পৰিৱেশ প্ৰদূষণ
পাঠ-৯
১। উত্তৰ লিখা
(ক) পৰিৱেশ প্ৰদূষণ মানে কি বুজা?
উত্তৰঃ
(খ) প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ
(গ) বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা।
উত্তৰঃ
(ঘ) পানী প্রদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে যিকোনো দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ
(ঙ) মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ
(চ) পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা
(ক) পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক_____বুলি কোৱা হয়। ____গেছৰ পৰিমাণ বাঢ়ি যায়।
(খ) ইন্ধন জ্বলালে বায়ুমণ্ডলত_____
(গ) কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি _____সাৰ ব্যৱহাৰ কৰিব লাগে।
(ঘ) শব্দ প্ৰদূষণৰ ফলত মানুহৰ_____শক্তি কমি যাব পাৰে।
(ঙ) পৰিৱেশৰ সকলোবোৰ উপাদান______কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।
৩।তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা—
(ক) যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে।
উত্তৰঃ
(খ) উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে।
উত্তৰঃ
(গ) সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰ'ল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।
উত্তৰঃ
(ঘ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি।
উত্তৰঃ
(ঙ) বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে।
উত্তৰঃ
৪। বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ
৫। পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰঃ
৬। মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা।
উত্তৰঃ
৭। শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে?
উত্তৰঃ
0 Comments