Lesson: 16

১৮৫৭ চনৰ বিদ্ৰোহ


১। উত্তৰ লিখা :

ক) স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ

খ) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল?

উত্তৰঃ

গ) ঝাঙ্গীত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ

ঘ) ভাৰতৰ শেষ মোগল সম্রাট কোন আছিল?

উত্তৰঃ

ঙ) কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ

২। খালী ঠাই পূৰণ কৰা :

ক) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল__________। 

উত্তৰঃ

খ) লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব দিছিল__________ ।

উত্তৰঃ

গ) মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা-পত্ৰৰদ্বাৰা ভাৰতৰ গৱৰ্ণৰ জেনেৰেলজনৰ উপাধি হয়__________

উত্তৰঃ

ঘ) ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে মাত মতা প্রথম আহোম ৰাজকোঁৱৰজন হ'ল__________ 

উত্তৰঃ

ঙ) মণিৰাম দেৱানৰ লগত__________ কো ফাঁচি দিয়া হৈছিল।

উত্তৰঃ

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা :

ক) মংগল পাণ্ডেৰ লগত নানাচাহেব/তাঁতীয়া টোলী/ঈশ্বৰী পাণ্ডেক ফাঁচি দিয়া হৈছিল। 

উত্তৰঃ

খ) কাণপুৰত বিদ্ৰোহৰ নেতৃত্ব দিছিল কোঁৱৰ সিং/নানাচাহেব/আহম্মদ উল্লা শ্বাহে।

উত্তৰঃ

গ) চিপাহী বিদ্রোহক ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধ বুলি কৈছে ৰমেশ চন্দ্ৰ মজুমদাৰ/ছাভাৰকাৰ/অশোক মেহতাই।

উত্তৰঃ

ঘ) মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কলিকতা/শিৱসাগৰ/যোৰহাটত। 

উত্তৰঃ

ঙ) পুৰন্দৰ সিংহ/চন্দ্ৰকান্ত সিংহ/কন্দৰ্পেশ্বৰ সিংহক আহোমৰ সিংহাসনত বহুৱাবলৈ ইংৰাজৰ ওচৰত আ... কৰিছিল।

উত্তৰঃ

৪। চমুটোকা লিখা : 

ক) ঝান্সী ৰাণী লক্ষ্মীবাঈ 

উত্তৰঃ

খ) এনফিল্ড ৰাইফল 

উত্তৰঃ

গ) মণিৰাম দেৱান

উত্তৰঃ

৫। চিপাহী বিদ্ৰোহৰ কাৰণবিলাক কি কি আছিল? চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৬। চিপাহী বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ

৭। চিপাহী বিদ্ৰোহৰ ফলাফল কি আছিল লিখা। 

উত্তৰঃ

৮। অসমত চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি কেনে ধৰণে চলোৱা হৈছিল চমুকৈ লিখা।

উত্তৰঃ

৯। ৰমেশ চন্দ্ৰ মজুমদাৰে চিপাহী বিদ্ৰোহক কিয় জাতীয় বিদ্রোহ নহয় বুলি কৈছে লিখা। 

উত্তৰঃ

১০। ভাৰতৰ এখন মানচিত্র অংকন কৰি চিপাহী বিদ্রোহ সংঘটিত হোৱা ঠাইসমূহ বহুওৱা।

উত্তৰঃ


Type by Ishan Bora