Chapter 9 -

যাতায়াত আৰু যোগাযোগ

যান-বাহন
প্ৰশ্ন আৰু উত্তৰ
(ক) দুচকীয়া বাহনৰ নাম কোৱা।
উত্তৰ: চাইকেল।

(খ) কিহৰ ওপৰেৰে ৰে'লগাড়ীবোৰ চলাচল কৰে?
উত্তৰ: লোৰ ওপৰেৰে।

(গ) কোনবোৰ বাহন বায়ুপথেৰে যায়?
উত্তৰ: উৰাজাহাজ।

(ঘ) কোনবোৰ বাহনে পানীত চলাচল কৰে?
উত্তৰ: নাও, জাহাজ, ফেৰী।

(ঙ) যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন?
উত্তৰ: তেতিয়া মানুহে খোজকাঢ়ি বা গৰুগাড়ী, ঘোঁৰাগাড়ীৰে যাতায়াত কৰিলেহেঁতেন।

(চ) এখন তিনিচকীয়া বাহনৰ নাম কোৱা।
উত্তৰ: ৰিক্সা বা অট'ৰিক্সা।

উত্তৰ লিখোঁ আহা – লিখিত উত্তৰ

(ক) চাইকেল কেনেদৰে চলায় লিখা।
উত্তৰ: চাইকেলত মানুহে চিটত বহে আৰু ভৰিৰে পেডেল মাৰি চাইকেল চলায়।

(খ) পানীত চলা যান-বাহন দুখনৰ নাম লিখা।
উত্তৰ: নাও আৰু জাহাজ।

(গ) তুমি উঠি ভালপোৱা কেইবিধমান বাহনৰ নাম লিখা।
উত্তৰ: মই উঠি ভালপাওঁ – ৰে'লগাড়ী, উৰাজাহাজ, চাইকেল আৰু অট'ৰিক্সা।

অতিরিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

(ছ) ৰে'লগাড়ীত কি কি থাকে?
উত্তৰ: ৰে'লগাড়ীত বহুতো দবা আৰু চকা থাকে।

(জ) জাহাজ ৰখা ঠাইক কি বুলি কয়?
উত্তৰ: জাহাজ ৰখা ঠাইক জাহাজঘাট বা বন্দৰ বুলি কয়।

(ঝ) আজিকালি ৰে'লগাড়ী কেনেদৰে চলে?
উত্তৰ: আজিকালি ৰে'লগাড়ী বিদ্যুতৰ সহায়ত চলে।


 উকি মাৰি ৰে'ল চলে
লিখোঁ আহা – প্ৰশ্ন আৰু উত্তৰ
(ক) ৰে'লগাড়ী কেনেকৈ চলে?
উত্তৰ: ৰে'লগাড়ী উকি মাৰি ঝক্ ঝক্‌ শব্দ কৰি চলে।

(খ) মইনা ক’লৈ যাবলৈ ৰৈ আছিল?
উত্তৰ: মইনা ধুবুৰীলৈ যাব বুলি ৰৈ আছিল।

(গ) আলিবাটত কি কি চলে?
উত্তৰ: আলিবাটত মটৰ, অট', চাইকেল আৰু বাছ চলে।

(ঘ) আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি কি দেখা পাওঁ?
উত্তৰ: নদ-নদী, খাল-বিলত আমি জাহাজ আৰু নাও দেখা পাওঁ।

(ঙ) তোমালোকে ৰে'ল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? কি কি দেখা পোৱা বাৰু?
উত্তৰ (উদাহৰণস্বৰূপ): হয়, মই ৰে'লগাড়ীৰ খিৰিকীৰে পাহাৰ, খেতি-পথাৰ, গাঁওঘৰ, গৰু-বাছ আদিও দেখা পাওঁ।

 অতিরিক্ত প্ৰশ্ন-উত্তৰ (Additional Questions & Answers)
(চ) উৰাজাহাজ ক'ত উৰে?
উত্তৰ: উৰাজাহাজ আকাশত উৰে।

(জ) উৰাজাহাজ কি দৰে উৰে?
উত্তৰ: উৰাজাহাজ চৰাইৰ দৰে উৰে।

(ঝ) খিৰিকীৰে আমি কি দেখা পায়?
উত্তৰ: খিৰিকীৰে আমি উৰা মেঘ দেখা পায়।


Old


পাঠ-৯

চাফ-চিকুণতা

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

১) কওঁ আহা

ক) তুমি নিজকে চাফ-চিকুণকৈ ৰাখিবলৈ কি কি কাম কৰা?

