গাঁথনিক ব্যাকৰণৰ দুটা মৌলিক সিদ্ধান্ত লিখা।

গাঁথনিক ব্যাকৰণৰ দুটা মৌলিক সিদ্ধান্ত লিখা।

উত্তৰ ঃ গাঁথনিক ব্যাকৰণৰ দুটা মৌলিক সিদ্ধান্ত হৈছৈ-

(ক) ভাষাৰ ক্ৰমকালিক আৰু সমকালিক বা এককালিক ৰূপৰ পাৰ্থক্য নিৰূপন কৰি সমকালিক ৰূপৰ বিশ্লেষণত গুৰুত্ব আৰোপ।

(খ) ভাষাৰ দ্বৈত ৰূপ-বাষা প্ৰণালী আৰু ভাষ্য ব্যৱহাৰ বা বাকত্বা মাতে-কথাৰ মাজত বিভাজন দেখুৱাই ভাষা-প্ৰণালীৰ বিশ্লেষণৰ প্ৰতি দৃষ্টি আকৰ্ষণ।    






পৰিনা হাজৰিকা 

Technology

MY CLASS

Daily Assam

We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.

dailyassamofficial@gmail.com

We share educational news & study materials on social platforms.

Follow us

© 2017-2026 All Rights Reserved – dailyassam.com