পোহৰ  


১) খালী ঠাই পূৰ কৰা- 

(ক) যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অস প্ৰতিবিম্ব বোলে। 

(খ) এখন উত্তল দাপোন দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। 

গ) এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়। 

ঘ) পৰ্দাত পাব পৰা প্ৰতিবিম্বক   বোলে।

ঙ) অৱতল লেন্ছৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি । 

২) তলৰ উক্তিবোৰ সচাঁ হ'লে 'সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা । 

ক) আমি উত্তল দাপোনৰ দ্বাৰা এটা বিৱৰ্ধিত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰো।

উত্তৰঃ সত্য়।

খ) অৱতল লেন্ছৰ দ্বাৰা অসৎ  প্ৰতিবিম্ব গঠন হয়। (সত্য\অসত্য) 

উত্তৰঃ সত্য়।

গ) অৱতল দাপোনৰ দ্বাৰা সৎ, বিৱৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ ।(সত্য\অসত্য) 

উত্তৰঃ সত্য়।

ঘ) সৎ, প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।(সত্য\অসত্য)

উত্তৰঃ অসত্য়।

 ঙ) অৱতল দাপোণৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়। (সত্য\অসত্য)

উত্তৰঃ অসত্য়। 

৩) ১ম স্তম্ভ দিয়া কথাবোৰ ২য় স্তম্ভ এটা বা একাধিক উক্তিৰ লগত মিলোৱা- 

   স্তম্ভ১ 

         স্তম্ভ২ 

 

ক) এখন সমতল দাপোন হিচাপে কৰা হয়।                  

১) বিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়।

 

 

খ) এখন উত্তল দাপোন                 

২) বিস্তীৰ্ণ অঞ্চলতসিঁচৰিত থকা লক্ষ্যবস্তুপ্ৰতিবিম্ব গঠন কৰিব পাৰি 

 

 

গ) এখন উত্তল লেনছ

৩) দন্ত চিকিৎসকে দাঁতৰ বিৱৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে।

 

ঘ) এখন অৱতল দাপোণ

৪) প্ৰতিবিম্ব সদায় ওলোটা আৰু বিৱৰ্ধিত।

 

ঙ) এখন অৱতল লেনছ

৫)প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান ।

 

৬) প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত সংকুচিত

 ৪) এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ- 

৫) ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষা বৰ্ণমালাৰ সেইবোৰ বৰ্ণমালা সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে।তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা। 

উত্তৰঃ- 

৬) অসৎ প্ৰতিবিম্ব মানে কি বুজা ? অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা। 

উত্তৰঃ- সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্বক পৰ্দাত পেলাব পৰা নগ'লে এনেধৰণৰ প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বোলে।

৭) উত্তল আৰু অৱতল লেন্ছৰ মাজৰ দুটা পাৰ্থক্য লিখা । 

উত্তৰঃ- উত্তল লেন্ছে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰি।

        আনহাতে অৱতল লেন্ছে সদায় থিয়, অসৎ আৰু লক্ষ্য়বস্তুৰ তুলনাত সমকুচিত প্ৰতিবিম্ব গঠন কৰে।

৮) অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যকৰে একোটাকৈ ব্যৱহাৰ লিখা । 

উত্তৰঃ- অৱতল দাপোনৰ ব্য়ৱহাৰ চিকিৎসকে চকু, কাণ, নাক আৰু ডিঙি পৰিক্ষা কৰোঁতে অৱতল দাপোন ব্য়ৱহাৰ কৰা হয়।

    

৯) কেনে প্ৰকৃতিৰ দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰঃ- 

১০) কেনে প্ৰকৃতিৰ লেন্ছে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰঃ-      

১১ নং প্ৰশ্নৰ পৰা ১৩ নং প্রশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

১১। লক্ষ্যবস্তুতকৈ ডাঙৰ, অসৎ প্রতিবিম্ব গঠন কৰিব পৰা বস্তু হ’ল— 

( ক ) অৱতল লেন্‌ছ   খ ) অৱতল দাপোণ 

( গ ) উত্তল দাপোণ ( ঘ ) সমতল দাপোণ 

১২। ডেভিদে সমতল দাপোণ এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে । দাপোণ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ৪ মি .। যদি তেওঁ দাপোণখনৰ ওচৰলৈ ১ মি . আগবাঢ়ি যায় , তেন্তে ডেভিদ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ’ব

 ( ক ) ৩ মি .  ( খ ) ৫ মি . 

( গ ) ৬ মি .   ( ঘ ) ৮ মি . 

১৩। গাড়ী এখনৰ পশ্চাত্ৰীক্ষণ দাপোণখন এখন সমতল দাপোণ । এজন চালকে তেওঁৰ গাড়ীখন ২ মি / ছে দ্ৰুতিৰে পিছুৱাই আহিছে । চালকজনে তেওঁৰ পশ্চাৎবীক্ষণ দাপোণত পিছফালে ৰখাই থোৱা ট্রাক এখনৰ প্রতিবিম্ব দেখা পালে । ট্রাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ’ব 

(ক) ১ মি . / ছে .  (খ) ২ মি . / ছে . 

(গ) ৪ মি . / ছে .  (ঘ) ৮ মি . / ছে .


Type by Arup Koch

Last Update by Dipawali Bora (02.05.2022) 

Spelling Check By - Rajashri Bora   

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------