BA Major 4th Sem

EDUCATION

Paper Code EDU-HC-4016

Chapter - 2

মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈক্ষিক চিন্তা

এই বিষয়ৰ লগতে 4th Semester Education সকলো উত্তৰ পাবলৈ 290 টকা দি ১ বছৰৰ বাবে সকলো উত্তৰ আৰু Update সময়ে সময়ে পাই থাকিব।

Join Our Membership Now


চমু প্ৰশ্ন উত্তৰঃ

১) কোন চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল?

২) মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল?

৩) মহাত্মা গান্ধী কোন আছিল?

৪) মহাত্মা গান্ধীৰ মায়েক কোন আছিল ?

৫) মহাত্মা গান্ধীৰ মায়েৰ পিতৃ কোন আছিল ?

৬) ৱাৰ্দ্ধা সন্মিলনীৰ সভাপতি কোন আছিল ?

৭) গান্ধীয়ে কলেজত ক'ত নামভৰ্ত্তি কৰিছিল ?

৮) ৰবীন্দ্ৰনাথ ঠাকুৰৰ মাতৃ কোন আছিল ?

৯) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম ক'ত হৈছিল ?

১০) ৰবীন্দ্ৰনাথ ঠাকুৰৰ শৈক্ষিক দৰ্শন সম্বন্ধে আলোচনা কৰা । 

১১) ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেউতাক কোন আছিল ?

১২) ৰবীন্দ্ৰনাথ শিক্ষাদানৰ পদ্ধতি সম্বন্ধে চমুকৈ লিখা । 

১৩) কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ?

১৪) 'Indian opinion' কোনে প্ৰকাশ কৰিছিল ?

১৫) 'মোৰ সত্য অন্বেষণৰ কাহিনী' নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

১৬) মহাত্মা গান্ধী কোন ঠাইত জন্মগ্ৰহণ কৰিছিল ?

১৭) কোন চনত ঠাকুৰে 'শান্তিনিকেতন' স্থাপন কৰিছিল ?

১৮) কিহৰ বাবে ঠাকুৰে ন'বেল পুৰস্কাৰ লাভ কৰিছিল ?

১৯) কোন চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল ?

২০) কোন চনত ঠাকুৰে ন'বেল পুৰস্কাৰ লাভ কৰিছিল ?

২১) শিক্ষাৰ লক্ষ্য সম্বন্ধে মহাত্মা গান্ধীৰ মন্তব্য কি আছিল ?

২২) মহাত্মা গান্ধীৰ দুখন বিখ্যাত গ্ৰন্থৰ নাম উল্লেখ কৰা ।

২৩) কোন চনত ঠাকুৰে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে 'বিশ্বভাৰতী' প্ৰতিষ্ঠা কৰিছিল ?

২৪) কোন চনত ঠাকুৰৰ মৃত্য়ু হৈছিল ?

২৫) ১৯৩৭ চনৰ ৱাৰ্দ্ধা সন্মিলনীৰ দুটা মূল প্ৰস্তাৱ উল্লেখ কৰা । 

২৬) বুনিয়াদী শিক্ষাৰ দুটা নীতি উল্লেখ কৰা । 

২৭) ড° জাকিৰ হুছেইন কমিটিৰ প্ৰতিবেদনৰ দুটা প্ৰধান প্ৰস্তাৱ উল্লেখ কৰা । 

২৮) 'বুনিয়াদী' শব্দটোৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

২৯)  বুনিয়াদী শিক্ষাৰ ধাৰণা কি ?

৩০) ৰবীন্দ্ৰনাথ ঠাকুৰৰ গ্ৰাম্য পুনঃগঠন প্ৰতিষ্ঠানৰ দুটা প্ৰধান লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা ।

৩১) বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা । 

৩২) 'বুনিয়াদী' শিক্ষাৰ দুটা সাংগঠনিক বৈশিষ্ট্য উল্লেখ কৰা ।

৩৩) মহাত্মা গান্ধীৰ জীৱন দৰ্শন সম্বন্ধে আলোচনা কৰা । 

৩৪) বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ দুটা লক্ষ্য উল্লেখ কৰা ।

৩৫) শিক্ষাৰ অৰ্থ সম্বন্ধে গান্ধীজীৰ মতামত চমুকৈ লিখা । 

৩৬) শান্তি নিকেটন বিদ্যালয়ৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা । 

৩৭) শিক্ষাৰ লক্ষ্য সম্বন্ধে গান্ধীজীৰ মতামত চমুকৈ লিখা । 

৩৮) শান্তিনিকেটন বিদ্যালয়ৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা । 

৩৯) শিক্ষাদানৰ পদ্ধতি সম্বন্ধে গান্ধীজীৰ মতটো আলোচনা কৰা । 

৪০) পাঠ্যক্ৰম সম্বন্ধে গান্ধীজীৰ মতামত আলোচনা কৰা । 

৪১) মহাত্মা গান্ধীৰ মতে শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা আলোচনা কৰা । 

৪২) আধুনিক শৈক্ষিক চিন্তাধাৰলৈ মহাত্মা গান্ধীৰ তাৎপৰ্যপূৰ্ণ অৰিহণাৰ বিষয়ে আলোচনা কৰা । 

৪৩) গান্ধীজীৰ 'নঈ তালিম' শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা । 

৪৪)  অনুশাসন সম্বন্ধে গান্ধীজীৰ মতামত আলোচনা কৰা । 

৪৫) বুনিয়াদী শিক্ষাৰ সবলতাসমূহ আলোচনা কৰা । 

৪৬) বুনিয়াদী শিক্ষাৰ দুৰ্বলতাসমূহ আলোচনা কৰা । 

৪৭) ২১ শতিকাত গান্ধীজীৰ শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা । 

৪৮)  ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে শিক্ষাৰ লক্ষ্য সম্বন্ধে আলোচনা কৰা । 

৪৯) ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী সম্বন্ধে চমুকৈ লিখা ।

৫০) ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন দৰ্শন সম্বন্ধে চমুকৈ লিখা । 

৫১) পাঠ্যক্ৰম সম্বন্ধে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতামত আলোচনা কৰা । 

৫২) গান্ধীজীৰ শিল্পকেন্দ্ৰিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

৫৩) গান্ধীক কোনে 'মহাত্মা' বুলি সম্বোধন কৰিছিল ?

৫৪) ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে শিক্ষাক্ষেত্ৰত শিক্ষকৰ ভূমিকা আলোচনা কৰা । 

৫৫) শিক্ষানুষ্ঠানৰ অনুশাসন সম্বন্ধে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতামত আলোচনা কৰা ।