অধ্য়ায়-১২
অসমৰ কুটীৰ শিল্প
অনুশীলনী
১। উত্তৰ লিখা -
(ক) কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।
উত্তৰঃ কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল- শৰাই আৰু বটা।
(খ) বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম।
উত্তৰঃ বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল- ডলা, চালনী।
(গ) অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম।
উত্তৰঃ অসমৰ চাৰিটা কুটীৰ শিল্পৰ নাম হ'ল- আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্য়োগ, সৰ্থেবাৰীৰ কাঁহশিল্প, মাজুলীৰ মুখাশিল্প আৰু শুৱালকুছিৰ পাট-মূগা।
(ঘ) তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম।
উত্তৰঃ তিনিবিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ'ল- কাঠ, বাঁহ-বেত আৰু পাট-মুগা।
২। তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটীৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা
টেকেলি
বটা
মেখেলা-চাদৰ
কাঁহী-বাটি
চাকি
লোটা
ৰিহা
গামোচা
শৰাই
চেলেং-চাদৰ
বানবাটি
ঘটি
মুখা
গছা
উত্তৰঃ
মৃৎশিল্প |
কাঁহ শিল্প |
বয়ন শিল্প |
পিতল শিল্প |
মুখা শিল্প |
টেকেলি, চাকি, গছা |
বটা,কাঁহী বাটি, বান বাটী,ঘটি |
মেখেলা চাদৰ, ৰিহা, গামোচা,
চেলেং চাদৰ |
লোটা, শৰাই |
মুখা |
৩। কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা:
যেনে–
সৰ্থেবাৰী ঢকুৱাখনা কাছাৰ আশাৰীকান্দি হাজো শুৱালকুছি |
মৃৎশিল্প পিতলৰ শিল্প কাঁহৰ শিল্প বয়ন শিল্প বয়ন শিল্প বেতৰ শিল্প |
উত্তৰঃ
সৰ্থেবাৰী ঢকুৱাখনা কাছাৰ আশাৰীকান্দি হাজো শুৱালকুছি |
কাঁহৰ শিল্প বয়ন শিল্প বেতৰ শিল্প মৃৎশিল্প পিতলৰ শিল্প বয়ন শিল্প |
৪। তোমাৰ অঞ্চলত থকা কুটীৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা।
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।
৫। তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটীৰ শিল্পৰ কাম-কাজ সম্পর্কে এটি টোকা প্রস্তুত কৰা। (৫/৬টা বাক্যৰ ভিতৰত লিখিবা)।
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।
৬। মাটি/কাঁহ/পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা।
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।
Question Type By- Bikash Bora
Author By- Bikash Bora
Edit By Dikha Rani Bora
Post ID:DABP002153
0 Comments