আমাৰ দেশৰ শাসন ব্যৱস্থা


 (১) একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) আমাৰ দেশত কোনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মজত ক্ষমতা ভাগ কৰি দিছে?
উত্তৰঃ আমাৰ দেশত ভাৰতীয় সংবিধান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা ভাগ কৰি দিছে।

(খ) ভাৰতবৰ্ষথ চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘআই খুঁটা হিচাপে কাক অভিহিত কৰা হয়?
উত্তৰঃ ভাৰতবৰ্ষত চৰকাৰৰ শাসন ব্যৱস্থাৰ ঘাই খুটা হিচাপে সংবিধানক অভিহিত কৰা হয়।

(গ) ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?
উত্তৰঃ ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী-ৰাষ্ট্ৰপতি।

(ঘ) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ বছৰ।

(ঙ) সংসদৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?
উত্তৰঃ সংসদৰ উচ্চ সদন

(চ) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মোননীত কৰিব পাৰে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ২ জন সদস্য মনোনীত কৰিব পাৰে।

(ছ) এখন ৰাজ্যৰ শাসনৰ মুৰব্বী কোন?
উত্তৰঃ এখন ৰাজ্যৰ শাসনৰ মুৰব্বী হৈছে- ৰাজ্যপাল।

(জ) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?
উত্তৰঃ ১৮ বছৰ ওপৰৰ ভাৰতীয় সকলো নাগৰিককে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে।

(ঝ) অসমৰ কোন দুখন জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা কৰা হয়?
উত্তৰঃ অসমৰ কাৰ্বি আংলং পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্বশআসিত জিলাপৰিষদৰ ব্যৱস্থা কৰা হয়।

(ঞ) বিটিএডিৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ বিটিএডিৰ সম্পূৰ্ণ নামটো হ'ল- Bodoland Territorial Areas District.

(২) উত্তৰ লিখাঁ।
(ক) ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি লিখাঃ ভাৰতৰ ৰাষ্ট্ৰপতিক নাগৰিকে পোনপটিয়াকৈ নিৰ্বাচন নকৰে।ৰাজসভা, লোকসভাৰ সাংসদ আৰু বিভিনিন ৰাজ্যৰ বিধায়কে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে।
  ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ অৰ্হতাসমূহঃ
(ক) ভাৰতৰ নাগৰিক হ'ব লাগিব।

(খ) বয়য়স অন্ততঃ ৩৫ বছৰ হ'ব লাগিব।

(গ) লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব।

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কোনো লাভ জনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।

(খ) বিটিএডিৰ অন্তৰ্ভূক্ত জিলা চৰিখনৰ নাম লিখা।
উত্তৰঃ বিটিএডিৰ অন্তৰ্ভূক্ত জিলা চাৰিখনৰ নাম হ'লঃ- (i) কোকৰাঝআৰ (ii) চিৰাং (iii) বাক্সা আৰু (iv) ওদালগুৰি।

(গ) ভাৰতীয় বিধানসভাৰ মতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান হ'ব পাৰে?
উত্তৰঃ ভাৰতীয় বিধানসভাৰ মতে ৰাজ্যিক বিধানসভাৰ মুঠ সদস্য সংখ্যা ১২ গৰাকী হ'ব পাৰে।

(ঘ) বিধানসভাৰ দুটা প্ৰয়োজনীয় অৰ্হতা লিখা।
উত্তৰঃ বিধানসভাৰ দুটা প্ৰয়োজনীয় অৰ্হতা হ'ল- (i) ভাৰতীয় নাগৰিক হ'ব লাগিব, (ii) বয়স ২৫ বছৰ হ'ব লাগিব।

(ঙ) ভাৰতৰ ৰাষ্ট্ৰপতীয়ে কি পৰিস্থিতিত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ দেশৰল কোনো অংশত বা গোটেই দেশথ বিদ্ৰোহ সূচনা হ'লে, অন্য ৰাষ্ট্ৰৰ লগত যুদ্ধ লাগিলে, অন্য কোনো ৰাজ্যত সংবিধান অনুসৰি শাসন কাৰ্য পৰিচালনা কৰা সম্ভৱ হৈ পৰিলে, কোনো ৰাজ্যৰ বিত্তীয় অৱস্থা সংকটজনক হ'লে ভাৰতীয় ৰাষ্ট্ৰপতীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।

(চ) ভাৰতীয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতন কোন কোন জড়িত থাকে।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰাজ্যসভা, লোকসভাৰ সাংসদ আৰু বিভিন্ন ৰাজ্যৰ বিধাায়কে জড়িত থাকে।

(ছ) ভাৰতৰ ৰাষ্ট্ৰপতিক কি অপৰাধৰ বাবে পদৰ পৰা অপসাৰিত কৰিব পাৰি?
উত্তৰঃ সংবিধান ভংগ লেখীয় গুৰুত্বৰ অপৰাধত ভাৰতীয় ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিবহ পাৰে।

(৪) ভাাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াবলৈ হ'লে কি কি অৰ্হতাৰ প্ৰয়োজন হয়?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগ বঢ়াবলৈ হ'লে।প্ৰয়োজন হোৱা অৰ্হতা সমূহ হ'ল-

