অধ্য়ায়-১৪
আমাৰ অধিকাৰ
অনুশীলনী
১। (ক)
লিংগ-বৈষম্য মানে কি?
(খ) শিশুৰ অধিকাৰ
বুলিলে কি বুজা?
(গ) শিশুৰ
অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা।
(ঘ) অসমত শিশু
সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ অসমত শিশু সুৰক্ষা দিৱস ৪ মাৰ্চ তাৰিখে পালন কৰা হয়।
২। খালী ঠাই পূৰ
কৰা।
(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান দেখিলে।
উত্তৰঃ খেতি।
(খ) সিহঁতে বিদ্যালয়খনৰ সভাত অংশগ্ৰহণ কৰিলে।
(গ) আমাৰ দেশৰ চৰকাৰে চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে।
উত্তৰঃ ১৯৮৬।
(ঘ) ২০০৯ চনত শিক্ষাৰ আইন প্ৰবৰ্তন
কৰা হয়।
উত্তৰঃ শিশুৰ।
৩। সত্যনে অসত্য
লিখা
(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল।
(খ) সেই অঞ্চলটোৰ
জনবসতি সেৰেঙা আছিল।
(গ) লিংগ-বৈষম্য
মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।
(ঘ) মালালা
ইউচফ্যাই ভাৰতীয় মহিলা।
উত্তৰঃ অসত্য়।
৪। আকস্মিক বক্তৃতা আয়োজন কৰা—
লিংগ-বৈষম্য, শিশু শ্রমিক, শিশুৰ অধিকাৰ, ক্ষেত্র ভ্রমণ, প্রাতঃসভা, বিদ্যালয়
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।
৫। প'ষ্টাৰ লিখা
(ক) শিক্ষা শিশুৰ
মৌলিক অধিকাৰ
(খ) ৬ৰ পৰা ১৪
বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক।
উত্তৰঃ 'বাধ্যতামূলক শিক্ষা' বুলিলে চৰকাৰৰ ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে শিশুৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা আৰু নামভৰ্তি, উপস্থিতিৰ খতিয়ানৰ লগতে শিক্ষা সম্পূৰ্ণ হোৱাৰ দায়িত্বক বুজায়। 'বিনামূলীয়া শিক্ষা'ই সকলো শিশুয়ে কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে।
Edit Dikha Rani Bora
Post ID:DABP002150
0 Comments