উত্তৰঃ মই নিজকে চাফ-চিকুণকৈ ৰাখিবলৈ সদায় গা ধু, ভাত খোৱাৰ আগতে হাত ধু, আৰু চোতাল বাত সাৰা কামো কৰো। আৰু পিন্ধা কাপোৰো চাফা কৈ ৰাখো।

খ) বিদ্য়ালয়খন চাফ-চিকুণকৈ ৰাখিবলৈ তুমি কি কি কাম কৰা?

উত্তৰঃ বিদ্য়ালয়খন চাফ-চিকুনকৈ ৰাখিবলৈ মই বিদ্য়ালয়ত কোনো ধৰণৰ আৱৰ্জনা নেপেলাও। কাগজৰ টুকুৰা চিপচ্ ৰ পেকেটো নেপোলাও। সেইবিলাক মই ডাচবিনত পেলাও।

গ) বন্ধ দিনত ঘৰত তুমি কি কি চাফাই কাম কৰা?

উত্তৰঃ বন্ধ দিনত ঘৰত মই ফুলৰ বাগিছাৰ বন চাফা কৰো। লগতে ঘৰৰ ভিতৰত থকা আৱৰ্জনাবোৰ বাহিৰলৈ আনি সেইবোৰ এটা নিদিষ্ট ঠাইত থও।

ঘ) ওচৰ -চুবুৰীয়াক তুমি কি কি কামত সহায় কৰা?

উত্তৰঃ ওচৰ-চুবুৰীয়াক মই কামত সহায় কৰো লগতে দোকানলৈ যাব লাগিলে মই যাওঁ তেনেদৰে মই সহায় কৰো।

২) কওঁ আহা

ক) নখ কিয় দীঘলকৈ ৰাখিব নালাগে?

উত্তৰঃ নখ দীঘল কৰিলে নখত মলি জমা হয় আৰু আমি খাদ্য় খালে সেই খাদ্য়ৰ লগত মিলি গৈ পেটৰ বেমাৰ হয়।

খ) আমাৰ পৰা ঘৰৰ থকা গোহালি, গৰাল আদি কিয় আঁতৰত  থাকিব লাগে?

উত্তৰঃ আমাৰ পৰা ঘৰত থকা গোহালি , গৰাল আদি আঁতৰত ৰাখিলে ৰোগে চুব নোৱাৰে।

গ) মুকলিকৈ ৰখা মিঠাই আদি খালে কি হয়?

উত্তৰঃ মুকলিকৈ ৰখা মিঠাই আদি খালে আমাৰ বেমাৰ হয় কাৰণ মাখিয়ে তাত ৰোগ বিয়পায়।

ঘ) খোৱা খাদ্য়  আমি কেনেদৰে  ৰাখিব লাগে?

