অধ্যায় ২
অসমৰ চুবুৰীয়া ৰাজ্যসমূহ
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
প্ৰশ্নাৱলীঃ
১। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।
২। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম হ'ল一

৩। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম হ'লー আদি, নিচি, মিচিমি, মনপা, মিনিয়ং আদি।
৪। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয় ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটা হ'লー মণিপুৰৰ প্ৰধান ভাষা মণিপুৰী, ত্ৰিপুৰাৰ প্ৰধান ভাষা বাংলা।
৫। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম হ'লー মেঘালয়ত ওখাচীসকলে নংক্ৰমে, অৰুণাচলত ডনি' প'ল', নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত বৰদিন, ত্ৰিপুৰাত দুৰ্গা পূজা পালন কৰা দেখা যায়।
Author: Pallab Jyoti Bora
Post ID : DABP006415