই কিমান চনত আৰু কত ৰাজধানী স্থাপন কৰিছিল ।

উত্তৰঃ চুকাফাই ১২২৮ চননত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল । 

৪। চুকাফাক ৰাজকাৰ্যত সহায় কৰা দুজন মন্ত্ৰীৰ নাম কি আছিল ।

উত্তৰঃ চুকাফফাক ৰাজকাৰ্যত সহায় কৰা দুজন মন্ত্ৰীৰ নাম হল বৰগোহাই আৰু বুঢ়াগোহাই । 


৫। আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল ।

উত্তৰঃ আহোমসকলে অসমত ৬০০ বছৰ শাসন কৰিছিল । 


৬। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন ?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হল মংগল পাণ্ডে । 

৭। আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ।

উত্তৰঃ আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা হল ৰুদ্ৰসিংহ । 

৮। স্বৰ্গনাৰায়ণ ৰজাৰ আহোম লাম কি আছিল ।

উত্তৰঃ স্বৰ্গনাৰায়ণ ৰজাৰ আহোম নাম হল চুহুংমুং 

৯। আহোমসকল প্ৰথমে কি জাতিৰ লোক আছিল ।

উত্তৰঃ আহোমসকল প্ৰথমে টাই-মংগোলীয় জাতিৰ লোক আছিল । 


১০। চুহুুংমুং ৰজাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি আছিল .

উত্তৰঃ  চুহুংমুং ৰজাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 


১১। চুহুুংমুং কিমান চনত ৰাজপাটত আৰোহণ কৰিছিল ।

উত্তৰঃ ১৪৯৭ খ্ৰীঃত চুহুংমুঙে ৰাজপাটত আৰোহণ কৰিছিল । 

১২। আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল ।

উত্তৰঃ চুতীয়া ৰাজ্য দখল কৰাৰ পাছত আহোম আৰু কছাৰীসকলৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল । 


১৩। কছাৰীসকলৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ কছাৰীসকলৰ ৰাজধানীৰ নাম হল মাইবং । 


১৪। কছাৰীসকলৰ ৰজাজনৰ নাম কি ।

উত্তৰঃ কছাৰীসকলৰ ৰজাজনৰ নাম হল ডেটছুং । 


১৫। কছাৰী ৰজাজনক চোৱাচিতা কৰিবৰ বাবে ৰখা বিষয়াজনৰ নাম কি ।

উত্তৰঃ কছাৰী ৰজাজনক চোৱাচিতা কৰিবৰ বাবে ৰখা বিষয়াজনৰ নাম হল মৰঙীখোৱা গোহাই  । 


১৬। চুতীয়াসকলৰ পৈতৃক সম্পত্তি কি আছিল ।

উত্তৰঃ চুতীয়াসকলৰ পৈতৃক সম্পত্তি আছিল এটা সোণৰ মেকুৰী । 


১৭। প্ৰথম শদিয়াখোৱা গোহাই কোন আছিল ।

উত্তৰঃ  প্ৰথম শদিয়াখোৱা গোহাই আছিল কনছেং বৰপাত্ৰ গোহাই । 


১৮। চুহুুংমুংৰ দিনত অসম আক্ৰমণ কৰা মুছলমান সেনাপতিজনৰ নাম কি আছিল .

উত্তৰঃ চুহুংমুংৰ দিনত অসম আক্ৰমণ কৰা মুছলমান সেনাপতিজনৰ নাম হল তুৰ্বক । 


১৯। প্ৰথম বৰপাত্ৰ গোহাই কোন আছিল ।

উত্তৰঃ প্ৰথম বৰপাত্ৰ গোহাই আছিল কনছেং বৰপাত্ৰ গোহাই । 

২০। চুতীয়াসকলক পৰাস্ত কৰি চুহুুংমুঙে কি ৎসৱ পালন কৰিছিল ।

উত্তৰঃ  চুতীয়াসকলক পৰাস্ত কৰি চুহুংমুঙে ৰিকথবান উৎসৱ পালন কৰিছিল । 


২১। দুখন Painting স্কুলৰ নাম লিখা ।

উত্তৰঃ

২২। চুকাফা কৰ পৰা আহিছিল ।

উত্তৰঃ  চুকাফা চীনদেশৰ মংখাও ৰাজ্যৰ পৰা আহিছিল । 



২৩। তেওঁ প্ৰথম আহিয়েই কাৰ লগত যুদ্ধ কৰিব লগা হল ।

উত্তৰঃ চুকাফা প্ৰথম আহিয়েই নগা আৰু বৰাহীসকলৰ লগত যুদ্ধ কৰিবলগা হল । 


২৪। ঘাচিতি বেগম কোন আছিল ।

উত্তৰঃ ঘাচিতি বেগম আলিবৰ্দী খানৰ ডাঙৰ ছোৱালী আছিল । 


২৫। চিৰাজ-উদ-দৌল্লা কোন আছিল ।

উত্তৰঃ চিৰাজ-উড-দৌল্লা আছিল আলিবৰ্দী খানৰ পৰৱৰ্তী বংগৰ নবাব । 


২৬। ইংৰাজসকলে বংগলৈ পঠাই দিয়া দুজন ব্যক্তিৰ নাম কি ।

উত্তৰঃ ইংৰাজসকলে বংগলৈ পঠাই দিয়া দুজন ব্যক্তিৰ নাম হল 

ক) ৰবাৰ্ট ক্লাইব ।

খ) এডমিৰেল ৱাটছন । 

২৭। চিৰাজ-উদ-দৌল্লাক কোনে হত্যা কৰিছিল .

