Chapter 7 - 

আমাৰ স্বাস্থ্য 

বনৌষধি

 পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ:

ক) পদ্যটোত কি কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে?

উত্তৰ: পদ্যটোত কৈছে যে তুলসী, মানিমুনি, মহুন্দৰি, নার্জী পাত, থুপুকীলতা, চিৰতা, আৰু নিম পাতে ৰোগ নিৰাময় কৰে।


খ) কাহ হ'লে কি খাব লাগে?

উত্তৰ: কাহ হ'লে তুলসীৰ ৰসত মৌ খালে ভাল হয়।


গ) কি কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে?

উত্তৰ: চিৰতা আৰু নিম পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে।


ঘ) তোমাৰ ঘৰতে ৰোগ নিৰাময়ত সহায় কৰা কি কি গছ আছে?

উত্তৰ (উদাহৰণ স্বৰূপে): আমাৰ ঘৰতে তুলসী, নিম, এলচি, আদা আদি বনৌষধি গছ আছে।


ঙ) তোমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ'লে তুমি কি কৰা?

উত্তৰ: আমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ’লে মই তেখেতক আৰামৰ ব্যৱস্থা কৰো আৰু প্ৰয়োজন হলে চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ।


চ) কেতিয়াবা ক’ৰবাত দুখ পাই তেজ ওলালে কি কৰা?

উত্তৰ: তেজ ওলালে চাফা কাপোৰেৰে চেঁচি ধৰো আৰু লোন-পানীৰে ধুই পাৰিলে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ।


অতিরিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A):

প্ৰশ্ন ছ) তুলসী পাত কিহৰ বাবে উপকাৰী?

উত্তৰ: তুলসী পাত কাহ আৰু ঠাণ্ডা নিৰাময়ত উপকাৰী।


প্ৰশ্ন জ) মানিমুনি আৰু মহুন্দৰি পাতে কি ৰোগ ভাল কৰে?

উত্তৰ: মানিমুনি আৰু মহুন্দৰি পাতে পেটৰ ৰোগ ভাল কৰে।


প্ৰশ্ন ঝ) কটা-ছিঙাত কি প্ৰয়োগ কৰিব পাৰি?

উত্তৰ: কটা-ছিঙাত নার্জী পাত বা থুপুকীলতা লগালে উপশম হয়।


সিংহ আৰু নাপিত

 পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ

ক) কাৰ মূৰ খজুৱাইছিল?

উত্তৰ: সিংহটোৰ মূৰ খজুৱাইছিল।


খ) “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।” বুলি কোনে কাক কৈছিল?

উত্তৰ: নাপিতে সিংহক কৈছিল।


গ) সিংহটোৰ কিয় খং উঠিছিল?

উত্তৰ: নাপিতে চুলি বেয়াকৈ কাটিছিল, সেই বাবে সিংহটোৰ খং উঠিছিল।


ঘ) মূৰ খজুৱাই খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল?

উত্তৰ: সিংহ নাপিতৰ ওচৰলৈ গৈছিল।


অতিরিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

ঙ) সিংহটোৱে চুলি কাটিবলৈ কোনৰ ওচৰলৈ গ’ল?

উত্তৰ: সিংহটোৱে চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল।


চ) সিংহটোৱে নাপিতক কি কৈছিল?

উত্তৰ: সিংহটোৱে কৈছিল “চুলিবোৰ ভালদৰে কাটিবা।”


ছ) নাপিতে সিংহটোক কি উপদেশ দিছিল?

উত্তৰ: নাপিতে সিংহটোক কৈছিল “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।”


জ) নাপিতে সিংহৰ চুলি কাটি কি কৰি পেলালে?

উত্তৰ: নাপিতে সিংহৰ মূৰ খালি কৰি দিলে।


✍️ লিখোঁ আহা

(ক) সিংহ আৰু নাপিতৰ কাহিনীটো নিজাবীয়াকৈ লিখোঁ আহা।

(উত্তৰ উদাহৰণ)

এদিন সিংহটোৰ মূৰ খজুৱাব ধৰিলে। সিংহটোৱে ভাবিলে যে চুলি বহুত দীঘল হৈ পৰিছে। সেয়েহে সি চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল। নাপিতে সিংহক ভালদৰে বহি থাকিবলৈ কৈ চুলি কাটি ধৰিলে। কিন্তু চুলি কাটি সিংহটোক পোনে পোনে টপা কৰি পেলালে। এই দেখি সিংহটোৰ বৰ খং উঠিল।

এই কাহিনীৰ পৰা আমি শিকোঁ যে যি কাম নহয় সেয়া কৰিব নালাগে।


(খ) সংলাপ সম্পূৰ্ণ কৰা:

প্ৰশ্ন: "এয়া তুমি কি কৰিলা? মই চোন -------------------হৈ পৰিলোঁ।"

উত্তৰ: "এয়া তুমি কি কৰিলা? মই চোন টপা হৈ পৰিলোঁ।"


Old 




 পাঠ-৭

ভালুকে খেলিলে ফুটবল

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer 

১) সাধুটো পঢ়া আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কোৱা

ক) ভালুকে প্ৰথমে বাঘৰ পোৱালিটোক কি বুলি ভাৱিছিল? 

উত্তৰঃ ভালুকে প্ৰথমে বাঘৰ পোৱালিটোক এটা ফুটবল বুলি ভাবিছিল।

খ) ভালুকটোৱে বাঘৰ পোৱালিটোক কি কৰিলে?

