Chapter 6 Part II -
ৰাজমাতা অহল্যা
১। পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্রশ্ন (ক): অহল্যাবাইৰ জন্ম কোন পৰিয়ালত হৈছিল?
উত্তৰ: অহল্যাবাইৰ জন্ম মাৰাঠা পৰিয়ালত হৈছিল।
প্রশ্ন (খ): অহল্যাবায়ে মাৰাঠাসকলক কোনখন যুদ্ধত নেতৃত্ব দিছিল?
উত্তৰ: অহল্যাবায়ে মাৰাঠাসকলক পাণিপথৰ তৃতীয় যুদ্ধত নেতৃত্ব দিছিল।
প্রশ্ন (গ): তেওঁ কিমান বছৰ শাসন কৰিছিল?
উত্তৰ: তেওঁ প্ৰায় ত্ৰিশ বছৰ শাসন কৰিছিল।
প্রশ্ন (ঘ): অহল্যাবাইক কোনে ৰাজমাতা বুলি অভিহিত কৰিছিল?
উত্তৰ: মাৰাঠাসকলে অহল্যাবাইক ৰাজমাতা বুলি অভিহিত কৰিছিল।
প্রশ্ন (ঙ): স্বামীৰ মৃত্যুৰ পাছত তেওঁ কিয় ৰাজকার্যত মনোনিৱেশ কৰিছিল?
উত্তৰ: প্ৰজাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে তেওঁ ৰাজকাৰ্যত মনোনিৱেশ কৰিছিল।
২। বহুবিকল্পীয় প্ৰশ্নোত্তৰ (MCQ)
প্রশ্ন: অহল্যাবায়ে সকলো কাম কিয় কৰিছিল?
(ক) ৰাইজৰপৰা প্ৰশংসা পাবৰ বাবে
(খ) নিজৰ স্বাৰ্থৰ বাবে
(গ) প্ৰজাৰ সুখৰ বাবে
(ঘ) মহাৰাণী হ'বৰ বাবে
উত্তৰ: (গ) প্ৰজাৰ সুখৰ বাবে
প্রশ্ন: অহল্যাবায়ে শাসনভাৰ গ্ৰহণ কৰা ৰাজ্যখন আছিল-
(ক) মাৰাঠা
(খ) বিদর্ভ
(গ) ইন্দোৰ
(ঘ) বিজাপুৰ
উত্তৰ: (গ) ইন্দোৰ
৩। অতিরিক্ত প্ৰশ্নোত্তৰ (Additional Question Answer)
প্রশ্ন (ক): অহল্যাবাইৰ স্বামীৰ নাম কি আছিল?
উত্তৰ: অহল্যাবাইৰ স্বামীৰ নাম আছিল খাণ্ডেৰাও হোলকাৰ।
প্রশ্ন (খ): অহল্যাবাইৰ কিমান সন্তান আছিল?
উত্তৰ: অহল্যাবাইৰ এজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল।
প্রশ্ন (গ): মলহাৰ ৰাও হোলকাৰ কোন আছিল?
উত্তৰ: মলহাৰ ৰাও হোলকাৰ আছিল অহল্যাবাইৰ শহুৰেক আৰু ইন্দোৰৰ শাসক।
প্রশ্ন (ঘ): সোমনাথ মন্দিৰেৰে জড়িত কামটো কোনে কৰিছিল?
উত্তৰ: অহল্যাবাইয়ে সোমনাথ মন্দিৰসহ বহু মন্দিৰ নতুনকৈ সজাইছিল।
প্রশ্ন (ঙ): অহল্যাবাই কেতিয়া ৰাজপাট গ্রহণ কৰিবলৈ বাধ্য হৈছিল?
উত্তৰ: স্বামীৰ আৰু পুত্ৰৰ মৃত্যুৰ পাছত সিংহাসন খালী হৈ পৰাৰ সময়ত, প্ৰজাৰ দাবীৰ বাবে তেওঁ ৰাজপাট গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।
OLD
পাঠ-১২
শিৱসাগৰ চাওঁ আহা
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
১) উত্তৰ দিয়া
ক) অনিল আৰু সান্ত্বনা মাক দেউতাকৰ লগত ক'লৈ গৈছিল?