উত্তৰঃ চিৰাজ-উদ-দৌল্লাক মিৰজাফৰৰ পুতেক মিৰাণে হত্যা কৰিছিল । 


২৮। বাক্সা যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল।

উত্তৰঃ  


২৯। শৰণ শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ 


৩০। ইছাৰিবস্তু মানে কি ।

উত্তৰঃ 


৩১। শংকৰদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম কি .

উত্তৰঃ শংকৰদেৱৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল 

ক) কীৰ্তনঘোষা ।

খ) গুণমালা । 


৩২। প্ৰতাপ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি কি ?

উত্তৰঃ  প্ৰতাপ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 

ক) কছাৰী ৰজাৰ লগত যুদ্ধ ।

খ) কোচৰ লগত সম্পৰ্ক ।

গ) আহোম-মোগল সংঘৰ্ষ ।

ঘ) গঠনমূলক কাৰ্যাৱলী । 

৩৩। প্ৰতাপ সিংহৰ সমসাময়িক ৰজাজনৰ নাম কি ।

উত্তৰঃ প্ৰতাপ সিংহৰ সমসাময়িক ৰজাজনৰ নাম হল পৰীক্ষিত নাৰায়ণ । 


৩৪। কলিয়াবৰ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল । 

উত্তৰঃ 


৩৫। ভূঞাসকলৰ নেতাজনৰ নাম কি ।

উত্তৰঃ  ভূঞাসকলৰ নেতাজনৰ নাম হল মৰঙ্গীখোৱা গোঁসাই । 


৩৬। প্ৰতাপ সিংহই সৃষ্টি কৰা দুজন মন্ত্ৰীপদৰ নাম লিখা ।

উত্তৰঃ  প্ৰতাপ সিংহই সৃষ্টি কৰা দুজন মন্ত্ৰীপদৰ নাম হল 

kক) বৰবৰুৱা ।

খ) বৰফুকন । 


৩৭। প্ৰথম বৰবৰুৱা কোন আছিল ।

উত্তৰঃ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা । 


৩৮। প্ৰতাপ সিংহই কিমান চনলৈ ৰাজত্ব কৰিছিল ।

উত্তৰঃ প্ৰতাপ সিংহই ১৬০৩-১৬৪১ খ্ৰীঃলৈ ৰাজত্ব কৰিছিল । 


৩৯ । বিচাৰলয়সমূহ কেইটা ভাগত বিভক্ত আৰু কি কি ।

উত্তৰঃ বিচাৰালয়সমূহ দুটা ভাগত বিভক্ত যেনে 

ক) দেৱানী ।

খ) ফৌজদাৰী । 

৪০। আদালতসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ 

৪১। ভাৰতীয় শিক্ষাৰ পৰিৱৰ্তন কোনে কৰিছিল ।

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় শিক্ষাৰ পৰিৱৰ্তন কৰিছিল । 


৪২। প্ৰথম স্কুল খোলা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ প্ৰথম স্কুল খোলা ব্যক্তিজনৰ নাম হল জনাথন ডানকান । 

৪৩। চাৰ্টাৰ আইন কেতিয়া গঠন কৰা হৈছিল ।

উত্তৰঃ ১৮১৩ চনত চাৰ্টাৰ আইন প্ৰণয়ন কৰা হৈছিল । 


৪৪। উডৰ প্ৰেৰণ পত্ৰ কেতিয়া প্ৰনয়ণ কৰা হৈছিল ।

উত্তৰঃ ১৮৫৪ চনত উডৰ প্ৰেৰণ পত্ৰ প্ৰণয়ণ কৰা হৈছিল । 


৪৫। গদাধৰ সিংহ কেতিয়া ৰাজসিংহাসনত বহিছিল ।

উত্তৰঃ ১৬৮১ খ্ৰীঃত গদাধৰ সিংহ ৰাজসিংহাসনত বহিছিল । 


৪৬। গদাধৰ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি আছিল ?

