পৰিসংখ্য়িক প্ৰায়োগিক কাৰ্য

অধ্য়ায়- ৫


১। অসমূহিত ৰাশিৰ গড় উলিওৱা সূত্ৰটো কি ?

(What is the average source of zodiac sign in The Unset?)

উত্তৰঃ 


২। সমূহিত ৰাশি পদ্ধতিত গড় নিৰ্ণয় কৰা পদ্ধতি কেইটা লিখা।

(Write down the average determining methods in the sum sum method.)

উত্তৰঃ সমূহিত ৰাশি পদ্ধতিত গড় নিৰ্ণয় কৰা পদ্ধতি কেইটা হ'ল- দীৰ্ঘ পদ্ধতি আৰু চমু বা আনুমানিক গড় পদ্ধতি। 


৩। অযুগ্ম ৰাশিৰ মধ্যমা কেনেদৰে নিৰ্ণয় কৰা হয়?

(How is the middle of the odd zodiac sign decided?)

উত্তৰঃ অযুগ্ম ৰাশিৰ মধ্য়মা নিৰ্ণয় কৰিবৰ বাবে ৰাশিবোৰক উৰ্দ্ধ বা অধঃক্ৰমত সজাই লৈ ৰাশিশ্ৰেণীটোৰ সোঁমাজৰ ৰাশিটোক মধ্য়মা হিচাপে গ্ৰহণ কৰা হয়। 


৪। যুগ্ম আৰু অযুগ্ম ৰাশিৰ মধ্যমা নিৰ্ণয় কৰিবৰ বাবে কি সূত্ৰ ব্যৱহাৰ কৰা হয়?

(What formula is used to determine the middle of the joint and odd zodiac sign?)

উত্তৰঃ যুগ্ম ৰাশিৰ মধ্য়মা নিৰ্ণয় কৰিবৰ বাবে ব্য়ৱহাৰ সূত্ৰটো হ'ল-

আৰু অযুগ্ম ৰাশি নিৰ্ণয় কৰিবৰ বাবে ব্য়ৱহাৰ কৰা সূত্ৰটো হ'ল- 
                                                              

৫। মধ্য়মা কেনেদৰে নিৰ্ণয় কৰা হয় ?

(How is the middle decided?)

উত্তৰঃ প্ৰদত্ত ৰাশিবোৰক একাদিক্ৰমে সজাই ল'ব লাগে। তাৰ পিছত যিটো সংখ্য়া মাজত থাকে সেইটোৱে হ'ল মধ্য়মা।


৬। বহুলক কাক বোলে?

(Who is it called?)

উত্তৰঃ কোনো এটা সংখ্য়া শ্ৰেণীৰ সামগ্ৰী ৰাশিসমূহৰ মাজত যিটো ৰাশি বেছিকৈ পোৱা যায় তাকেই বহুলক বা Mode বুলি কোৱা হয়।


৭। 5, 5, 10, 10, 12, 12, 12, 13 ইয়াৰ বহুলক নিৰ্ণয় কৰা।

(5, 5, 10, 10, 12, 12, 12, 13 Making its most extensive decisions.)

উত্তৰঃ বহুলক হ'ল 12।


৮। লেখচিত্ৰ অংকন কাক বোলে ?

(Who does drawing a chart say?)

উত্তৰঃ কোনো এক জটিল পৰিস্থিতিক সহজ-সৰলভাৱে বুজি পাব পৰাকৈ চিত্ৰৰ সহায়ত অংকন কৰা ব্য়ৱস্থাই হ'ল লেখচিত্ৰ অংকন।


৯। মধ্য়বিন্দু নিৰ্ণয় কৰা সূত্ৰটো কি ?

( What is the formula that determines the middle point?)

উত্তৰঃ মধ্য়বিন্দু নিৰ্ণয় কৰা সূত্ৰটো হ'ল


১০। এখন বিদ্য়ালয়ৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া তলত উল্লেখ কৰা হ'ল। এই তথ্য়খিনিয়ে এটা বৃত্তচিত্ৰ অংকন কৰা।

(The number of students of classes I, II, III, IV and V of a vidyalaya is mentioned below. Draw a documentary with this information.)


উত্তৰঃ 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Author- Janmoni Hazarika



Post ID: DABP002024