উত্তৰঃ অনিল আৰু সান্ত্বনা মাক দেউতাকৰ লগত শিৱসাগৰ চাবলৈ গৈছিল।
খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল?
উত্তৰঃ শিৱসাগৰ পুখুৰীতো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল।
গ) কি দেখি অনিলহঁত অভিভূত হ'ল ?
উত্তৰঃ তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হ'ল।
ঘ) আজান পীৰৰ দৰগাহ ক'ত আছে?
উত্তৰঃ আজান পীৰৰ দৰগাহ দিখৌ নৈৰ দাঁতিৰ সৰাগুৰিত আছে।
ঙ) মৈদাম কি?
উত্তৰঃ মৈদাম হ'ল আহোম প্ৰতা মতে মৃতকক সমাধৃস্থ কৰা ঠাই।
চ) উভতি আহোঁতে তেওঁলোকে কি চাবলৈ মন কৰিছিল?
উত্তৰঃ উভতি আহোতে কাজিৰঙাত থকা এটা খড়্গৰ গড় চাবলৈ মন কৰিছিল।
২) ক) অনিলহঁতক নিবলৈ বাছ অৱস্থানত কোন কোন ৰৈ আছিল?
উত্তৰঃ অনিলহঁতক নিবলৈ বাছ অৱস্তানত মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী ৰৈ আছিল।
খ) অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ কি?
উত্তৰঃ অনিলহঁতে লগত বহী নিয়াৰ কাৰণ হ'ল সিহঁতে শিৱসাগৰৰ কীৰ্তি চিহ্নবোৰ চাব আৰু টোকা বহীত লিখি লব । কাৰণ সেইবোৰ বিদ্য়ালয়ৰ শিক্ষকক কব লাগিব।
গ) শিৱসাগৰ থকা কীৰ্তি-চিহ্নবোৰ কি কি ?
উত্তৰঃ শিৱসাগৰত থকা কীৰ্তি-চিহ্ন বোৰ হ'ল一 স্বৰ্গদেও শিৱসিংহই খন্দোৱা বিশাল পুখুৰী, শিৱদ'ল, বিষ্ণুদ'ল, দেৱীদ'ল, ৰংঘৰ, তলাতল ঘৰ, মৈদাম, আজান পীৰৰ দৰগাহ। কাৰেং ঘৰ আদি বহুতো আছে।
৩) চৰাইটোৱে শব্দটোৰ আঁচেৰে অৰ্থৰ কাষলৈ নিছে। তোমালোকেও তেনেদৰে নিয়া।
শব্দ অৰ্থ
স্ফূৰ্তি কোনো লোকৰ নাম বা কোনো কাৰ্য কথা চিৰকাললৈ উজ্বলাই ৰাখিবলৈ নিৰ্মিত চিহ্ন
বাছ অৱস্থান বিহ্বল, তত হেৰুৱা
কীৰ্তিচিহ্ন মৃতকক সমাধিস্থ কৰা ঠাই
তন্ন তন্ন বাছ ৰখোৱা ঠাই
অভিভূত সূক্ষ্মভাৱে বিচাৰ কৰা, চালি জাৰি চোৱা
মৈদাম আনন্দ
শব্দ অৰ্থ
স্ফূৰ্তি 一 আনন্দ
বাছ অৱস্থান 一 বাছ ৰখোৱা ঠাই
কীৰ্তিচিহ্ন 一 কোনো লোকৰ নাম বা কোনো কাৰ্য কথা চিৰকাললৈ উজ্বলাই ৰাখিবলৈ নিৰ্মিত চিহ্ন
তন্ন তন্ন 一 বিহ্বল, তত হেৰুৱা
অভিভূত 一 সূক্ষ্মভাৱে বিচাৰ কৰা, চালি জাৰি চোৱা
মৈদাম 一 মৃতকক সমাধিস্থ কৰা ঠাই
