পাঠ-আঠ 

ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন 


১)  একোটিকৈ বাক্যত উত্তৰ লিখা্ঁ।

ক) কোনজন ব্যক্তিৰ সহায়ত চুক্লানফাই আহোম উদয়াদিত্য সিংহক হত্যা কৰিছিল? 

উত্তৰঃ ডেবেৰা হাজৰীকা নামৰ ব্যক্তিৰ সহায়ত চপক্লানফাই আহোম ৰজা উদয়াদিত্য সিংহক হত্যা কৰিছিল।

খ)  আহোম ৰজা চুক্লানফাৰ আন এটা নাম কি ?

উত্তৰঃ আহোম ৰজা চুক্লানফাৰ আন এটা নাম হ'ল- ৰামধ্বজ সিংহ।

গ) আহোম  শাসনৰ কালৰ কোনখিনি সময়ত সংকট কাল বুলি  কোৱা হয় ?

উত্তৰঃ আহোম শাসন কালৰ ১৬৭০ খ্ৰিষ্টাব্দৰ পৰা ১৭৮১ খ্ৰিষ্টাব্দলৈকে আহোম ৰাজ্যত সংকতকালৰ বুলি কোৱা হয়।

ঘ) ৰামধ্বজ  সিংহক কোনে হত্যা কৰিছিল?

উত্তৰঃ ৰামধ্বজ সিংহক ডেবেৰা বৰবৰুৱাই হত্যা কৰিছিল।

ঙ) ডেবেৰা বৰুৱাই ৰজা পতা  তুংখুঙীয়া ফৈদৰ কো্ঁৱৰজনৰ নাম কি আছিল ?

উত্তৰঃ ডেবেৰা বৰবৰুৱাই ৰজা পতা তুংখুঙীয়া ফৈদৰ কোৱঁৰ জনৰ নাম আছিল- গোবৰ বৰবৰুৱা।

চ)  কিমান খ্ৰিষ্টাব্দত লালুকসোলা বৰফুকনে বিনাযুদ্ধে   মোগলৰ হাতত গুৱাহাটী এৰি দিছিল?

উত্তৰঃ ১৬৭৯ খ্ৰিষ্টাব্দত  লালুকসোলা বৰফুকনে বিনাযুদ্ধে মোগলৰ হাতত গুৱাহাটী এৰি দিছিল।

ছ) চুলিকফা কোনটো ফৈদৰ কো্ঁৱৰ আছিল ?

উত্তৰঃ চুলিকফা চামগুৰি ফৈদৰ কোঁৱৰ আছিল।

জ)  কিমান খ্ৰিষ্টাব্দত কোনে লালুকসোলা বৰফুকনক মৃত্যদণ্ড দিয়ে?

উত্তৰঃ ১৬৮০ খ্ৰিষ্টাব্দত লালুকসোলা বপৰফুকনক মৃত্যুদণ্ড দিয়ে।

২) আহোম  ৰাজত্বকালৰ সংকটৰ কাল কথাষাৰ বুজাই লিখাঁ ।

উত্তৰঃ ৰামধ্বজ সিংহ ৰজা হোৱাৰে পৰা ১৬৭৩ খ্ৰিষ্টাব্দৰ পৰা ১৬৮১ খ্ৰিষ্টাব্দলৈকে আহোম ৰাজ্যত ষড়যন্ত্ৰ,সন্দেহ আৰু আতংকৰ এক ভয়াবহ পৰিৱেশ আৰম্ভ হ'ল ক্ষমতা লাভৰ প্ৰতিযোগিতা, ডা-ডাঙৰীয়াসকলৰ ষড়যন্ত্ৰই এনে অৱস্থা পাইছিল যে কোনে কাক কেতিয়া হত্যা কৰে তাৰ একো নিশ্চয়তা নোহোৱা হৈছিল।ৰজাই হওক,ডা-ডাঙৰীয়াই হওক,সকলোৱে বিশ্বাসহীনতা আৰু বিপদৰ মাজত দিন কটাইছিল।এইখিনি সময়কে 'আহোম কালৰ সংকতকাল অৰ্থাৎ বিপদৰ সময় বোলা হয়'।

৩)  ডেবেৰা বৰবৰুৱাৰ কাৰ্যকলাপ কেনে আছিল লিখাঁ ।

উত্তৰঃ উদয়াদিত্যক হত্যা কৰি ৰজা হোৱাত যিজন ডেবেৰাই ৰামধ্বজ সিংহক সহায় কৰি বৰবৰুৱাৰ পদৱী লাভ কৰিছিল,সেইজন ডেবেৰাই নিজৰ ক্ষমতা ৰক্ষাৰ বাবে ৰামধ্বজক বিহ খুৱাই হত্যা কৰিছিল। চুহুংনামৰ কোঁৱৰ এজনক ৰজা পাতি ডেবেৰাই ৰাজ ক্ষমতা নিজৰ হাততে ৰাখিলে ।  চুহুমুঙে ডেবেৰাৰ আচল ৰুপ  ধৰিব পাৰি তেওঁক হত্যা সুবিধা বিচাৰি আছিল । কিন্তু সেই পৰিকল্পনা জানিব পাৰি ডেবেৰাইহে চুহুঙক হত্যা কৰিলে ।  চুহুংমুক হত্যা কৰি ডেবেৰা বৰবৰুৱা তুংখুঙীয়া ফৈদৰ গোবৰ নামৰ এজন কোৱৰ পাতিলে ।  আন  আন ডাঙৰীয়া সকলে ডেবেৰা বৰবৰুৱা অত্যাচাৰত অতিষ্ঠ হৈ তেওঁক আৰু গোবৰ ৰজাক হত্যা কৰিলে ।

