নৱকান্ত বৰুৱা


(১৯২৬-২০০২)


 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ


        ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত তেওঁৰ জন্ম হৈছিল। কবি, উপন্যাসিক আৰু শিশু-সাহিত্যাক নৱকান্ত বৰুৱা অসমীয়া সাহিত্যজগতৰ অতি পৰিচিত নাম। 'এখুদ ককাইদেউ' ছন্ম নামেৰে বহু শিশু-সাহিত্য ৰচনা কৰা এইজনৰ সাহিত্যিক 'ককাইদেউতাৰ হাড়', নামৰ উপন্যাসৰ বাবে 'সাহিত্য আকেডেমী বটাঁ', লাভ কৰিছিল। তদুপৰি তেখেতে 'অসম প্ৰকাশন পৰিষদ বটাঁ' লাভ কৰিছিল আৰু ভাৰত চৰকাৰৰ 'পন্মভূষণ' সন্মানেৰে বিভূষিত হৈছিল। তেখেত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল ২০০২ চনৰ ১৪ জুলাইত তেওঁ মূত্যু হৈছিল।

নৱকান্ত বৰুৱাৰ বিষয়ে কিছু চমু প্ৰশ্ন আৰু উত্তৰ


অংকুৰ ৰাজ ডেকা 

Morigaon Assam...