চন্দ্ৰকুমাৰ আগৰৱালাঃ

চন্দ্ৰকুমাৰ আগৰৱালা


কবি চন্দ্ৰকুমাৰ আগৰৱালা হ'ল অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ হোতা। তেওঁৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰত ব্ৰহ্মজানত হৈছিল। তেওঁ স্কুলীয়া শিক্ষা তেজপুৰৰ পৰা আৰু কলেজীয়া শিক্ষা কলকাতাৰ পৰা লাভ কৰিছিল। অৱশ্যে কলেজীয়া শিক্ষা কলকাতাত সম্পূৰ্ণ নকৰি দেউতাকৰ লগত ব্যৱসায়ত ধৰে। কলকাতাৰ থকা কালতে, ১৮৮৯ চনত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সহযোগত চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ পৰাই প্ৰসিদ্ধ অসমীয়া আলোচনী 'জোনাকী' প্ৰকাশ কৰে। 'জোনাকী' কাকতখনৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 'প্ৰতিমা', 'বীণবৰাগী', 'চন্দ্ৰামৃত' তেওঁৰ উল্লেখযোগ্য সাহিত্য সম্ভাৰ। 'চন্দ্ৰামৃত' পুতিখন ১৯৬৭ চনত তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ কৰা হৈছিল। ১৯৩৮ চনত এইজনা মহান কবিৰ গুৱাহাটীত মৃত্যু হয়। তেখেতে অসমীয়া ভাষাৰ অলোচনী লিখাৰ উপৰিও বাংলা ভাষাৰ বহুত উপন্যাস লিখি ঠই গৈছে।


চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে কিছু চমু প্ৰশ্ন উত্তৰ 


By               

Hirak Jyoti Bora.