৪)  লালুকসোলা বৰফুকন  কেনেকৈ গড়গাঁৱত ক্ষমতা দখল কৰিছিল  লিখা্ঁ ।

উত্তৰঃ- চুডৈফাৰ ৰাজত্বকালত নামনি অসমৰ শাসনভাৰৰ মূল দায়িত্ব আছিল আতম বুঢ়াগোহাইৰ হাতত লালুকসোলা আৰু বুঢ়াগোহাইৰ হাতত , লালুকসোলা  বৰফুকন । সেই সময়ত ৰাজধানী  গড়গাৱৰ শাসনভাৰৰ মূল ভাৰ আছি্ল আতন বুঢ়াগোহাইৰ হাতত ।   লালোকসোলা আৰু বুঢ়াগোহাঁইৰ মাজত নিজ নিজ ক্ষমতা বৃদ্ধিৰ বাবে বংগৰ নবাবৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে । তাৰ পিছত যুদ্ধৰ নকৰাকৈ ১৬৭৯ খ্ৰিষ্টাব্দত লালোকসোলা বৰফুকনে মোগলক গুৱাহাটী খন এৰি দিছিল ।

৫)  জয়মতীৰ বিৰুদ্ধে লালুকসোলা বৰফুকনে কেনে ব্যৱস্থা গ্ৰহন কৰিছিল ? 

উত্তৰঃ- গদাপানিৰ পত্নী নাম আছিল - জয়মতী । লালুকসোলা  আদেশমতে ৰজাৰ সৈন্যই গদাপানিৰ সন্ধান দিবলৈ জয়মতীক বাধ্য কৰিবলৈ বহু চেষ্টা কৰিছিল । তেনে অৱস্থাত জয়মতী ৰাজচৰালৈ মাতি পঠোৱা হল । গদাপানী সন্ধান দিবলৈ অস্বীকাৰ কৰাত        লালোকসোলাই জয়মতীক নিষ্ঠুৰ  শাস্তি দিবলৈ ৰাজঘীয়া সৈন্যক আদেশ দিলে ।  সেই মৰ্ষেই চাওদাং সকলে জয়মতীক ৰাজধানী মেডেকাৰ কাষৰীয়া জেৰেঙা পথাৰলৈ লৈ গল ।  পথাৰৰ মাজৰ  গছ এজোপাত হাতে ভৰিয়ে  অৱনণীয় অত্যাচাৰ আৰম্ভ কৰিছিল । গাত চোৰত পাত সানি দিয়া গাত চমতাৰে কোবোৱা গৰম পানী ঢালি  পানী  দিয়া চমতাৰে কোবোৱা  , গৰম পানী ঢালি দিয়া তপত লোৰে শৰীৰত  দাগ  দীয়াৰ দৰে নিষ্ঠুৰত শাস্তি ভোগ কৰি অৱশেষত ১৬৮০ খ্ৰিষ্ঠাব্দৰ মাৰ্চ মাহত জেৰেঙা পথাৰতে জয়মতীয়ে শেষ নিঃশ্বাস পেলালে 

৬) লালুকসোলা বৰফুকনৰ অত্যাচাৰী কাম-কাজৰ কেনেকৈ অন্ত হৈছিল লিখা ?

 উত্তৰঃ  লালুকসোলা আৰু চুলিকফাৰ ৰাজত্বকালত চলি থকা  অন্যয় শাসন অত্যাচাৰ-উৎড়, ষড়জন্ত্ৰ  আ দিয়ে আন-আন ৰজাঘৰীয়া  লোক সকলে ডা -ডাঙৰীয়া   আৰু প্ৰজাসকলক চুড়ান্তভাৱে অসন্তুষ্ঠ কৰি তুলিছিল এনে অৱস্থাৰ বাবে সকলোৱে লালুকসোলাকেই দোষী সাব্যস্ত কৰিছিল ।  

৭)  বৰফুকন হিচাপে লালুকসোলাৰ  কাম-কাজৰ বিষয়ে বুজাই লিখা্ঁ ।

উত্তৰঃ- লালুক সোলাই আহোম ৰাজপাটৰ বাবে উপযুক্ত ৰাজপাটপৰ  বাবে উপযুক্ত ৰাজকোৱৰসকলক শাৰিৰিক ভাৱে ঘূনীয়া শাৰীৰিকভাৱে ঘূনীয়া শৰীৰত খুত  থকা কোনো কোৱৰে ৰাজপাটতত আপৰোহন কৰিব নোৱাৰে , অথাৎ ৰাজা হব নোৱাৰে ল। গতিকে  সৈনিক , চোৰাংচোৱা , গুপ্তঘাচক আদিৰ সহায়ত ৰজা হোৱাৰ যোগ্যতা থক্া ৰাজকোৱৰসকলক শাৰিৰিক ভাৱে ঘূনীয়টা কৰি পংগু কৰা হল । চকু কঢ়া , নাক-কান কটা , হাত ভৰি ভাঙি দিয়াৰ দৰে নিষ্ঠুৰ কাৰ্যৰ লগতে কেইবাজনো কোঁৱৰক হত্যা কৰা হল । সমগ্ৰ ৰাজ্যতে এই সন্ত্ৰাস চলি থাকিল ।




Author- DIKHA BORA

Morigaon ( Assam)