ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল
১। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান কিলো'মিটাৰ?
(ক) ১৭,২০০ কিল'মিটাৰ
(খ) ১৫,২০০ কিল'মিটাৰ
(গ) ৬৩,০০ কিল'মিটাৰ
উত্তৰঃ (খ) ১৫,২০০ কিল'মিটাৰ
২। পৃথিৱীৰ দেশসমূহৰ ভিতৰত ভাতবৰ্ষ আকাৰত কিমান স্থানত আছে?
(ক) দশম স্থানত
(খ) অষ্টম স্থানত
(গ) সপ্তম স্থানত
উত্তৰঃ (গ) সপ্তম স্থানত
৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান বৰ্গ কিলো'মিটাৰ?
(ক) ৩,২৮৭,২৬৩ বৰ্গ কিলো'মিটাৰ
(খ) ৫,৬৭৮,১২৩ বৰ্গ কিলোমিটাৰ
(গ) ৭,৮৩৯,২৩৪ বৰ্গ কিলোমিটাৰ
উত্তৰঃ (ক) ৩,২৮৭,২৬৩ বৰ্গ কিলো'মিটাৰ
৪। কোনখন দেশক নদীমাতৃক দেশ বুলি কোৱা হয়?
(ক) পাকিস্তান
(খ) আমেৰিকা
(গ) ভাৰত
উত্তৰঃ (গ) ভাৰত
৫। উত্তৰ ভাৰতৰ নদীবিলাকৰ কেইটা ভাগত ভগাব পৰি?
(ক) ৪টা ভাগত
(খ) ৩টা ভাগত
(গ) ৯টা ভাগত
উত্তৰঃ (খ) ৩টা ভাগত
৬। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ কেইটা ভূ-প্ৰাকৃতিক ভাগত ভগাব পৰি?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (গ) চাৰিটা
৭। ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?
(ক) পূৱ গোলৰ্ধত
(খ) পশ্চিম গোলাৰ্ধত
(গ) উত্তৰ গোলাৰ্ধত
উত্তৰঃ (গ) উত্তৰ গোলাৰ্ধত
৮। ভাৰতবৰ্ষৰ প্ৰধান ঐতিহ্য কি?
(ক) সংহতি
(খ) সমাজ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) সংহতি
৯। এছিয়া মাহাদেশৰ কোন দিশত ভাৰতবৰ্ষ অৱস্থিত?
(ক) পূৱ দিশত
(খ) পশ্চিম দিশত
(গ) দক্ষিণ দিশত
উত্তৰঃ (গ) দক্ষিণ দিশত
১০। ভাৰতবৰ্ষত মুঠতে কিমানখন ৰাজ্য আছে?
(ক) ২৯ খন
(খ) ২৮ খন
(গ) ৩৪ খন
উত্তৰঃ (খ) ২৮ খন
১১। পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভাৰতবৰ্ষই আগুৰি আছে?
(ক) ২.২ শতাংশ
(খ) ৩.৮ শতাংশ
(গ) ১.৫ শতাংশ
উত্তৰঃ (ক) ২.২ শতাংশ
১২। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমভূমিৰে আৱৰি আছে?
(ক) ৬৯.৮ শতাংশ
(খ) ৪৩.৩ শতাংশ
(গ) ৭৯.৭ শতাংশ
উত্তৰঃ (খ) ৪৩.৩ শতাংশ
১৩। হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছিল?
(ক) টাৰচিয়েৰি যুগত
(খ) প্ৰাচীন যুগত
(গ) নব্য যুগত
উত্তৰঃ (ক) টাৰচিয়েৰি যুগত
১৪। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ মালভূমিৰে আৱৰি আছে?
(ক) ৩৪.৯ শতাংশ
(খ) ২৭.৭ শতাংশ
(গ) ১৩.৬ শতাংশ
উত্তৰঃ (খ) ২৭.৭ শতাংশ
১৫। কোন সীমাৰ লগত ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো সংলগ্ন হৈ আছে?
(ক) দক্ষিণ
(খ) উত্তৰ
(গ) পূৱ
উত্তৰঃ (খ) উত্তৰ
১৬। হিমালয় পৰ্বতমালাক কেইটা শাৰীত বিভক্ত কৰিব পৰি?
(ক) এটা ভাগত
(খ) দুটা ভাগত
(গ) তিনিতা ভাগত
উত্তৰঃ (গ) তিনিতা ভাগত
১৭। ভাৰতবৰ্ষৰ পূবত অৱস্থিত দেশখনৰ নাম কি?
