সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা)

Chapter - 6


প্রশ্ন ১। খেৰসূতী কোন আছিল ? 

উত্তৰঃ


প্রশ্ন ২। শংকৰদেৱে কিমান বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ? 

উত্তৰঃ


প্রশ্ন ৩। টেটোন বুলি কাক , কিয় কৈছে ? 

উত্তৰঃ


প্রশ্ন ৪। গণকে শংকৰক জন্মতে কি বুলি কৈছিল ? 

উত্তৰঃ


প্রশ্ন ৫। ৰামৰায় কোন আছিল ? 

উত্তৰঃ


প্রশ্ন ৬। “ আমাৰ বংশত অপণ্ডিত নাই , তই মূখ হ’ব খুজিছনে ? ”– কথাষাৰ কোনে কাক কৈছিল ? 

উত্তৰঃ


প্রশ্ন ৭। “ বুঢ়ীআই , তেনে পূজা মােক নালাগে ”– শংকৰদেৱে কিয় তেনেকৈ কৈছিল ? 

উত্তৰঃ


প্রশ্ন ৮। শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোললৈ শিক্ষাৰম্ভ কৰিবলৈ যােৱা যাত্রাৰ এটি বর্ণনা দিয়া । 

উত্তৰঃ


প্রশ্ন ৯। নিশা গুৰুদেৱে শংকৰৰ বহালৈ কিয় আহিছিল ? তেতিয়া শংকৰে কি কৰি আছিল ? 

উত্তৰঃ


প্রশ্ন ১০। শংকৰদেৱৰ শিশুকালৰ অলৌকিক ঘটনাৰ বিষয়ে লিখা । 

উত্তৰঃ


প্রশ্ন ১১। শংকৰে গুৰুগৃহৰ পৰা মনে মনে ক’লৈ পলাই গৈছিল ? 

উত্তৰঃ


প্রশ্ন ১২। শংকৰে গুৰুগৃহৰ পৰা মনে মনে গুচি গৈ আকৌ আদবাটৰ পৰা উভতি আহিছিল কিয় ? 

উত্তৰঃ


প্রশ্ন ১৩। শংকৰদেৱক গুৰুদেৱে ওজা ছাত্র পাতিছিল কিয় ? 

উত্তৰঃ


প্রশ্ন ১৪। পাঠটিত শংকৰদেৱৰ প্ৰকৃতিৰ প্রতি ভালপােৱা কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা । 

উত্তৰঃ


প্রশ্ন ১৫। তাৎপর্য বুজাই লিখা –

( ক ) আমাৰেসে কর্মর্তৰে পণ্ডিতৰৰ বাক্য লৰে ।

.উত্তৰঃ


( খ ) লােণ তেল নাই শুদাব্যঞ্জনৰ এনে সােৱাদ ।

উত্তৰঃ


( গ ) বিনা জৰিৰে বন্ধা ফুলৰ মালাহে । 

উত্তৰঃ


প্রশ্ন ১৬। ভাব বহলাই লিখা –

( ক ) ৰজাক নিজৰ দেশতহে পূজে – বিদ্বানে সকলাে ঠাইতে পূজা পায় । 

উত্তৰঃ


( খ ) হংসৰ মাজত বগলী হােৱা । 

উত্তৰঃ


প্রশ্ন ১৭। শংকৰৰ গুৰুভক্তিৰ বিষয়ে পাঠৰ সহায়ত চমুকৈ লিখা ।

উত্তৰঃ


প্রশ্ন ১৮। তলৰ শব্দবােৰৰ আধুনিক অর্থ লিখা –

           দেহলাও , মহীচুঙা , চালপীৰা , ঠগি , আচার্য , বহা 

উত্তৰঃ


প্রশ্ন ১৯। সমার্থক শব্দ লিখা –

             গুৰুদে , ব্রাহ্মণ , টোল , হংস , তেজ , পুথি । 

উত্তৰঃ


প্রশ্ন ২০। শব্দার্থ লিখা –

             সুমধুৰ , অপণ্ডিত , টেটোন , উদণ্ড , তবধ 

উত্তৰঃ