পাঠঃ ১০

ফলাফল 

 

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

ক্ৰুদ্ধ  = খং 

ভীষণ  = বিৰাট; প্ৰৱল

খতম  = ষেশ; অন্ত


[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ

ক) অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি ? 

উত্তৰঃ অজগৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম হৈছে ববছা।

খ) অজগৰ দুটাৰ কাজিয়াৰ ফলাফল কি হ'ল?

উত্তৰঃ অজগৰ দুটাৰ মৰিল।


[ ২] একে অৰ্থবোধক শব্দ লিখাঁঃ

ক্ৰুদ্ধ- খং

 যুদ্ধঃবিগ্ৰ

 ভীশণঃ অতিপাত

 চকুঃ নয়ন

 কাজিয়াঃ  

 পতিয়নঃ পতোৱা।


[ ৩] বিপৰীত অৰ্থবোধক শব্দ লিখাঁঃ

শেষঃ আৰম্ভ

 জয়-পৰাজয়

 মিছাঃ সচাঁ


Type Nayan Moni Deka  


Post ID : DABP005908