(ক) চীনদেশ
(খ) ম্যানমাৰ
(গ) পাকিস্তান
উত্তৰঃ (খ) ম্যানমাৰ
১৮। আন্দামান অঞ্চল আৰু নিকোবৰ অঞ্চলৰ মুঠ কেইটা দ্বীপৰ সমষ্টি গঠিত?
(ক) ৩৪৩
(খ) ২১৫
(গ) ২৩২
উত্তৰঃ (খ) ২১৫
১৯। মাটি প্ৰধানকৈ কেইটা ভাগত ভগাব পৰি ?
(ক) তিনিটা ভাগত
(খ) পাছটা ভাগত
(গ) ছয়টা ভাগত
উত্তৰঃ (গ) ছয়টা ভাগত
২০। ১৯৯১ চনত ভাৰতৰ মুঠ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল?
(ক) ৩৪.৭ শতাংশ
(খ) ২৫.৭ শতাংশ
(গ) ৬৩.৭ শতাংশ
উত্তৰঃ (খ) ২৫.৭ শতাংশ
২১। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন
(ক) গংগা
(খ) ব্ৰহ্মপুত্ৰ
(গ) নৰ্মদা
(ঘ) গোদাৱৰী
উত্তৰঃ (ক) গংগা
২২।ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো?
(ক) কাঞ্চনজঙ্ঘা
(খ) নন্দাদেৱী
(গ) এভাৰেষ্ট
(ঘ) ধৌলাগিৰি
২৩। ভাৰতৰ সৰ্ববৃহৎ মালভূমি কোনটো?
(ক) দাক্ষিণাত্য মালভূমি
(খ) চোটানাগপুৰ মালভূমি
(গ) মালৱা মালভূমি
(ঘ) মেঘালয় মালভূমি
উত্তৰঃ (ক) দাক্ষিণাত্য মালভূমি
২৪। ভাৰতত ক'লা মৃত্তিকা মূলত কোন খেতিৰ বাবে উপযোগী?
(ক) কপাহ
(খ) ধান
(গ) পাট
(ঘ) চাহ
২৫। ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনখন?
(ক) মাওচিনৰাম
(খ) চেৰাপুঞ্জী
(গ) শ্বিলং
(ঘ) গুৱাহাটী
২৬। ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা কিমান?
(ক) ২৮টা
(খ) ২৯টা
(গ) ৩০টা
(ঘ) ৩১টা
২৭। ভাৰতৰ ৰাজধানী কোনখন?
(ক) মুম্বাই
(খ) কলকাতা
(গ) নতুন দিল্লী
(ঘ) চেন্নাই
২৮। ভাৰতৰ সৰ্ববৃহৎ ভৌতিক বিভাগ কোনটো?
(ক) উত্তৰ ভাৰতৰ সমভূমি
(খ) দাক্ষিণাত্য মালভূমি
(গ) উপকূলীয় সমভূমি
(ঘ) থাৰ মৰুভূমি
উত্তৰঃ (খ) দাক্ষিণাত্য মালভূমি
২৯। ভাৰতৰ আটাইতকৈ ওখ শৃংগ কোনটো?
(ক) নন্দাদেৱী
(খ) কাঞ্চনজঙ্ঘা
(গ) ধৌলাগিৰি
(ঘ) অন্নপূৰ্ণা
৩০। ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনখন?
(ক) শ্বিলং
(খ) মাওচিনৰাম
(গ) গুৱাহাটী
(ঘ) কোহিমা
উত্তৰঃ (খ) মাওচিনৰাম
৩১। ক'লা মৃত্তিকা কোন খেতিৰ বাবে বিখ্যাত?
(ক) ধান
(খ) কপাহ
(গ) চাহ
(ঘ) পাট
উত্তৰঃ (খ) কপাহ
৩২। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন?
(ক) গংগা
(খ) ব্ৰহ্মপুত্ৰ
(গ) গোদাৱৰী
(ঘ) নৰ্মদা
উত্তৰঃ (ক) গংগা
৩৩। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো?
(ক) মগৰ
(খ) গংগাৰ ডলফিন
(গ) কচ্ছপ
(ঘ) তিমি
উত্তৰঃ (খ) গংগাৰ ডলফিন
৩৪। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো?
(ক) আপেল
(খ) আম
(গ) কল
(ঘ) নাৰিকল
উত্তৰঃ (খ) আম
৩৫।ভাৰতৰ ৰাষ্ট্ৰীয় গছ কোনটো?