 উত্তৰঃ  গদাধৰ সিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ আছিল 


৪৭। গদাধৰ সিংহ কোন ফৈদৰ ৰজা আছিল ।

উত্তৰঃ গদাধৰ সিংহ তুংখুঙীয়া ফৈদৰ ৰজা আছিল । 


৪৮। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৮২ চনত ইটাখুলিৰ ৰণ হৈছিল । 


৪৯। আহোম আৰু মোগলৰ শেষযুদ্ধখনৰ নাম কি ।

উত্তৰঃ আহোম আৰু মোগলৰ শেষযুদ্ধখনৰ নাম হল ইটাখুলিৰ যুদ্ধ । 


৫০। গদাধৰ সিংহই মিৰি আৰু নগাসকলক দমন কৰিবলৈ পঠাই দিয়া ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ 


৫১। গদাধৰ সিংহই বৈষ্ণৱসকলৰ প্ৰতি অত্যাচাৰ কৰাৰ কাৰণ কি আছিল ।

উত্তৰঃ গদাধৰ সিংহই বৈষ্ণৱসকলৰ প্ৰতি অত্যাচাৰ কৰাৰ কৰাৰণ আছিল গদাধৰ সিংহই সত্ৰসমূহৰ ওপৰত দমনমূলক নীতি প্ৰয়োগ কৰিছিল । ইয়াৰ প্ৰধান কাৰণ আছিল নৱবৈষ্ণৱ আন্দোলনৰ লগত জড়িত সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ অসমৰ সমাজ জীৱনত প্ৰভাৱ দিনকদিনে বৃদ্ধি পাই আহিছিল । সত্ৰসমূহৰ ৰাজনৈতিক ক্ষেত্ৰটো প্ৰভাৱ ইমানে বৃদ্ধি পাইছিল যে এইসমূহ আহোম ৰাজ্যৰ ভিতৰতে সীমিত ক্ষুদ্ৰ স্বাধীন ৰাজ্য যেনেই লগা হৈছিল । 


৫২। ধোদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ।

উত্তৰঃ ধোদৰ আলি গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল । 


৫৩। পোপ কোন আছিল ।

উত্তৰঃ


৫৪। ফৰাচী দেশৰ জাতীয় পথ পদৰ্শক বুলি কাক কোৱা হয় ।

উত্তৰঃ ফৰাচী দেশৰ জাতীয় পথ-পদৰ্শক বুলি নেপোলিয়ন বোনাপাৰ্টক কোৱা হয় । 


৫৫। সংবাদ জগতৰ পিতৃ বুলি কাক কোৱা হয় ।

উত্তৰঃ 

৫৬। কিমান চনত নেপোলিয়নে বেংক প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ 


৫৭। ৰুদ্ৰসিংহ কিমান খ্ৰীষ্টাব্দত ৰাজপাটত বহিছিল ।

উত্তৰঃ  ১৬৯৬ খ্ৰীঃত ৰুদ্ৰসিংহ আহোমৰ ৰাজপাটত বহিছিল । 

৫৮। ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল ।

উত্তৰঃ ৰুদ্ৰসিংহৰ আহোম নাম হল চুখ্ৰাংফা । 


৫৯। ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ কি কি ।

উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাসমূহ হল 

ক) গদাধৰ সিংহৰ সময়ত নিৰ্যাতনৰ ভয়ত পলাই যোৱা গোসাই -মহন্তসকলক ওভতাই আনি গড়গাঁৱৰ ওচৰৰ মাজুলীত সংস্থাপন দিয়ে ।

খ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱক শদিয়াৰ পৰা মতাই আনি তেওঁক নিজ সত্ৰ ওভতাই দিয়া হয় ।

গ) গোসাই-মহন্ত আদিক সীমিত ক্ষমতা প্ৰদান কৰা হয় । 


৬০ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী আৰু জয়ন্তীয়া ৰজাৰ নাম কি আছিল ।

উত্তৰঃ  ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী আৰু জয়ন্তীয়া ৰজা হল 

কছাৰী ৰজা ঃ তাম্ৰধ্বজ ।

জয়ন্তীয়া ৰজা ঃ ৰামসিংহ । 


৬১। বংগ অভিযানৰ আচনি কোনে লৈছিল ।

উত্তৰঃ  বংগ অভিযানৰ আচনি লৰ্ড কাৰ্জনে লৈছিল । 

৬২ । কৃষ্ণৰাম ভট্ৰাচাৰ্য ন্যায়বাগিশ কোন আছিল ।

উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগিশ এজন শাক্ত পণ্ডিত আছিল । 

৬৩। ৰুদ্ৰসিংহক ৰাজকাৰ্যত সহায় কৰা ৫ জন মন্ত্ৰীৰ নাম লিখা ।

উত্তৰঃ ৰুদ্ৰসিংহক সহায় কৰা ৫ জন মন্ত্ৰীৰ নাম হল 


৬৪। দলৈসকলৰ কাম কি আছিল ।

উত্তৰঃ দলৈসকলৰ কাম আছিল জ্যোতিষ শাস্ত্ৰমতে গণনা কৰি দেশ, ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ ভাল-বেয়া বিচাৰ কৰা । 

৬৫। মূলাগাভৰু গিৰিয়েকৰ নাম কি আছিল ।

উত্তৰঃ মূলাগাভৰু গিৰিয়েকৰ নাম হল ফ্ৰাচেংমুং বৰপাত্ৰ গোহাই । 


type: Apurba Kakati

Author- Ali rani Kakati ( Ba in History Major)