অধ্য়ায়-১২  

অসমৰ কুটীৰ শিল্প 

    👉Text Book PDF 
    👉MCQ Online Exam 
    👉Click Here YouTube Video
    👉MCQ Answer

অনুশীলনী

১। উত্তৰ লিখা -

(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। 

উত্তৰঃ কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল- শৰাই আৰু বটা। 


(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।

উত্তৰঃ বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল- ডলা, চালনী।


(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম।

উত্তৰঃ অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম হ'ল- আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্য়োগ, সৰ্থেবাৰীৰ কাঁহশিল্প, মাজুলীৰ মুখাশিল্প আৰু শুৱালকুছিৰ পাট-মূগা। 


(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।

উত্তৰঃ তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ'ল- কাঠ, বাঁহ-বেত আৰু পাট-মুগা। 

 

২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা

টেকেলি    

বটা

মেখেলা-চাদৰ

কাঁহী-বাটি

চাকি

লোটা

ৰিহা

গামোচা

শৰাই

চেলেং-চাদৰ

বানবাটি

ঘটি

মুখা

গছা

উত্তৰঃ 

মৃশিল্প

কাঁহ শিল্প

বয়ন শিল্প

পিতল শিল্প

মুখা শিল্প

টেকেলি, চাকি, গছা                          

বটা,কাঁহী বাটি, বান বাটী,ঘটি

মেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰ

লোটা, শৰাই

মুখা


৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা:

যেনে 

সৰ্থেবাৰী

ঢকুৱাখনা

কাছাৰ

আশাৰীকান্দি

হাজো

শুৱালকুছি

মৃশিল্প

পিতলৰ শিল্প

কাঁহৰ শিল্প

বয়ন শিল্প

বয়ন শিল্প

বেতৰ শিল্প


উত্তৰঃ 

সৰ্থেবাৰী

ঢকুৱাখনা

কাছাৰ

আশাৰীকান্দি

হাজো

শুৱালকুছি

কাঁহৰ শিল্প

বয়ন শিল্প

বেতৰ শিল্প

মৃশিল্প

পিতলৰ শিল্প

বয়ন শিল্প


৪।  তোমাৰ অঞ্চলত থকা কুটীৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা। 


৫। তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটীৰ শিল্পৰ কাম-কাজ সম্পর্কে এটি টোকা প্রস্তুত কৰা। (৫/৬টা বাক্যৰ ভিতৰত লিখিবা)। 

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা। 


৬। মাটি/কাঁহ/পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা। 


 


Question Type By- Bikash Bora 

Author By- Bikash Bora  

Edit By Dikha Rani Bora

Post ID:DABP002153