পাঠ- সপ্তম 

আতন বুঢ়াগোহা্ঁই


১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

ক) আতন বূুঢ়াগোহা্ঁই কোনটো ফৈদৰ আছিল ?

উত্তৰঃ আতন বুঢ়াগোঢ়াই বাঁহগড়ীয়া ফৈদৰ আছিল।

খ) আতন বুঢ়াগোহা্ঁইৰ সমসাময়িক বৰবৰুৱা কোন আছিল ?

উত্তৰ আতন বুঢ়াগোঢ়াই সমসাময়িক দেবেৰা বৰবৰুৱা আছিল।

গ)  শৰাইঘাটৰ যুদ্ধৰ পিছত সংকটকাল কোন চনৰ পৰা কোন চনলৈকে হৈছিল?

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ পিছত সংকটকান ১৬৭৩ চনৰ পৰা ১৬৮১ চনলৈকে হৈছিল।

ঘ)  জয়ধ্বজ সিংহৰ ৰাজত্বকালত কোনজন মোগল সেনাপতিয়ে  অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰজুমলা মোগল সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল।

২) বাৰীৰ ভিতৰৰ পুখুৰী সিচো্ঁতে  আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে- কোনে কিয় এই কথাষাৰ কৈছিল লিখা ।

উত্তৰঃ শৰাইঘাট যুদ্ধৰ আগে আগে হোৱা আলাৱৈত আহোম আৰু মোগলৰ মাজত এখন যুদ্ধ হৈছিল।সেই যুদ্ধৰ প্ৰস্তুতিৰ বিষয়ে একো নজনাকৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক আক্ৰমণ কৰিবলৈ লাচিতক নিৰ্দেশ দিছিল।যাৰ ফলত মোগলৰ বাবে সুবিধাজনক আলবৈ নামৰ ঠাইত হোৱা যুদ্ধখনত আহোমৰ প্ৰায় দহ হাজাৰ সন্য মৃত্যুমুখত পৰিছিল।এই কথাষাৰ আতন বুঢ়াগোঢ়াইয়ে লাচিতক কৈছিল।

৩) আতন বুঢ়াগোহাঁই এজন বিচক্ষণ আৰু চিন্তাবিদ কুটনীতিঞ্জ ৰাজমন্তী কথাষাৰ দুটা উদাহৰনসহ বুজাই লিখা ।

উত্তৰঃ- আতন বুঢ়াগোহাই এজন বিচৰক্ষন আৰু চিন্তাবিদ কুটনীতিঞ্জ ৰাজমন্তী কথাষাৰ তলত দিয়া উদাহৰন উল্লেখ কৰা হল -

১) চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত তেওঁ মুগলক খেদাৱৰ বাবে যুদ্ধ কৰিবলৈ থিক কৰিছিল । কিন্তু বিচক্ষন ৰাজমন্ত্ৰী বুঢ়াগোহাইৰ যুক্তি আছিল যে 'যি সময়ত শত্ৰৱে ৰাজ্য আক্ৰমণ কৰি সামাজিক ৰাজনৈতিক সকলো দিশতে ধ্বংসস্তপত পৰিনত কৰিলে , যুদ্ধ কৰিবলৈ সৈন্য নাই , যি সন্য আচে তাৰ মনোবল নাই , যদ্ধৰ ৰচত-পাতি নাই  , অস্ত্ৰ-শস্ত্ৰ নাই তেনে ক্ষেত্ৰত যুদ্ধ নকৰি চলে বলে কৌশলে তেওঁলোকক সন্ধিৰ চলেৰে ৰখাই থোৱা ভাল । বুঢ়াগোহাই পৰাৰ্মশ মানি চক্ৰধ্বজ সিংহই যুদ্ধৰ আয়োজন কৰি সফল হব পাৰিছিল ।


Author- DIKHA BORA

Morigaon (Assam)