পাঠ-১৪
ঋতু আহে ঋতু যায়
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১) পদ্য়টোৰ কথাখিনি তোমাৰ কথাত কোৱা
উত্তৰঃ চ'ত, বহাগ ঋতুত গছৰ পৰা নতুন কুহি পাত ওলায় আৰু বছৰে পুৰণা পাত সৰি যায়।জেঠ, আহাৰৰ গ্ৰীষ্ম ঋতুত বহুত ধৰণৰ ফল পকে।শাওন ভাদত বৰষুণ পৰে আৰু সেইবাবে খেতিৰ বাবে ভাল হয়। আহিন কাতি শৰৎ ঋতু আৰু সেইসময়ত দুৰ্গা পূজাৰ আৰম্ভনি সময় তেতিয়া শেৱালিৰ ডাল ফুলেৰে ভৰি পৰে । আঘোন, পুহত ৰাতিপুৱাৰ নিয়ৰ কণা সৰি বনত পৰে । আৰু মাঘ,ফাগুনত গছৰ পাত সৰি আকৌ বহাগলৈ বাত চায়।
২) কওঁ আহা
ক) মাঘ বিহু কোনটো ঋতুত হয়?
উত্তৰঃ মাঘ বিহু শীত ঋতুত হয়।
খ) গ্ৰীষ্ম ঋতু কেতিয়া হয়?
উত্তৰঃ জেঠ, আহাৰত হয়।
গ) বৰষুণৰ বতৰত তোমাৰ কি কি ভাল লাগে?
উত্তৰঃ বৰষুণৰ বতৰত খেতি কৰি মানুহৰ খুবে ভাল লাগে। কাৰণ বৰষুণৰ দিনত খেতিৰ ভাল হয়। লগতে গছেয়ো এটা নতুন জীৱন পায়। আৰু নতুনকৈ কিছুমান সৰুকৈ গছৰ পুলি গছে । সেইকাৰণে মোৰ ভাল লাগে।
ঘ) জহকালি তোমাৰ কি কি বেয়া লাগে?
উত্তৰঃ জহকালি মোৰ এইকাৰণে বেয়া লাগে কাৰণ জহকালি বৰষুণ নিদিয়ে তাৰ ফলত পানীৰ অভাৱ হয়। লগতে খেতি বাতিৰো ভাল নহয়। ঠাণ্ডা বেছি পৰিলে কাপোৰ নথকা মানুহৰ কাপোৰ অভাৱৰ ফলত ৰাতিটো তেনেকৈ পাৰ কৰায় ।
৩) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
ৰশ্মি শ্ম = শ + ম শই মই শ্ম
ষ্ম ষ + ম ষই মই ষ্ম一 গ্ৰীষ্ম, ভীষ্ম
শ্ম শ + ম শই মই শ্ম 一 শ্মশান, কাশ্মীৰ
৪) যুক্তাক্ষৰ গঠন কৰো আহা
ষ + ম ষই মই ষ্ম
শ + ম শই মই শ্ম
৫) শেষৰ আখৰ মিল থকা শব্দ আচঁ টানি মিলোৱা
উত্তৰঃ আঘোণ 一 শাওণ
পাত 一 জাত
ভাল 一 ডাল
বসন্ত 一 হেমন্ত
পৰে 一 সৰে
গ্ৰীষ্ম一 উষ্ম
আহাৰ 一 নিয়ৰ
শৰৎ 一 মৃৎ
৬) কোন ঋতুত কি হয়?
ঋতু মাহ
গ্ৰীষ্ম জেঠ, আহাৰ
বৰ্ষা শাওণ, ভাদ
শৰৎ আহিন, কাতি
হেমন্ত আঘোন, পুহ
শীত মাঘ, ফাগুন
বসন্ত চ'ত, ব'হাগ
৭) যুক্তাক্ষৰ ভাঙা
শ্ম শ + ম শই মই শ্ম
ষ্ম ষ + ম ষই মই ষ্ম
ব্দ ব + দ বই দই ব্দ
ন্ত ন + ত নই তই ন্ত
ৰ্ষ ৰ + ষ ৰই ষই ৰ্ষ
ল্ল ল + ল লই লই ল্ল
৮) শব্দ গঠন কৰি বাক্য় সাজা
শব্দ বাক্য়
শ্ম কাশ্মীৰ কাশ্মীৰত আপেল পায়।
ষ্ম গ্ৰীষ্ম গ্ৰীষ্ম ঋতুত বৰ গৰম পৰে।
ন্ত অন্ত যাৰ অন্ত নাই তেওঁলোকৰ কাৰো প্ৰতি মৰম নালাগে।
ৰ্ষ বৰ্ষ কাইলৈ দিনটো আমাৰ নতুন বৰ্ষ।
৯) তোমাৰ ভাল লগা এখন ছবি অকা
উত্তৰঃ তোমালোকে নিজে আকিবলৈ চেষ্টা কৰিবা।
১০) লিখা
ক) বসন্ত কালত গছে পাত সলায় ।
খ) শীতকালত গছৰ পাত সৰে ।
গ) শৰৎকালত শেৱালি ফুল ফুলে ।
ঘ) হেমন্ত কালত নিয়ৰ-কুৱলি পৰে।
ঙ) গ্ৰীষ্মকালত বৰষুণ পৰে।
১১) ভাবি কোৱা
ক) ওপৰৰ পৰা পৰিল টেকেলি
টেকেলিৰ ভিতৰত এশ ভেকুলি।
উত্তৰঃ কঠাল।
খ) ৰজাৰ ঘৰৰ ক'লী গাই
ঘাটে ঘাটে পানী খায়।
উত্তৰঃবৰশী।
গ) আগ তিতা গুৰি মৌ
কি কাবি মানিকী বৌ।
উত্তৰঃ কুহিয়া।
ঘ) ৰ'দ আৰু বৰষুণ
সকলোতে লাগে
ৰাতি আৰু দিনটো
থাকো ভাগে ভাগে
গৰম আৰু ঠাণ্ডাটো
সমানে ল'বা
নানা ৰঙী বেশ মোৰ
সকলোতে পাবা
উত্তৰঃ ছাতি।
১১) উদাহৰণত দেখুৱাৰ দৰে ঋতু সম্পৰ্কীয় বাক্য় লিখা
উত্তৰঃ তোমালোকে নিজে কৰিবা।
১২) ছবিত দেখাত কোনবোৰ বস্তু গ্ৰীষ্ম আৰু শীত ঋতুত ব্য়ৱহাৰ কৰিব পাৰি তালিকাত নাম লিখা
উত্তৰঃ গ্ৰীষ্ম শীত
ছাতি ছুৱেটাৰ
ফেন মাৰফলাৰ
আইচ্ ক্ৰীম হাত মুজা
বিছনী টুপি
কুৰ্টা
Post ID: DABP001832