৪) যুক্তক্ষৰ ভাঁঙি পঢ়ো আৰু লিখোঁ আহা
খড়্গৰ ড়্গ ড় + গ ড়ই গই ড়্গ
নক্সা ক্স ক + স কই সই ক্স
সান্ত্ব ন্ত্ব ন + ত + ৱ নই তই ন্ত তাত ৱ কাৰে ন্ত্ব
চিহ্ন হ্ন হ + ন হই নই হ্ন
প্ৰহ্ণ হ্ণ হ + ণ হই ণই হ্ণ
৫) যুক্তাক্ষৰ গঠন কৰো আহা
ড় + গ ড়ই গই ড়্গ ন + ত + ৱ নই তই ন্ত তাত ৱ কাৰে ন্ত্ব
ক + স কই সই ক্স হ + ন হই নই হ্ণ
হ + ণ হই ণই হ্ণ
৬) উদাহণত দেখুৱাৰ দৰে তলৰ বাক্য়বোৰ 'ৰ', 'ৰে,' 'পৰা,' 'ত,' ৰে পূৰ কৰা
উদাহৰণ一 সান্ত্বনা অনিল__ ভনিয়েক সান্ত্বনা অনিলৰ ভনিয়েক
ক) অনিলহঁত বাছে__ শিৱসাগৰলৈ গৈছিল। উঃ অনিলহঁত বাছেৰে শিৱসাগৰলৈ গৈছিল।
খ) সিহঁত শিৱসাগৰৰ __ আজি আহি পালেহি। উঃ সিহঁত শিৱসাগৰৰ পৰা আজি আহি পালেহি।
গ) শিৱসাগৰ__ ৰংঘৰ আছে। উঃ শিৱসাগৰত ৰংঘৰ আছে।
৭) কবিতা কেইপাকি পঢ়া। যুক্তাক্ষৰ থকা শব্দৰ কেইটাৰ উদাহৰণত দেখুৱাৰ দৰে ভাঙি লিখা।
ৰিক্সাত উঠি সান্ত্বনা
কাজিৰঙালৈ যায়
এশিঙীয়া গড় খড়্গৰ দেখি
ডিঙি মেলি চাই।
উদাহৰণ 一ৰিক্সা ক্স ক + স
সান্ত্বনা ন্ত্ব ন + ত + ৱ
খড়্গৰ ড়্গ ড় + গ
আহ্নিক গতিৰ ফলত
হয় দিন ৰাতি
অপৰাহ্ণই পাছবেলা
বেলি দিয়ে ভাটী
আহ্নিক হ্ন হ + ন
অপৰাহ্ণ হ্ণ হ + ণ
৮) উত্তৰ দিয়া
ক) সান্ত্বনাহঁত কাজিৰঙালৈ কিহেৰে গৈছিল?
উত্তৰঃ সান্ত্বনাহঁত ৰিক্সাত উঠি শিৱসাগলৈ গৈছিল।
খ) এশিঙীয়া গড় ক'ত পোৱা যায়।
উত্তৰঃ এশিঙীয়া গড় কাজিৰঙাত পোৱা যায়।
গ) সান্ত্বনাই ডিঙি মেলি কি চাইছিল?
উত্তৰঃ সান্ত্বনাই ডিঙি মেলি এশিঙীয়া গড় খড়্গ চাইছিল।
ঘ) দিন-ৰাতি কিহৰ ফলত হয়?
উত্তৰঃ দিন-ৰাতি আহ্নিক গতিৰ ফলত হয়।
ঙ) পাছবেলাক কি বুলি কয়?
উত্তৰঃ তলৰ ছবি কেইখনত শিৱদল, কাৰেংঘৰ, তলাতল ঘৰ।
১১) ছবি কেইখন চোৱা। ঐতিহাসিক কীৰ্তি-চিহ্ন কেইটা চিনাক্ত কৰি তলত নাম লিখা
উত্তৰঃ তোমালোকে নিজে কৰিবা।
ঘ-প্ৰকল্প
ক) শিক্ষকে ছাত্ৰ-ছাত্ৰীক পুথিভৰাঁলৰ পৰা পুথি নি ঘৰত পঢ়িবলৈ দিব। পিছত তলত উল্লেখ কৰা তালিকা খন পূৰাই প্ৰাতঃসভাত পাঠ কৰিবলৈ দিব।
উত্তৰঃ
Edit By Parina Hazarika
Post ID: DABP001938