(ক) নিম
(খ) বটগছ
(গ) বাঁহ
(ঘ) আম
উত্তৰঃ (খ) বটগছ
৩৬। ভাৰতৰ প্ৰধান খাদ্যশস্য কোনটো?
(ক) ধান
(খ) গম
(গ) মাকৈ
(ঘ) বাজৰা
উত্তৰঃ (ক) ধান
৩৭। ভাৰতৰ চাহ উৎপাদনত প্ৰথম ৰাজ্য কোনখন?
(ক) অসম
(খ) পশ্চিমবংগ
(গ) কেৰালা
(ঘ) তামিলনাডু
উত্তৰঃ (ক) অসম
৩৮। ভাৰতৰ প্ৰধান লোহা-ইস্পাত উদ্যোগ কোন ৰাজ্যত অধিক?
(ক) ঝাৰখণ্ড
(খ) গোৱা
(গ) পাঞ্জাব
(ঘ) হাৰিয়ানা
উত্তৰঃ (ক) ঝাৰখণ্ড
৩৯। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
(ক) NH-27
(খ) NH-44
(গ) NH-16
(ঘ) NH-48
উত্তৰঃ (ক) NH-27
৪০। ভাৰতত মৌচুমী বতাহ ক'ৰ পৰা আহে?
(ক) ভাৰত মহাসাগৰ
(খ) আৰৱ সাগৰ
(গ) প্ৰশান্ত মহাসাগৰ
(ঘ) ভূমধ্য সাগৰ
উত্তৰঃ (ক) ভাৰত মহাসাগৰ
৪১. ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কোনখন?
(ক) বিহাৰ
(খ) মহাৰাষ্ট্ৰ
(গ) উত্তৰ প্ৰদেশ
(ঘ) ৰাজস্থান
উত্তৰঃ (গ) উত্তৰ প্ৰদেশ
৪২. ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন?
(ক) ছিক্কিম
(খ) গোৱা
(গ) মিজোৰাম
(ঘ) ত্ৰিপুৰা
উত্তৰঃ (ক) ছিক্কিম
৪৩. ভাৰতৰ মুখ্য জীৱিকা কি?
(ক) কৃষি
(খ) উদ্যোগ
(গ) ব্যৱসায়
(ঘ) মীন পালন
উত্তৰঃ (ক) কৃষি
৪৪. ভাৰতৰ মুখ্য খাদ্যশস্য কোনটো?
(ক) ধান
(খ) গম
(গ) মাকৈ
(ঘ) বাজৰা
উত্তৰঃ (ক) ধান
৪৫. ভাৰতত ক'লা মৃত্তিকা মূলত কোন খেতিৰ বাবে উপযোগী?
(ক) কপাহ
(খ) ধান
(গ) চাহ
(ঘ) পাট
উত্তৰঃ (ক) কপাহ
৪৬. ভাৰতৰ আটাইতকৈ ডাঙৰ কয়লাক্ষেত্ৰ কোনখন?
(ক) ঝাৰিয়া
(খ) ৰাণীগঞ্জ
(গ) তালচেৰ
(ঘ) সিংৰৌলি
উত্তৰঃ (ক) ঝাৰিয়া
৪৭. ভাৰতৰ খনিজ তেলৰ প্ৰধান উৎপাদনকাৰী ৰাজ্য কোনখন?
(ক) অসম
(খ) বিহাৰ
(গ) পাঞ্জাব
(ঘ) কেৰালা
উত্তৰঃ (ক) অসম
৪৮. ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দর কোনটো?
(ক) মুম্বাই
(খ) চেন্নাই
(গ) কোচি
(ঘ) বিশাখাপট্টনম
উত্তৰঃ (ক) মুম্বাই
৪৯. ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো?
(ক) গংগাৰ ডলফিন
(খ) তিমি
(গ) মগৰ
(ঘ) কচ্ছপ
উত্তৰঃ (ক) গংগাৰ ডলফিন
৫০. ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কোনটো?
(ক) পদুম
(খ) গোলাপ
(গ) জবা
(ঘ) সূৰ্যমুখী
উত্তৰঃ (ক) পদুম
৫১. ভাৰতৰ ৰাষ্ট্ৰীয় পশু কোনটো?
(ক) বাঘ
(খ) সিংহ
(গ) হাতী
(ঘ) গঁড়
উত্তৰঃ (ক) বাঘ