Lesson-1

Where The Mind is Without Fear 

য'ত মনটো ভয় নোহোৱাকৈ আছে


I .a) Lets look at the interesting use of the relative adverb 'where' in all but 1 line of the poem. The lines start with 'where'


'where' শব্দটোৰ বিভিন্ন অৰ্থ আৰু ব্যৱহাৰ আছে। কবিতাটিৰ এটা পংক্তিত 'where' ৰে আৰম্ভ হৈছে।

Line 1- Where the mind is without fear and the head is held high;

(য’ত মন ভয়মুক্ত আৰু শিৰ সদায় উচ্চ) 

Here 'where' relates to 'mind' and now find out what 'where' relates to lead' in the other lines.

(ইয়াত 'where' মনৰ সৈতে জড়িত। আন পংক্তিসমূহত ' where' কিহৰ সৈতে জড়িত লিখা)

Ans: Here 'where' relates to thought and actio.


b) Find out the negative words in the poem, eg, fear, broken. 

(কবিতাটোত থকা ঋণাত্মক শব্দবোৰ লিখা)

 Ans: The negative words in the poem are: narrow, lost,dreary,dead.

(কবিতাটোত থকা ঋণাত্মক শব্দবোৰ হ’ল ঠেক,হেৰুৱা, ভয়ানক,মৃত্যু)


c) Say whether true or false 

(সত্য/ অসত্য লিখা)

1. The poet describes an ideal place.

(কবিয়ে এক আদৰ্শৱান ঠাইৰ কথা কৈছে)

Ans: True. (সত্য)


 2. 'Narrow domestic walls' means lack of understanding between man and man. 

(narrow domestic wall ৰ অৰ্থ হ’ল মানুহৰ মাজত থকা বুজাবুজিৰ অভাৱ)

Ans: True. (সত্য)


3. 'Dead habit' means old habits. 

('dead habit' ৰ অৰ্থ হৈছে পুৰণি পৰম্পৰাসমূহ)

Ans: True (সত্য)


4. Truth, perfection and reason are not to be found in that 'heaven'

(সত্য, নিখুঁত আৰু যুক্তি তেনে স্ৱৰ্গত নাই)

Ans: False (অসত্য) 


5. Tireless striving can't reach perfection.

('অবিৰত চেষ্টাৰ জৰিয়তে নিপুনতা অৰ্জন কৰিব নোৱাৰি)

Ans: False. (অসত্য)


II. Give 5 short sentences to describe the heaven that the poet wants for his country men eg. a place where knowledge is free.

(কবিয়ে বিচৰা নৈসৰ্গিক দেশখনৰ কবিতাটিত দিয়া বিৱৰণৰ ৫টা বাক্য লিখা)

Ans: (a)Where mind is without fear. (য’ত মন ভয়মুক্ত)

         (b)Where everyone speaks only truth. (য’ত সকলোৱে কেৱল সত্য কয়)

         (c)Where people think with reason (য’ত মানুহে যুক্তিৰে চিন্তা কৰে)

         (d)Where mind is lead by thought and action (য’ত  মন বিচাৰ আৰু কৰ্মৰ দ্বাৰা পৰিচালিত হয়)

         (e)Where everyone works tirelessly towards perfection.(য’ত সকলোৱে অবিৰত চেষ্টাৰে নিপু্নতা অৰ্জনৰ দিশে কাম কৰে)


III. Answer the following: 

(তলত দিয়াসমূহৰ উত্তৰ দিয়া) 

1. Who does 'thee' refer to? 

('আপুনি' বুলি কাক কোৱা হৈছে?)

Ans: 'Thee'  refers to God. 

(ইয়াত আপুনি বুলি ভগৱানক বুজোৱা হৈছে) 


2. What does the poet expect a man to possess? 

(কবিয়ে মানুহে কি আয়ত্ত কৰাটো বিচাৰিছে?)

Ans: The poet expects a man to possess freedom.

( কবিয়ে মানুহে স্ৱাধীনতা পোৱাটো বিচাৰিছে) 


3. How can one achieve perfection? 

(এজন ব্যক্তিয়ে কেনেদৰে নিপুনতা অৰ্জন কৰে?)

Ans:  By striving tirelessly one can achieve perfection.

(এজন ব্যক্তিয়ে অবিৰত চেষ্টাৰ জৰিয়তে নিপুনতা অৰ্জন কৰে)

 

4. What is 'dead habit'? 

('মৃত অভ্যাস' বোৰ কি?)

Ans: 'Dead habits' means old habits.

('মৃত অভ্যাস' বোৰৰ অৰ্থ হ’ল পুৰণি অভ্যাসবোৰ)

 

5. What are 'narrow domestic walls'? Does this poem remind you of any poem of Bengali poet Rabindranath Tagore? 

('narrow domestic wall' মানে কি? এই কবিতাটোৰ দৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্য কবিতাৰ নাম লিখা)

Ans: 'Narrow domestic walls' are the inability of understanding between man to man. Another poem by Rabindranath Tagore is Freedom.

('narrow domestic walls' মানে হ’ল মানুহৰ মাজত থকা বুজা পৰাৰ অভাৱ) 


7. The word Where' is frequently used in this poem. Why?

(কবিতটোত 'where' শব্দটো কেইবা বাৰো ব্যৱহাৰ কৰা হৈছে৷ কিয়?)

Ans: The word 'where' is frequently used in this poem because the poem is a description of a place which is imagined by the poet and he indicates it by using the word 'where'.

(কবিতাটোত'where’ শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিছে৷ তেওঁ কবিতাটো এক আদৰ্শৱান ঠাইৰ বৰ্ণনা কৰিছে আৰু তেওঁ সেই ঠাইখন কেনে হোৱাতো বিচাৰিছে তাক 'where' শব্দৰ জৰিয়তে দেখুৱাইছে)


Word meaning:

Fear- ভয়।

Held- অনুষ্ঠিত।

Broken- ভগা।

Fragment- খণ্ড।

Narrow- ঠেক।

Depth- গভীৰতা।

Tireless- অক্লান্ত।

Striving- চেষ্টা কৰা।

Stretch- প্ৰসাৰিত কৰা।

Arms- বাহু।

Perfection- নিখুঁততা।

Stream- নিজৰা।

Reason- কাৰণ।

Dreary desert- নিস্তব্ধ মৰুভূমি।

Sand- বালি।

Widening- বহল কৰা।

Heaven- স্বৰ্গ।


Word meaning by- Punya Hazarika.