শিলৰ সাকো | অধ্যায় ১ | Chapter 18 | Class 4 

Assamese Question Answer Jatiya Bidyalay | অসম জাতীয় 

বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া  বিষয়ৰ প্ৰশ্ন উত্তৰ | Download 

Free Question Answer Assam Jatiya Bidyalay Class 4

পাঠ: ঠৰ

                    শিলৰ চোলা


*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

অজৰ-অমৰ = চিৰস্থায়ী; জৰা-মৃত্যুহীন

মেজাঙ্কৰি = এবিধ মুগা-সূতা

প্ৰাণদণ্ড = মৃত্যুদণ্ড

হুমুনিয়া কাঢ়ি = জেজাৰ প্ৰকাশক দীৰ্ঘশ্বাস কাঢ়ি

অবুজন = বুজালেও নুবুজা; বুজনি নোলোৱা

সী আছে = চিলাই কৰি আছে

কবিৰাজ = চিকিৎসা কৰা বৈদ্য

লেঠা = আহুকাল; জঞ্জাল; এৰাব নোৱৰা কাম

*পঢ়া আৰু বুজা:

তই  য়ই  ত্য

ৰই  তই  ৰ্ত

নই  ধই  ন্ধ

ঙই  কই  ঙ্ক

পই  ৰই  প্ৰ

ণই  ডই  ণ্ড

নই  তই  ৰই  ন্ত্ৰ

ণই  ণই  ণ্ণ

*পঢ়া আৰু লিখা:

জলাদিত্য  পৰিৱৰ্তন  ক্ষুণ্ণ  সমস্যা

অসম্ভৱ  বুদ্ধীমতী  সম্ভৱ  সংগ্ৰহ

[] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) ৰজা শিলাদিত্যৰ ককাদেউতাকৰ নাম কি?

উত্তৰঃ ৰজা শিলাদিত্যৰ ককাদেউতাকৰ নাম জলাদিত্য।

খ) শিলৰ মূৰ্তিটো কোনে সজাইছিল?

উত্তৰঃ শিলৰ মূৰ্তিটো জলাদিত্যই সজাইছিল।

গ) ৰজাই কেনেদৰে অজৰ-অমৰ হব বিচাৰিছিল?

উত্তৰঃ ৰজাই শিলৰ-চোলা পিন্ধি অজৰ-অমৰ হব বিছাৰিছিল।

ঘ) ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল?

উত্তৰঃ ৰজাই পাট, মেজাঙ্কৰি আদি কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল।

ঙ) সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি কৈছিল?

উত্তৰঃ সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক মৃত্যু দণ্ডৰে শাস্তি দিব বুলি কৈছিল।

চ) মন্ত্ৰীৰ জীয়েকৰ নাম কি?

উত্তৰঃ মন্ত্ৰী জীয়েকৰ নাম মনোমতী।

ছ) মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে?

উত্তৰঃ মন্ত্ৰী জীয়েকে সমস্যাটো বুদ্ধিৰে সমাধান কৰিলে।

[] সমাৰ্থক শব্দ লিখা:
ৰজা 一 সম্ৰাট মহাৰাজ নৃপতি

ৰছী  一 ডোল, জৰী, 

অসুখ 一 বেমাৰী, ৰোগী

কবিৰাজ 一 ঘৰুৱা চিকিৎসা কৰা ডক্টৰ।

বিষণ্ণ 一 অধিক

লেঠা 一 জগৰ

পানী  জল, নীৰ।.

[৩] বাক্য ৰচনা কৰা:

অজৰ-অমৰ: মানুহে নিজৰ দ্বাৰাহে অজৰ-অমৰব পাৰে।

যুদ্ধ-বিগ্ৰহ:মানুহে  শত্ৰু লগত যুদ্ধ-বিগ্ৰহ কৰে

পুথি-পাঁজি:পুথি-পাঁজি পঢ়িলে জ্ঞানী হয়।

ঘৰ-দুৱাৰ:  আজি কালি সকলোৰে ঘৰ-দুৱাৰ আধুনিক পদ্ধতিৰে সজায়

আথে-বেথে: আথে-বেথে টকা-পইচা খৰচ কৰিব নালাগে

[৪] বুজা আৰু লিখা:

ৰজা 一 ৰাণী

ককাদেউতা 一 আইতা

পিতাদেউ 一 মা

পুতেক 一 জীয়েক 

[৫] বাকচৰ ভিতৰত বৰ্ণ, স্বৰচিহ্ন আৰু যুক্তাক্ষৰ আছে; সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটিমান শব্দ গঠন কৰা:

ি া ু ূ ো

  ল শ জ ম ট ব ষ হ

ত্য ৰ্ত প্ন গ্ৰ শ্ব দ্ধ ঈ ৰ য

 

উদাহৰণ: ব, ি, হ, গ্ৰ, য, ু, দ্ধ

য্দ্ধ-বিগ্ৰহ, শিলাদিত্য, ঈশ্বৰ, 

[] পঢ়া, বুজা আৰু লিখা:

 বুজন ঃ অবুজন                সহায়ঃ অসহায়

শলাগীঃ অশলাগী.               শান্তিঃ অশান্তি.

 কাৰণঃ  অকাৰণ                 পৱিত্ৰঃ অপৱিত্ৰ

   ন্যায়ঃ  অন্যায়             কামিলাঃ অকামিলা

    ধৰ্ম ঃ  অধৰ্ম

[৭] আটাই মিলি নাটিকাখনি অভিনয় কৰা।

[] এনে ধৰণৰ কাহিনী একোটি লৈ নাটিকা একোখনি ৰচনা কৰিবলৈ চেষ্টা কৰা।

[] ভাবা আৰু উত্তৰ উলিওৱা:

ব্ৰহ্মাই স্ৰজিলে এনে এটি গুটি, বাকলি নাই তাৰ খাবও নোৱাৰি।

উত্তৰঃ শিলগুটি।

Type Himanku bora



Post ID : DABP002294