আমাৰ উদ্য়োগসমূহ
পাঠ-১০
১। চমুকৈ লিখা
(ক) কেঁচামাল বুলিলে কি বুজা?
উত্তৰঃ
(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্রয়োজন?
উত্তৰঃ
(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা।
উত্তৰঃ
(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন ?
উত্তৰঃ
(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয় ?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা—
(ক) মুম্বাই ভাৰতৰ আধুনিক ____ উদ্যোগৰ প্ৰথম কেন্দ্র।
(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হল______ ।
(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ ____ ৰাজ্যত উৎপন্ন কৰা হয়।
(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ’ল _____।
৩। ‘ক’অংশৰ লগত ‘খ’ অংশ মিলোৱা
'ক' 'খ'
তেল শোধনাগাৰ কঁঠালগুৰি
নামৰূপ গেছ প্লান্ট
সাৰ উদ্যোগ শিলঘাট
মৰাপাট উদ্যোগ নুমলীগড়
উত্তৰঃ
৪। পর্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ
৫। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখা।
উত্তৰঃ
৬। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।
উত্তৰঃ
৭। চমুটোকা লিখা—
চেনি উদ্যোগ, কাগজ উদ্যোগ, কপাহী বস্তু উদ্যোগ, ৰেচম উদ্যোগ, লো-তীখা উদ্যোগ।
উত্তৰঃ