ভোগালী বিহু


১. ভোগালী কবিতাটোৰ কবি কোন?

(ক) নবীন চন্দ্ৰ বৰদলৈ

(খ) শৈলধৰ ৰাজখোৱা

(গ) এটাও নহয়

উত্তৰ- (খ) শৈলধৰ ৰাজখোৱা ।


২. কবিগৰাকীৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৯০ চনত

(খ) ১৯৪৭ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৮৯০ চনত ।


৩. কবিগৰাকীৰ ক’ত জন্ম হৈছিল?

(ক) শিৱসাগৰত

(খ) ডিব্ৰুগড়ত

(গ) এটাও নহয়

উত্তৰ- (খ) ডিব্ৰুগড়ত ।


৪. শৈলধৰ ৰাজখোৱাদেৱক কি বুলি কোৱা হয়?

(ক) নিজৰাৰ কবি

(খ) সাহিত্য়ৰথী

(গ) এটাও নহয়

উত্তৰ- (ক) নিজৰাৰ কবি ।


৫. দুনাই শব্দৰ অৰ্থ কি?

(ক) দুঃখিত, পীড়িত

(খ) দ্বিতীয়বাৰ

(গ) এটাও নহয়

উত্তৰ- (খ) দ্বিতীয়বাৰ ।


৬. কাতৰ শব্দৰ অৰ্থ কি?

(ক) কলপটুৱাৰে প্ৰস্তুত কৰা দোণা

(খ) দুঃখিত, পীড়িত

(গ) এটাও নহয়

উত্তৰ- (খ) দুঃখিত, পীড়িত ।


৭. কবিগৰাকীৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৬৮ চনত

(খ) ১৯৭৪ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯৬৮ চনত ।


৮. অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণ সমষ্টিক কি বোলে?

(ক) শব্দ

(খ) নাম

(গ) এটাও নহয়

উত্তৰ- (ক) শব্দ ।


৯. ব্য়ঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে কি বৰ্ণৰ সহায় ল’ব লাগে?

(ক) ব্য়ঞ্জন বৰ্ণৰ

(খ) স্বৰ বৰ্ণৰ

(গ) এটাও নহয়

উত্তৰ- (খ) স্বৰ বৰ্ণৰ ।


১০. উমলি শব্দৰ অৰ্থ কি?

(ক) কাজিয়া

(খ) ৰং, ধেমালি কৰা

(গ) এটাও নহয়

উত্তৰ- (খ) ৰং, ধেমালি কৰা ।