উত্তৰঃ ভালুকটোৱে বাঘৰ পোৱালিটোক পাই ফুটবল খেলিলে।

গ) বাঘৰ পোৱালিটোৱে ভালুকক কি কৰিবলৈ অনুৰোধ কৰিছিল?

উত্তৰঃ বাঘৰ পোৱালিটোৱে ভালুকক হাতালি খেলিবলৈ অনুৰোধ কৰিছিল।

ঘ) বাঘৰ পোৱালিটোৱে তাক বাৰে বাৰে ওপৰলৈ দিয়াবলৈ কিয় অনুৰোধ কৰিছিল?

উত্তৰঃ বাঘৰ পোৱালিটোৱে তাক বাৰে বাৰে ওপৰলৈ দিয়াবলৈ কৈছিল কাৰণ তাৰ বৰ মজা লাগিছিল।

ঙ) বাঘৰ পোৱালিটোক ওপৰলৈ দিলিয়াই দি ভালুকে কিয় লৰ মাৰিব লগা হল?

উত্তৰঃ বাৰে বাৰে হাতালি খেলি ভাগৰত ভালুক ককাইৰৰ  অৱস্থা কাহিল হৈছিল।

২) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখো আহা

ঠাণ্ডা    ণ্ড = ণ + ড    ণই    ডই     ণ্ড

ণ্ড        ণ + ড    ণই  ডই        ণ্ড = ঠাণ্ডা, পণ্ডিত

ষ্ট         ষ +  ট    ষই টই          ষ্ট  = দুষ্ট, পুষ্ট

স্ফ       স +  ফ    সই ফই        স্ফ = স্ফটিক, স্ফোটক

৩) যুক্তাক্ষৰ গঠন কৰোঁ আহা

     ণ + ড    ণই  ডই        ণ্ড

    ষ +  ট    ষই টই          ষ্ট  

    স +  ফ    সই ফই        স্ফ +

৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা

কিন্তু    ন্তু =  ন  +  ত     নই তই    ন্তু তাত উকাৰে ন্তুু

ন্তু    ন  +  ত     নই তই  ন্ত    তাত উকাৰে ন্তুু  = ন্তু

স্তু    স  +  ত    সই  তই   স্ত    তাত উকাৰে ন্তুু  = ন্তু

কিন্তুু =  কিন্তু, জন্তুু    = জন্তুু , সন্তুুষ্ট = সন্তুষ্ট

বস্তুু    = বস্তু, কস্তুুৰী = কস্তুৰী , মাস্তুুল = মাস্তুল

৫) যুক্তাক্ষৰ গঠন কৰোঁ আহা

    ন  +  ত     নই তই  ন্ত    তাত উকাৰে ন্তুু  = ন্তু

    স  +  ত    সই  তই   স্ত    তাত উকাৰে ন্তুু  = ন্তু

৬) যুক্তাক্ষৰ ভাঙা আৰু শব্দ লিখা

ণ্ড       ণ + ড    ণই  ডই        ণ্ড = ঠাণ্ডা, পণ্ডিত 

ষ্ট          ষ +  ট    ষই টই          ষ্ট  = দুষ্ট, পুষ্ট

স্ফ       স +  ফ    সই ফই        স্ফ = স্ফটিক, স্ফোটক

ন্তু         ন  +  ত     নই তই  ন্ত    তাত উকাৰে ন্তু = কিন্তু, জন্তু

স্তু          স  +  ত    সই  তই   স্ত    তাত উকাৰে স্তু = বস্তু, মাস্তুল

৭) বাক্য়কেইটা সাধুটোৰ দৰে ক্ৰমত সজাই লিখা

বাঘৰ পোৱালিটো ওপৰলৈ দলিয়াই দি ভালুকে ভিৰাই লৰ মাৰিলে।

ঠাণ্ডাতে সি কুচিঁ-মুচি বল এটা দৰে হৈ আছিল।

ভালুকে বাঘৰ পোৱালিটোক দূৰলৈ ভৰিৰে সজোৰে মাৰি পঠিয়ালে।

ভালুক ককাইৰহে  ভাগৰত অৱস্থা কাহিল হৈ পৰিল।

জামু গছৰ তলত বাঘৰ পোৱালি এটা শুই আছিল।

উত্তৰঃ জামু গছৰ তলত বাঘৰ পোৱালি এটা শুই আছিল।

            ঠাণ্ডাতে সি কুঁচি-মুচি বল এটাৰ দৰে হৈ আছিল।

            ভালুকে বাঘৰ পোৱালিটোক দূৰলৈ ভৰিৰে সজোৰে মাৰি পঠিয়ালে।

            ভালুক ককাইৰহে  ভাগৰত অৱস্থা কাহিল হৈ পৰিল।

            বাঘৰ পোৱালিটো ওপৰলৈ দলিয়াই দি ভালুকে ভিৰাই লৰ মাৰিলে।

৮) যুক্তাক্ষৰ যুক্ত শব্দ লিখা

ণ্ড = ঠাণ্ডা, কাণ্ড, প্ৰকাণ্ড।

ন্তু =  জন্তু, তন্তু, কিন্তু।

স্ফ =  স্ফটিক, স্ফোটক, স্ফূৰ্টি।

ন্ত = অন্ত, বন্তি, কন্তি।

ষ্ট = কষ্ট, মাষ্টৰ, গ্ৰীষ্ম।

স্তু = প্ৰস্তুত, বস্তু, মাস্তুল।


 


Post ID: DABP001825