টকা-পইচা

  Chapter 8 

১। দেওবাৰে মইনা,মধু কলৈ যায়?

ক) মাছ মাৰিবলৈ যায়

খ) বজাৰলৈ যায়

গ) বিয়া খাবলৈ যায়

উত্তৰঃ খ) বজাৰলৈ যায়

২। এ টকাত জলফাই টেঙা কেইটা পায়?

ক) ৭ টা

খ) ৪ টা

গ) ৫ টা

উত্তৰঃ খ) ৪ টা

৩। 5+2+10= কিমান টকা?

ক) ১৫

খ) ১৬

গ) ১৭

উত্তৰঃ গ) ১৭

৪। 20+10= কিমান টকা?

ক) ৩৫

খ) ৩০

গ) ২৫

উত্তৰঃ খ) ৩০

৫। এমুঠি ধনিয়া কিমান টকা?

ক) ৫ টকা

খ) ২ টকা

গ) ৩.৫০ টকা

উত্তৰঃ খ) ২ টকা

6। এটা কলমৰ দাম কিমান?

ক) ৫৬

খ) ১০

গ) ৪৫

উত্তৰঃ খ) ১০

৭। 30+20= কিমান টকা?

ক) 60

খ) 50

গ) 40

উত্তৰঃ খ) 50

৮। ৭৫+২৫+20 = কিমান?

ক) 152

খ) 120

গ) 150

উত্তৰঃ খ) 120

৯। এখন ক্ৰিকেট খেলত নন্দনে কিমান ৰান কৰিলে?

ক) 20

খ) 16

গ) 80

উত্তৰঃ খ) 16

১০। চামেলিয়ে গোট পৰীক্ষাত গণিতত কিমান নম্বৰ পালে?

ক) 52

খ) 41

গ) 20

উত্তৰঃ খ) 41