(ক) ভাৰতীয় নাগৰিক হ'ব লাগিব,

(খ) বয়স অন্ততঃ ৩৫ বছৰ হ'ব লাগিব,

(গ) কোলসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা থাকিব লাগিব, আৰু

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ কোনো লাভজনক পদত নিয়োজিত হৈ থাকিব নোৱাৰিব।

(৫) ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৈৱলীৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীবহোৰ হ'ল-
     
(i) ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশ আহ্বান কৰিব পাৰে, স্থগিকৰণ আৰু ভংগও কৰিব পাৰে।
(ii) ভাৰতৰ লগত বিদেশী ৰাষ্ট্ৰৰ সম্পৰ্ক আৰু যোগাযোগ ৰক্ষা কৰাৰ দায়িত্বও ৰাষ্ট্ৰপতিক দিয়া আছে।

(iii) ভাৰতৰ ৰাষ্ট্ৰপতি দেশ প্ৰতিৰক্ষা বাহিনী মুখ্য সেনা ৰক্ষি। অন্য ৰাষ্ট্ৰৰ সৈতে যুদ্ধ ঘোষণা কৰীৰ ক্ষমতা যিদৰে আছে, শান্তি স্থাপনৰ সৈতে সন্ধি স্থাপনৰ ক্ষমতাও ৰাষ্ট্ৰপতিৰ হাততে আছে।

(৬) ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখাঁ।
উত্তৰঃ ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ক্ষমতা হ'ল-
(i) মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত সভাপতিত্ব কৰে।সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰীৰ মতামতৰ ওপৰত গুৰুত্ব দিয়া হয়।
       

৭) চমু টোকা লিখা।

(ক) স্বায়ত্বশাসিত জিলা পৰিষদঃ
                         আমাৰ ৰাজ্যৰ শাসন ব্যৱস্থাত স্বায়ত্ব শআসিত জিলা পৰিষদ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে।ভাৰতীয় সংবিধানত জনজাতীয় লোকসকলৰ প্ৰশাসনৰ সু-ব্যৱস্থাৰ কাৰণ স্বায়ত্বশাসিত জিলা পৰিষদ গঠন কৰা হৈছে।কাৰ্বি আংলঙ পাৰ্বত্য জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত স্বায়ত্বশাসিত জিলা পৰিষদৰ ব্যৱস্থা আছে।

(খ) বিটিএডিঃ
                          ২০০৩ চনৰ ২৮ ছেপ্তেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ অৰ্থাৎ বিটিএডি পৰিষদ গঠন কৰা হৈছিল।বিটিএডিৰ সম্পূৰ্ণ অৰ্থ হ'ল (Bodoland Territorial Areas   District) . বিটিএডিৰ অন্তভূৰ্ক্ত চাৰিখন জিলা হ'ল- কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি।            

Most Important Questions.

(i) বিধান সভাীৰ সদস্যৰ দুটা অৰ্হতা লিখা।

(ii) ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ৭মতা সম্পৰ্কে লিখা।

(iii) প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?

(iv) ভাৰতৰ প্ৰধান মন্ত্ৰীৰ ক্ষমতা সম্পৰ্কে লিখা।

(v) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?

(vi) বিটিএডিৰ সম্পূৰ্ণ নামটো লিখা।

(vii) ভাৰতীয় সংবিধানখ কিমান চনৰ কিমান তাৰিখৰ পৰা কাৰ্যকৰী হৈছে।

(viii) বিটিএডিৰ অন্তৰ্ভূক্ত চাৰিখন জিলাৰ নাম লিখা।

(ix) সদনৰ উচ্চ সদন আৰু নিম্ন সদনৰ নাম কি?

(x) লোকসভাৰ গঠন সনম্পৰ্কে লিখা।

(xi) বিধানসভাৰ গঠন সনম্পৰ্কে লিখা।

(xii) বাবৰৰ আত্মজীৱনীখৰ নাম কি?

(xiii) মোগল ৰাজবংশ প্ৰতিষ্ঠাতা কোন?

(xiv) গ্ৰেন্ট টাং ৰ'ড আলিবাটটো ক'ৰ পাৰ কলৈ বিস্তৃত?

(xv) পানিপতৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰা প্ৰথম কাৰণটো কি?
(xvi) ছেৰ চাহৰ প্ৰশাসনিক সংস্কাৰ বিষয়ে লিখা।

(xvii) মেৱাৰৰ ৰাজধানীখনৰ নাম কি?
(xviii) পানীপতৰ দ্বিতীয় যুদ্ধ কোন খ্ৰীষ্ৃটাব্দত সংঘতিত হৈছিল?

২ (i) আকবৰৰ ৰাজত্ব কালৰ শিল্প সাহিত্যৰ উন্নতি 
(ii) আকবৰ ৰাজপুত নীতি
(iii) বাবৰ      (iv)

       (৩) পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘ কিয়?

(৪) পাৰ্বত্য অ়্চল উদ্যোগত পিছপৰি থকাৰ কাৰণ কি?

নথকা প্ৰশ্ন উত্তৰবোৰ পাবলৈ আমাৰ Description ত দিয়া লিংকটো ক্লিক কৰক।