পাঠ-১২
আমাৰ দিৱস
১) কওঁ আহা
● আমাৰ দেশ কোন চনত স্বাধীন হৈছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়।
●কোন তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰো
উত্তৰঃ ১৫ আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰো।
●আমাৰ ৰাষ্টীয় সংগীতটো কি?
উত্তৰঃ আমাৰ ৰাষ্টীয় সংগীতটো হ'ল 'জন গণ মন' ।
●ছহিদসকলক কিয় সুঁৱৰিব লাগে?
উত্তৰঃ ইংৰাজসকলৰ প্ৰায় দুশ বছৰ আমাৰ দেশত ৰাজত্ব কৰিছিল । আমি নিজৰ স্বাধীনতাৰ বাবে ইংৰাজসকলৰ সৈতে আন্দোলন কৰিছিল। এই আন্দোলনৰ গুৰি ধৰিছিল মহাত্মা গান্ধীয়ে। সেই আন্দোলনত বহুত লোক ছহিদ হৈছিল। সেই কাৰণে আমি তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰীব লাগে।
●স্বাধীনতা আন্দোলনত কোনে নেতৃত্ব দিছিল।
উত্তৰঃ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীজীয়ে নেতৃত্ব দিছিল।
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
নব্বৈ ব্ব = ব+ ব বই বই ব্ব
ব্ব ব + ব বই বই ব্ব一 একানব্বৈ, আব্বাজান।
ত্ব ত + ব তই বই ত্ব一 তত্ব, ৰাজত্ব।
শ্ব শ + ব শই বই শ্ব一 বিশ্ব, ভোগেশ্বৰী।
ধ্ব ধ + ব ধই বই ধ্ব一 ধ্বনি, প্ৰতিধ্বনি।
ত্ত ত + ত তই তই ত্ত一 উত্তৰ, উত্তোলন।
ত্ম ত + ম তই মই ত্ম一 আত্মা, মহাত্মা
ষ্ট্ৰ ষ + ট ষই ৰই ষ্ট তাত ৰ 〜 কাৰে ষ্ট্ৰ 一 ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয়।
৩) যুক্তাক্ষৰ গঠন কৰো আঁহা
ব + ব বই বই ব্ব
ত + ব তই বই ত্ব
শ + ব শই বই শ্ব
ধ + ব ধই বই ধ্ব
ত + ত তই তই ত্ত
ত + ম তই মই ত্ম
ষ + ট ষই ৰই ষ্ট তাত ৰ 〜 কাৰে ষ্ট্ৰ
৪) শুদ্ধটোত (✔) চিন দিওঁ আহা
ক) ৰাষ্ট্ৰীয় সংগীত
বন্দেমাতৰম্
অ'মোৰ আপোনাৰ দেশ
জন গণ মন
উত্তৰঃ জন গণ মন
খ) জাতীয় পতাকা ওপৰফালে থকা ৰংটো
সেউজীয়া
গেৰুৱা
বগা
উত্তৰঃ গেৰুৱা।
গ) আমাৰ দেশ স্বাধীন হয়।
১৯৪৭ চনৰ ১৫ আগষ্টত
১৯৫০ চনৰ ২৬ জানুৱাৰীত
১৯৪২ চনৰ ১০ অক্টোবৰত
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত।
৫) তোমালোকৰ অঞ্চলৰ গণ্যমান্য ব্য়ক্তি এজনৰ বিষয়ে পাচঁটা বাক্য় লিখা?
উত্তৰঃ তোমালোকে নিজে কৰা
৬) যুক্তাক্ষৰ ভাঙা আৰু শব্দ লিখা
ব্ব ব + ব বই বই ব্ব一 একানব্বৈ, আব্বাজান।
ত্ব ত + ব তই বই ত্ব一 তত্ব, ৰাজত্ব।
শ্ব শ + ব শই বই শ্ব一 বিশ্ব, ভোগেশ্বৰী।
ধ্ব ধ + ব ধই বই ধ্ব一 ধ্বনি, প্ৰতিধ্বনি।
ত্ত ত + ত তই তই ত্ত一 উত্তৰ, উত্তোলন।
ত্ম ত + ম তই মই ত্ম一 আত্মা, মহাত্মা
৭) পাঠৰ সহায়ত বাক্য় সম্পূৰ্ণ কৰোঁ আহা
১৫ আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস
আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাওঁ
২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়।
৮) তলৰ শব্দ\ বাক্য়াংসাৰকেইটাৰ অৰ্থ প্ৰকাশ কৰা শব্দ পাঠৰ পৰা বিচাৰি লিখা
∎ আনন্দৰে ব্য়স্তহোৱা অৱস্থা
উত্তৰঃ উলাহ।
∎ চাৰিসীমা
উত্তৰঃ চৌহদ।
∎ বিশিষ্ট ব্য়ক্তি
উত্তৰঃ গণমান্য়।
∎ পতাকা ওপৰলৈ তোলা কাৰ্য
উত্তৰঃ উত্তৰন।
∎ দেশৰ কাৰণে মৃত্য়ুবৰণ কৰা লোক
উত্তৰঃ ছহিদ।
∎ উছৰ্গা
উত্তৰঃ আ
∎ মনত পোলোৱা কাৰ্য
উত্তৰ সোঁৱৰণ।
৯) পতাকাখন ৰং কৰা
উত্তৰঃ এইটো কাম তোমালোকে নিজৰ নিজক কিতাপত দিয়াৰ দৰে ৰং মাৰিবা।
Post ID: DABP001830