অধ্যায়-13

গতি আৰু সময়



অনুশীলনী 

১) তলৰ গতিসমূহত সৰল ৰৈখিক, বৃত্তিয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা।  

ক)দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি । 

উত্তৰঃ দোলন গতি।।

খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি। 

উত্তৰঃ সৰল ৰৈখিক।

গ) ঘূৰণ-দোলনা(Merry-go-Round)ত উঠি থকা অৱস্থাত শিশুৰ এটাৰ গতি। 

উত্তৰঃ বৃত্তীয়।

ঘ)ঢেঁকী পাত(See-Saw)ত উঠি থকা অৱস্থা শিশু এটাৰ গতি। 

উত্তৰঃ দোলন গতি।

ঙ) বৈদ্যুতিক ঘন্টাৰ হাতুৰীৰ গতি। 

উত্তৰঃ দোলন গতি।

চ) এখন পোন দলঙত ৰে'লৰ গতি ।   

উত্তৰঃ সৰল ৰৈখিক গতি।

২) তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়?

ক) সময়ৰ মৌলিক একক ছেকেণ্ড  

উত্তৰঃ শুদ্ধ।

খ) প্ৰত্যেক বস্তুৱে ধ্ৰৱক দ্ৰুতিৰে গতি কৰে। 

উত্তৰঃ শুদ্ধ।

গ) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় । 

উত্তৰঃ শুদ্ধ।

ঘ) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়। 

উত্তৰঃ অশুদ্ধ। 

ঙ) এখন ৰেলৰ দ্ৰুতি মি.\ঘ.ত প্ৰকাশ কৰা হয় । 

উত্তৰঃ শুদ্ধ।

৩) এটা সৰল দোলকে ২০ বাৰ দুলিবলৈ ৩২ছেকেণ্ড সময় লয় । দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা। 

উত্তৰঃ ২০ বাৰ দুলিবলৈ সময় লাগে ৩২ ছেকেণ্ড।

     দোলনটোৰ পৰ্যায়কাল হ'ল-- ৩২

                                             = 1.6 ছেকেণ্ড।

৪) দুটা আস্থানৰ মাজৰ দূৰত্ব ২৪০ কি.মি। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৪ ঘন্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা। 

উত্তৰঃ

৫) ঘড়ীয়ে পুৱা ০৮.৩০ বজা সময় দেখুওৱা মূহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই ৫৭৩২১.০ কি.মি পাঠ দেখুৱায়। যদি পুৱা ০৮.৫০ বজাত দূৰত্বমেতাৰ পাঠ ৫৭৩৩৬.০ কি.মি.লৈ পৰিৱৰ্তন হয়। তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি.মি\মিনিট এককত গাড়ীখনৰ দ্ৰুতি কি.মি \ঘ এককতো প্ৰকাশ কৰা। 

উত্তৰঃ

৬) চালমাই চাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ ১৫ মিনিট সময় লয়। যদি চাইকেলখনৰ দ্ৰুতি ২ মি.\ছে. হয়, তেন্তে ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা। 

উত্তৰঃ 

৭) তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব-সময় লেখৰ আকৃতি দেখুৱা- 

  (ক) ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী 

   (খ) ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী 

৮) তলৰ সমন্ধবোৰৰ কোনটো শুদ্ধ ?


    উত্তৰঃ খ)   
৯) দ্ৰুতিৰ মূল  একক হ'ল 

 ক)কি.মি   খ) মি.\মিনিট   গ)কি.মি \ঘ.  ঘ) মি.\ছে.

উত্তৰঃ   ঘ) মি.\ছে.

১০)এখন গাড়ীয়ে ১৫ মিনিট  সময় ৪০.কি.মি\ ঘ দ্ৰুতিৰে আৰু পিছৰ ১৫ মিনিট ৬০ কি.মি \  দ্ৰুতিৰে  গতি কৰে। গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 

ক) ১০০ কি.মি   খ) ২৫ কি.মি    গ) ১৫কি.মি  ঘ) ১০ কি.মি 
উত্তৰঃ 
১১) ধৰা হওক চিত্ৰ ১৩.১ আৰু চিত্ৰ ১৩.২ত  দেখুওৱা ছবি দুখন ১০ ছেকেণ্ড ব্যৱধানত লোৱা হৈছিল । যদি এই ছবি দুখনক ১০০ মিটাৰৰ দূৰত্ব ১ চে.মি বুলি দেখুওৱা হয়, তেন্তে ছবিৰ নীলা  গাড়ীখনৰ দ্ৰুতি গণনা কৰা। 

১২) চিত্ৰ ১৩.১৫  ত Aআৰু Bদুখন গাড়ী ৰ গতিৰ দূৰত্ব-সময়ৰ লেখ দেখুওৱা হৈছে। কোনখন গাড়ী দ্ৰুততৰ ? 

চিত্ৰ ১৩.১৫ দুখন গাড়ীৰ গতিৰ দূৰত্ব-সময় লেখ। 
১৩) তলৰ কোনডাল দূৰত্ব-সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰী এখন সূচায় ? 

                         (ক)                                          (খ) 





Type Arup Koch 

Spelling Check By - Rajashri Bora 

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------