পাঠ-১১
ৰান্ধনিঘৰৰ আলাপ
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১)ক) সোণতিহঁতৰ ৰান্ধনিঘৰত কি হৈছিল?
উত্তৰঃ সোণতিহঁতৰ ৰান্ধনিঘৰত খুটুং খাটাং ঘিটিং ঘাটাং বাজিছিল কাঁহী-বাটি।
খ) ৰান্ধনিঘৰত কি কি কাম হয়?
উত্তৰঃ ৰান্ধনিঘৰত ভাত-তৰকাৰী, ভাজী, চাহ, পিঠা, লাৰু আৰু অনেক খুৱা বস্তুৰ কাম কৰাৰ হয়।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ঘন্টা ণ্ট= ণ + ট ণই টই ণ্ট
ণ্ট ণ + ট ণই টই ণ্ট 一 ঘণ্টা, বেডমিণ্টন।
ট্ট ট + ট টই টই ট্ট一 ঠাট্টা, ভাট্টা।
ল্ট ল + ট লই টই ল্ট一 বাল্টি, পল্টন।
ঞ্জ ঞ + জ ঞই জই ঞ্জ一 আঞ্জা, ইঞ্জিন।
৩) যুক্তাক্ষৰ গঠন কৰো আহা
ণ + ট ণই টই ণ্ট
ট + ট টই টই ট্ট
ল + ট লই টই ল্ট
ঞ + জ ঞই জই ঞ্জ
৪) খোৱা বস্তু ৰান্ধনিঘৰত ৰন্ধা হয়। তলৰ কামবিলাক ক'ত ক'ত কৰা হয় লিখা
ঔষধ বেচা-কিনা 一 ফাৰ্মাচী।
ৰোগীক চিকিৎসা 一 চিকিৎসালয়ত।
গাৰীৰ মেৰামতি 一 গেৰেজ।
দা, কুঠা গঢ়া 一 কমাৰে দোকানত।
মাটিৰ বাচন তৈয়াৰ 一 কুমাৰৰ ঘৰত ।
৫) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
ণ্ট ণ + ট ণই টই ণ্ট 一 ঘণ্টা, বেডমিণ্টন, খণ্টি।
ট্ট ট + ট টই টই ট্ট一 ঠাট্টা, ভাট্টা, অট্টালিকা।
ল্ট ল + ট লই টই ল্ট一 বাল্টি, পল্টন।
ঞ্জ ঞ + জ ঞই জই ঞ্জ一 আঞ্জা, ইঞ্জিন, বিঞ্জান।
৮) ৰান্ধনিঘৰৰ বাচন-বৰ্তনৰ এখন তালিকা কৰা
উত্তৰঃ কটাৰী, বাল্টি, কেৰাহী, কাঁহী, চচ্পেন, চৰিয়া, মগ, শিলপতা, কলহ, বঠী, গিলাচ, বাটি, কেটলী, প্লাষ্টিকৰ খৰাহী, আদি।
৭) শুদ্ধটোত (✓) চিন দিয়া
⚫ ৰান্ধনিঘৰৰ বাচন-বৰ্তন সদায় ধুৱ নালাগে
উত্তৰঃ অশুদ্ধ।
⚫ খোৱা পানী উতলাই খাব লাগে।
উত্তৰঃ শুদ্ধ।
⚫ খোৱা বস্তু ঢাকি থ'ব লাগে।
উত্তৰঃ শুদ্ধ।
⚫ সদায় স্কুললৈ যাব নালাগে।
উত্তৰঃ অশুদ্ধ।
⚫ পাকঘৰ লেতেৰাকৈ ৰাখিব লাগে।
উত্তৰঃ অশুদ্ধ।
৮) তোমালোকে প্ৰত্য়েকেই ঘৰৰ কি কি কামত সহায় কৰা কোৱা আৰু লিখা।
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।
Post ID: DABP001829