পাঠ-১৩
ডাক ঘৰ
১) পাঠটো পঢ়ি উত্তৰ দিয়া
∎ ডাক-ঘৰত কি কি কাম কৰা হয়?
উত্তৰঃডাক ঘৰে চিঠি দিয়াৰ কাম কৰে, আৰু টকা-পইচাৰ সলনি বস্তুও পঠিয়াই।টকা-পইচা পঠিওৱাটো মনি-অৰ্ডাৰ বোলে। ডাক ঘৰে টকা সঞ্চয় কৰে। ডাক ঘৰৰ যোগেদি কিতাপ পত্ৰ পঠিয়াব পাৰি তাৰ পাৰ্চেল বোলে।
∎ পাৰ্চেল কৰা মানে কি বুজা?
উত্তৰঃ ডাক-ঘৰৰ যোগেদি বস্তু ,কিতাপ, পত্ৰ, পঠাব বা আনিব পাৰি তাকে পাৰ্চেল বোলে।
∎ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠালে কি বুলি কোৱা হয়?
উত্তৰঃ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠিওৱা কাৰ্যক মনি-অৰ্ডাৰ বোলে
২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
পদ্ম= দ্ম= দ + ম দই মই দ্ম
দ্ম দ + ম দই মই দ্ম 一 পদ্ম, ছদ্ম
গ্ম গ + ম গই মই গ্ম 一 যুগ্ম, অযুগ্ম
ল্ম ল +ম লই মই ল্ম 一 গুল্ম, বাল্মীকি
হ্ম হ + ম হই মই হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ
ঞ্চ ঞ + ম ঞই চই ঞ্চ 一 মঞ্চ, গুলঞ্চ
৩) যুক্তাক্ষৰ গঠন কৰো আহাঁ
দ + ম দই মই দ্ম
গ + ম গই মই গ্ম
ল +ম লই মই ল্ম
হ + ম হই মই হ্ম
ঞ + ম ঞই চই ঞ্চ
৪) উপয়ুক্ত শব্দ ভৰাই বাক্য় পূৰ কৰা
পঞ্চম, সন্মুখ, ব্ৰাহ্মী, গুল্ম, পদ্ম
ক) পদুমফুলৰ আন এটা নাম পদ্ম ।
খ) সৰু জোপোহা গছক গুল্ম বোলে ।
গ) ব্ৰাহ্মী এবিধ ঔষধি শাক
ঘ) বিদ্য়ালয়ৰ সন্মুখত ফুলৰ বাগিছা আছে।
ঙ) কাঞ্চন পঞ্চম শ্ৰেণীত পঢ়ে।
৯) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা
দ্ম দ + ম দই মই দ্ম 一 পদ্ম, ছদ্ম
গ্ম গ + ম গই মই গ্ম 一 যুগ্ম, অযুগ্ম
ল্ম ল +ম লই মই ল্ম 一 গুল্ম, বাল্মীকি
হ্ম হ + ম হই মই হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ
ঞ্চ ঞ + ম ঞই চই ঞ্চ 一 মঞ্চ, গুলঞ্চ
Post ID: DABP001831
0 Comments