সাহসী ভৰত

    👉Download Book PDF
    👉Online Exam Click Here
    👉MCQs

১। ক) শকুন্তলা কোন আছিল?  

উত্তৰঃ শকুন্তলা ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ আৰু মেনকা কন্য়া আছিল। 


খ) শকুন্তলাৰ কাৰ লগত বিবাহ হৈছিল?  

উত্তৰঃ সকুন্তলাৰ দুষ্য়ন্ত লগত বিবাহ হৈছিল। 


গ) ঋষি কন্বই শিশুটিৰ ভৱিষ্যতবাণী কেনেদৰে কৰিছিল?  

উত্তৰঃ ঋষি কন্বই নৱজাত শিশুটিৰ ভৱিষ্য়ত বাণী এনেদৰে কৰিলে যে তেওঁ চক্ৰৱৰ্তী সম্ৰাট হ'ব, সম্পূৰ্ণ পৃথিৱীৰ ভৰণ-পোষণ অৰ্থাৎ অন্ন-জল, ধন-সোণ, জ্ঞানেৰে ওপচাই পেলাব। 


ঘ) সাহসী শিশুটিয়ে সিংহৰ পিঠিত উঠি কি কৰিছিল?  

উত্তৰঃ সাহসী শিশুটিয়ে সিংহ পিঠিত বহি দাঁত দেখুৱাবলৈ এচাৰিৰে ভয় দেখুৱাই আছে। 


ঙ) সৰ্বদমন কোন ৰাজ্যৰ ৰজা হৈছিল?  

উত্তৰঃ সৰ্বদমন হস্তিনাপুৰৰ ৰজা হৈছিল। 


চ) কাৰ বাবে আমাৰ দেশখনৰ নাম ভাৰত নামেৰে জনাজাত হৈ পৰিল?  

উত্তৰঃ প্ৰৱল পৰাক্ৰমী ৰজা ভৰতৰ বাবে আমাৰ দেশ আৰ্যবৰ্ত্ত, ভাৰত ভূমিখণ্ড নাইবা ভাৰতবৰ্ষ নামেৰে জনাজাত হৈ পৰিল। 


ছ) শকুন্তলাক কোনে লালন-পালন কৰিছিল?  

উত্তৰঃ শকুন্তলাক কন্ব ঋষিয়ে লালন-পালন কৰিছিল। 


২। পাঠটি চমুকৈ নিজৰ ভাষাত লিখা।

উত্তৰঃ এখন গাঁৱত শকুন্তলাৰ নামৰ কন্য়া জন্ম হৈছিল। তেওঁ পিতৃ নাম ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ আৰু মাতৃ নাম মেনকা আছিল। তেওঁ জন্ম হোৱাৰ পাছতে পিতৃ-মাতৃ স্বৰ্গলৈ গুচি যায়। তাৰ পিছত তেওঁ কন্ব নামৰ এজন ঋষিয়ে তেওঁ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিলে। শকুন্তলা দুষ্মন্ত নামৰ ল'ৰা এজনৰ লগত মিলন হয়। তাৰ পিছত তেওঁলোকৰ বিবাহ হয়। এনেদৰে কিছুদিন সময় যোৱাৰ পিছত আশ্ৰমৰ এটা ধুনীয়া পৰিৱেশত শকুন্তলাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। ঋষি কন্বই শিশুটিৰ ভৱিষ্য়ত গণনা কৰি ঘোষণা কৰিলে- তেওঁ এজন চক্ৰৱৰ্তী সম্ৰাট হ'ব, ধন-সোণ, জ্ঞানেৰে ওপচাই পেলাব। আৰু তেওঁ নাম ৰাখিছিল 'ভৰত'। তেওঁ লাহে লাহে ডাঙৰ হ'ল। এদিন তেওঁ সিংহ পোৱালি পিঠিত বহি দাঁত দেখুৱাবলৈ এচাৰিৰে ভয় দেখুৱাই আছে। শিশুটিৰ সাহস দেখি ৰজাই মাতি নি সুধিলে তোমাৰ নামটো কি শিশুটিয়ে নিজৰ নাম ক'লে 'সৰ্বদমন' । তেওঁ অতি কম দিনৰ পিছতে হস্তিনাপুৰৰ ৰজা হ'ল। তেওঁৰ জীৱন কালত প্ৰায় ৭৮ বা অশ্বমেধ যজ্ঞ কৰিছিল। ৰজা ভৰতৰ বাবে এই দেশ ভাৰত ভূমিখণ্ড নাইবা ভাৰতবৰ্ষ নামেৰে জনজাত হ'ল।    


Author- Bikash Bora 

Check by - Mukesh Borah