উত্তৰঃ খোৱা খাদ্য় আমি ঢাকি ৰাখিব লাগে যাতে তাত মাখিয়ে ৰোগ বিয়পাব নোৱাৰে।

৩) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা

                স্বভাৱ 一 স্ব = স + ৱ      সই ৱই   স্ব

স্ৱ         স  + ৱ      সই  ৱই      স্ব   স্বাস্থ্য়, স্ৱভাৱ

জ্ব        জ + ৱ      সই  ৱই     জ্ব   জ্বৰ, জলন্ত

দ্ৱ         দ  + ৱ      সই  ৱই      দ্ব   দ্বিতীয়, দ্বাদশ

৪) যুক্তাক্ষৰ গঠন কৰোঁ আহা

    স  + ৱ      সই  ৱই      স্ব

    জ + ৱ      সই  ৱই     জ্ব

     দ  + ৱ      সই  ৱই      দ্ব 

৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা

পৰিষ্কাৰ   ষ্ক = ষ + ক  ষই কই   ষ্ক

ষ্ক        ষ + ক        ষই  কই        ষ্ক 一 পুষ্কৰ, দুষ্কৰ

চ্ছ       চ + ছ         চই  ছই        চ্ছ 一 ইচ্ছা, শুভেচ্ছা

শ্চ       শ + চ        শই  চই        শ্চ 一 নিশ্চয়, পশ্চিম

৬) যুক্তাক্ষৰ গঠন কৰোঁ আহা

    ষ + ক        ষই  কই        ষ্ক

     চ + ছ          চই  ছই        চ্ছ

    শ + চ          শই  চই        শ্চ

৭) যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা

স্ৱ        ষ + ৱ      ষই  ৱই        স্ব一 স্বাথ্য়, স্বভাৱ

জ্ৱ       জ + ৱ      সই  ৱই         জ্ব   জ্বৰ, জ্বলন্ত

দ্ৱ        দ  + ৱ      সই  ৱই          দ্ব   দ্বিতীয়, দ্বাদশ

ষ্ক        ষ + ক        ষই  কই        ষ্ক 一 পুষ্কৰ, দুষ্কৰ

চ্ছ       চ + ছ         চই  ছই         চ্ছ 一 ইচ্ছা, শুভেচ্ছা

শ্চ       শ + চ        শই  চই         শ্চ 一 নিশ্চয়, পশ্চিম

৮) ওলোট-পালটকৈ লিখা আখৰবোৰ মিলাই অৰ্থপূৰ্ন শব্দলিখা

চ্ছাই         ইচ্ছা 

য়দ্বিতী      দ্বিতীয়

মপশ্চি     পশ্চিম

ষ্কাৰপৰি   পৰিষ্কাৰ

স্থ্য়স্বা        স্বাস্থ্য়

নদ্বাৱী      দ্বানৱী

৯) খালী ঠাই পূৰ কৰা

উদাহৰণ  মই সদায় বিদ্য়ালয়লৈ যাওঁ।    (সদায় \ কেতিয়াবা)

মই প্ৰতিদিনে সময়মতে  উপস্থিত  হওঁ।     (অনুপস্থিত \ উপস্থিত)

আমি পৰিষ্কাৰ  হৈ থকা উচিত।     ( লেতেৰা \ পৰিষ্কাৰ)

মই খোৱাৰ আগতে হাত  ধোওঁ     (ধোওঁ \ নোধোওঁ)  

১০) শব্দত থকা যুক্তাক্ষৰবোৰ ভাঙি লিখা

আৱিষ্কাৰ      ষ্ক        ষ + ক        ষই  কই        ষ্ক 一 পুষ্কৰ, দুষ্কৰ

স্বাধীন           স্ৱ        ষ + ৱ         ষই  ৱই          স্ব一 স্বাথ্য়, স্বভাৱ

শুভেচ্ছা       চ্ছ       চ + ছ         চই  ছই         চ্ছ 一 ইচ্ছা, শুভেচ্ছা

বিদ্বান           দ্ৱ        দ  + ৱ         সই  ৱই         দ্ব   দ্বিতীয়, দ্বাদশ

জ্বৰ           一   জ্ৱ       জ + ৱ         সই  ৱই          জ্ব   জ্বৰ, জ্ৱলন্ত

১১) তোমাৰ নিজৰ বিষয়ে কোৱা আৰু লিখা

(ক)  মোৰ নাম¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨।

উত্তৰঃ তোমালোকে নিজৰ নিজৰ নাম লিখিবা

(খ)  মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ থাকিবলৈ ভাল পাওঁ

উত্তৰঃ পৰিষ্কাৰ।

(গ) মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ গা ধোওঁ।

উত্তৰঃ সদায়।

(ঘ) মই¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিনৰ মূৰে মূৰে নখ কাটোঁ.

উত্তৰঃ ৭।

(ঙ) মই ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দিনৰ মূৰে মূৰে চাবোন বা চেম্পু অথৱা কলাখাৰেৰে চুলি ধোওঁ।

উত্তৰঃ ৩ বা ৪।

চ) মই আহাৰ খোৱা আগতে ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ ধোওঁ।

উত্তৰঃ হাত।

ছ) আমাৰ ঘৰত খোৱা খাদ্য় সদায় ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ দি ৰাখে।

উত্তৰঃ ধাক ।

জ) ¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨¨ খালে স্বাস্থ্য় ভালে থাকে বুলি মই জানো।

উত্তৰঃ আহাৰ।


 


Post ID: DABP001827