Class 1 Assamese 

পাঠ - ৩২ 

লগে - ভাগে পঢ়োঁ আহাঁ

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer

উত্তৰ লিখাঃ

(ক) হাতীৰ শুঁৰত কি থাকে?

 উত্তৰঃ হাতীৰ শুঁৰত পানী থাকে।

(খ) গুটিৰ পৰা কি হয়?

উত্তৰঃ গুটিৰ পৰা গছ হয়।

(গ) জোনৰ ৰঙ কেনেকোৱা?

উত্তৰঃ জোনৰ ৰঙ ৰূপালী।

 


SRI MAMPI KAKATI 

Check By - Mukesh Borah

DABP007392