পাঠ-১৩

ডাক ঘৰ

১) পাঠটো পঢ়ি উত্তৰ দিয়া

∎ ডাক-ঘৰত কি কি কাম কৰা হয়?

উত্তৰঃডাক ঘৰে  চিঠি দিয়াৰ কাম কৰে, আৰু টকা-পইচাৰ সলনি বস্তুও পঠিয়াই।টকা-পইচা পঠিওৱাটো মনি-অৰ্ডাৰ বোলে। ডাক ঘৰে টকা সঞ্চয় কৰে। ডাক ঘৰৰ যোগেদি কিতাপ পত্ৰ পঠিয়াব পাৰি তাৰ পাৰ্চেল বোলে।

∎ পাৰ্চেল কৰা মানে কি বুজা?

উত্তৰঃ ডাক-ঘৰৰ যোগেদি  বস্তু ,কিতাপ, পত্ৰ, পঠাব বা আনিব পাৰি তাকে পাৰ্চেল বোলে।

∎ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠালে কি বুলি কোৱা হয়?

উত্তৰঃ ডাক-ঘৰৰ জৰিয়তে টকা-পইচা পঠিওৱা কাৰ্যক  মনি-অৰ্ডাৰ বোলে 

২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা

পদ্ম=   দ্ম= দ + ম     দই    মই    দ্ম 

দ্ম        দ +  ম        দই    মই       দ্ম 一 পদ্ম, ছদ্ম

গ্ম        গ + ম        গই    মই        গ্ম   যুগ্ম, অযুগ্ম

ল্ম        ল +ম          লই    মই       ল্ম 一 গুল্ম, বাল্মীকি

হ্ম        হ + ম         হই     মই       হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ

ঞ্চ        ঞ + ম        ঞই    চই       ঞ্চ 一 মঞ্চ, গুলঞ্চ

৩) যুক্তাক্ষৰ গঠন কৰো আহাঁ

            দ +  ম        দই    মই       দ্ম 

           গ + ম        গই    মই        গ্ম 

            ল +ম          লই    মই       ল্ম 

            হ + ম         হই     মই       হ্ম

            ঞ + ম        ঞই    চই       ঞ্চ 

৪) উপয়ুক্ত শব্দ ভৰাই বাক্য় পূৰ কৰা

পঞ্চম, সন্মুখ, ব্ৰাহ্মী, গুল্ম, পদ্ম

ক) পদুমফুলৰ আন এটা নাম পদ্ম  ।

খ) সৰু জোপোহা গছক গুল্ম বোলে ।

গ) ব্ৰাহ্মী এবিধ ঔষধি শাক

ঘ) বিদ্য়ালয়ৰ সন্মুখত  ফুলৰ বাগিছা আছে।

ঙ) কাঞ্চন পঞ্চম শ্ৰেণীত পঢ়ে।

৯) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা

দ্ম        দ +  ম        দই    মই       দ্ম 一 পদ্ম, ছদ্ম

গ্ম        গ + ম        গই    মই        গ্ম 一  যুগ্ম, অযুগ্ম

ল্ম        ল +ম          লই    মই       ল্ম 一 গুল্ম, বাল্মীকি

হ্ম        হ + ম         হই     মই       হ্ম 一 ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ

ঞ্চ        ঞ + ম        ঞই    চই       ঞ্চ 一 মঞ্চ, গুলঞ্চ



Post ID: DABP001831